‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!

June 05th, 01:22 pm

অহা ২৮জুন', দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ শ্বেয়াৰ কৰিব। যদি আপোনাৰ কোনো নতুন পৰামৰ্শ আৰু অন্তৰ্দৃষ্টি আছে, তেন্তে প্ৰধানমন্ত্ৰীৰ সৈতে পোনপটীয়াকৈ শ্বেয়াৰ কৰাৰ এয়াই সুযোগ। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণ কালত ইয়াৰে কেতবোৰ পৰামৰ্শ উল্লেখ কৰিব।

খাদ্য আৰু কৃষি সংস্থাৰ এগ্ৰিকোলা পদক গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

May 20th, 11:00 pm

ভাৰতত কৃষি জীৱনৰ ভেটি । ই আমাৰ সংস্কৃতিৰো এক অবিচ্ছেদ্য অংগ আৰু আমাৰ মূল মূল্যবোধৰ প্ৰতিফলন। আমাৰ পৰম্পৰাত পৃথিৱীক মাতৃ বুলি শ্ৰদ্ধা কৰা হয় আৰু কৃষকক ভূমিৰ পুত্ৰ বুলি কোৱা হয়। হাজাৰ হাজাৰ বছৰৰ ঐতিহ্যৰ মাজত শিপাই থকা এই কালজয়ী মূল্যবোধে আজিও আমাৰ প্ৰচেষ্টাক অনুপ্ৰাণিত কৰি ৰাখিছে।

ৰোমত ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ পৰা এগ্ৰিকোলা পদক গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

May 20th, 10:55 pm

প্ৰধানমন্ত্ৰীয়ে এই বঁটা গ্ৰহণ কৰে খাদ্য আৰু কৃষি সংস্থাৰ সঞ্চালক প্ৰধান ড° কু ডংগিউৰ পৰা। তেওঁ এই সন্মান ভাৰতীয় কৃষক আৰু ভাৰতীয় কৃষি বৈজ্ঞানিক সমাজলৈ উৎসৰ্গা কৰে, যিয়ে ভাৰতীয় তথা বিশ্বৰ মানুহৰ বাবে খাদ্য সুৰক্ষা আৰু পুষ্টি নিশ্চিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰিন আহিছে। তেওঁ এই স্বীকৃতি মানৱ কল্যাণ, খাদ্য সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ প্ৰতি শ্ৰদ্ধা বুলি আলোকপাত কৰে। ভাৰতৰ কৃষি জীৱনৰ কেন্দ্ৰীয়তাৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কৃষিক ধৰিত্ৰী আৰু ভাৰতীয় জনসাধাৰণৰ মাজত এক পবিত্ৰ বন্ধন বুলি কয়।

Share your ideas and suggestions for 'Mann Ki Baat' now!

May 05th, 02:00 pm

Prime Minister Narendra Modi will share 'Mann Ki Baat' on Sunday, May 31st. If you have innovative ideas and suggestions, here is an opportunity to directly share it with the PM. Some of the suggestions would be referred by the Prime Minister during his address.

‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!

December 05th, 11:54 am

অহা ২৯ ডিচেম্বৰ, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ শ্বেয়াৰ কৰিব। যদি আপোনাৰ কোনো নতুন পৰামৰ্শ আৰু অন্তৰ্দৃষ্টি আছে, তেন্তে প্ৰধানমন্ত্ৰীৰ সৈতে পোনপটীয়াকৈ শ্বেয়াৰ কৰাৰ এয়াই সুযোগ। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণ কালত ইয়াৰে কেতবোৰ পৰামৰ্শ উল্লেখ কৰিব।

‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!

June 15th, 07:50 pm

অহা ৩০জুন', দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ শ্বেয়াৰ কৰিব। যদি আপোনাৰ কোনো নতুন পৰামৰ্শ আৰু অন্তৰ্দৃষ্টি আছে, তেন্তে প্ৰধানমন্ত্ৰীৰ সৈতে পোনপটীয়াকৈ শ্বেয়াৰ কৰাৰ এয়াই সুযোগ। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণ কালত ইয়াৰে কেতবোৰ পৰামৰ্শ উল্লেখ কৰিব।

ইণ্ডিয়া টুডে কনক্লেভত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ

March 18th, 11:17 pm

ইণ্ডিয়া টুডে কনক্লেভত আমাৰ সৈতে থকা সকলো গণ্যমান্য ব্যক্তিক শুভেচ্ছা জনাইছো! ডিজিটেল মাধ্যমৰ জৰিয়তে আমাৰ সৈতে যোগদান কৰা ভাৰত আৰু বিদেশৰ দৰ্শক আৰু পঢ়ুৱৈসকলক শুভেচ্ছা জনাইছো। মই এইটো দেখি আনন্দিত যে এই সন্মিলনৰ বিষয়বস্তু হৈছে - দ্য ইণ্ডিয়া মোমেন্ট। আজি বিশ্বৰ আগশাৰীৰ অৰ্থনীতিবিদ, বিশ্লেষক, চিন্তাবিদসকলে সমস্বৰে কৈছে যে এইটো ভাৰতৰ মুহূৰ্ত। কিন্তু যেতিয়া ইণ্ডিয়া টুডে গোটে এই আশাবাদ প্ৰদৰ্শন কৰে, ই 'অতিৰিক্ত বিশেষ'। অৱশ্যে, মই ২০ মাহ পূৰ্বে লালকিল্লাৰ প্ৰাচীৰৰ পৰা কৈছিলো - এইটো সময়, সঠিক সময়। কিন্তু এই স্থিতিত উপনীত হ'বলৈ ২০ মাহ সময় লাগিছিল। তেতিয়াও আত্মা একে আছিল – এয়া হৈছে ভাৰতৰ মুহূৰ্ত।

ইণ্ডিয়া টুডে কনক্লেভ সম্বোধন প্ৰধানমন্ত্ৰীৰ

March 18th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ হোটেল তাজ পেলেচত অনুষ্ঠিত ইণ্ডিয়া টুডে কনক্লেভ সম্বোধন কৰে।

‘গুজৰাট ৰোজগাৰ মেলা’ সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভিডিঅ’ বাৰ্তাৰ পাঠ

March 06th, 04:35 pm

চৌদিশে হোলী উত্সৱৰ গুঞ্জন শুনিবলৈ পোৱা গৈছে। আপোনালোক আটাইলৈকে হোলীৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছো। আজিৰ অনুষ্ঠানটোৱে হাজাৰ হাজাৰ পৰিয়ালৰ বাবে হোলীৰ দৰে গুৰুত্বপূৰ্ণ উৎসৱৰ আনন্দ বহুগুণে বৃদ্ধি কৰিব। এয়া গুজৰাটত কিছুদিনৰ ভিতৰতে আয়োজিত হোৱা দ্বিতীয়খন চাকৰি মেলা। এই কামৰ বাবে মই আমাৰ মুখ্যমন্ত্ৰী শ্ৰীভূপেন্দ্ৰ ভাই আৰু তেওঁৰ গোটেই দলটোকে অভিনন্দন জনাইছো।

প্ৰধানমন্ত্ৰীয়ে গুজৰাট ৰোজগাৰ মেলাত ভাষণ প্ৰদান কৰে

March 06th, 04:15 pm

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে হোলী উৎসৱ নিচেই ওচৰত আৰু গুজৰাট ৰোজগাৰ মেলাৰ সংগঠনে তেওঁলোকৰ নিযুক্তি পত্ৰ লাভ কৰা সকলৰ বাবে উৎসৱৰ আনন্দ দুগুণ কৰিব। গুজৰাটত দ্বিতীয়বাৰৰ বাবে ৰোজগাৰ মেলা অনুষ্ঠিত হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে যুৱপ্ৰজন্মৰ বাবে নিৰন্তৰ সুযোগ প্ৰদান কৰা আৰু দেশৰ উন্নয়নত তেওঁলোকৰ সম্ভাৱনা কঢ়িয়াই অনাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে কেন্দ্ৰীয় চৰকাৰ আৰু এনডিএ ৰাজ্য চৰকাৰৰ সকলো বিভাগে সৰ্বাধিক সংখ্যক চাকৰি প্ৰদানৰ বাবে নিৰন্তৰে কাম কৰি আছে। কেন্দ্ৰীয় চৰকাৰৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে এনডিএ শাসিত ১৪ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত নিৰন্তৰভাৱে নিযুক্তি মেলাৰ আয়োজন কৰা হৈছে। তেওঁ বিশ্বাস ব্যক্ত কৰে যে নতুন দায়িত্ব গ্ৰহণ কৰা যুৱক-যুৱতীসকলে সম্পূৰ্ণ নিষ্ঠা আৰু ভক্তিৰে অমৃত কালৰ সংকল্প সমূহ পূৰণ কৰাত অৰিহণা যোগাব।

‘মিচন ম’ডত পৰ্যটনৰ বিকাশ’ শীৰ্ষক বাজেটোত্তৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 03rd, 10:21 am

এই ৱেবিনাৰত উপস্থিত থকা সকলো গণ্যমান্য ব্যক্তিলৈ স্বাগতম জনাইছো। আজিৰ নতুন ভাৰত নতুন কৰ্ম-সংস্কৃতিৰে আগবাঢ়িছে। এইবাৰো বাজেটখনে যথেষ্ট সঁহাৰি লাভ কৰিছে, দেশবাসীয়ে ইয়াক অতি ইতিবাচকভাৱে লৈছে। পুৰণি কৰ্ম সংস্কৃতি থাকিলে এনে বাজেট ৱেবিনাৰৰ কথা কোনেও নাভাবিলেহেঁতেন। কিন্তু আজি আমাৰ চৰকাৰে বাজেটৰ আগত আৰু পিছত প্ৰতিজন অংশীদাৰৰ সৈতে বিতংভাৱে আলোচনা কৰে, তেওঁলোকক লগত লৈ যাবলৈ চেষ্টা কৰে। বাজেটৰ সৰ্বোচ্চ ফলাফল কেনেকৈ পাব, নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বাজেট কেনেকৈ কাৰ্যকৰী কৰিব লাগে, এই ৱেবিনাৰে বাজেটত নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰে। আপোনালোকেও জানে যে চৰকাৰৰ মুৰব্বী হিচাপে কাম কৰা মোৰ ২০ বছৰতকৈও অধিক অভিজ্ঞতা আছে। এই অভিজ্ঞতাৰ এটা দিশ হ’ল যেতিয়া সকলো অংশীদাৰেই কোনো নীতিগত সিদ্ধান্তৰ সৈতে জড়িত হয়, তেতিয়া আকাংক্ষিত ফলাফলো নিৰ্ধাৰিত সময়সীমাৰ ভিতৰতে আহে। আমি দেখিছোঁ যে যোৱা কেইদিনমানত অনুষ্ঠিত ৱেবিনাৰ সমূহত আমাৰ লগত সহস্ৰাধিক লোকে যোগদান কৰিছিল। গোটেই দিনটোত সকলোৱে অতি গভীৰভাৱে মগজুৰ খটুৱাই থাকিল আৰু মই ক’ব পাৰো যে ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ পৰামৰ্শ আহিছিল আৰু আহিছিল। বাজেটত যিটো গুৰুত্ব দিয়া হৈছে আৰু তাৰ পৰা বহুত ভাল পৰামৰ্শ ওলাই আহিল যে কেনেকৈ আগবাঢ়িব লাগে। এতিয়া আজি আমি দেশৰ পৰ্যটন খণ্ডৰ সজীৱতাৰ বাবে এই বাজেট ৱেবিনাৰখন কৰি আছো।

প্ৰধানমন্ত্ৰীয়ে 'মিছন মোডত পৰ্যটনৰ বিকাশ' সন্দৰ্ভত পোষ্ট- বাজেট ৱেবিনাৰত ভাষণ প্ৰদান কৰে

March 03rd, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'মিছন মোডত পৰ্যটনৰ বিকাশ' বিষয়ত পোষ্ট বাজেট ৱেবিনাৰত ভাষণ প্ৰদান কৰে। কেন্দ্ৰীয় বাজেট ২০২৩-ত ঘোষণা কৰা পদক্ষেপবোৰ কাৰ্যকৰীভাৱে ৰূপায়ণ কৰাৰ বাবে ধাৰণা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা ১২ টা বাজেট-পৰৱৰ্তী ৱেবিনাৰৰ শৃংখলাৰ ভিতৰত ই সপ্তমটো শৃংখলা।

ভাৰত গণতন্ত্ৰৰ মাতৃঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

January 29th, 11:30 am

মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। এয়া হৈছে ২০২৩ চনৰ প্ৰথমটো 'মন কী বাত' আৰু ইয়াৰ লগতে এই কাৰ্যসূচীটোৰ সাতানব্বৈটা খণ্ড। আপোনালোক সকলোৰে সৈতে আকৌ এবাৰ বাৰ্তালাপ কৰি মই অত্যাধিক আনন্দিত হৈছো। প্ৰতি বছৰৰ দৰে এইবাৰৰ জানুৱাৰী মাহটোও যথেষ্ট ঘটনাবহুল হৈছে। এই মাহত, জানুৱাৰীৰ প্ৰায় ১৪ তাৰিখৰ পৰা সমগ্ৰ দেশ উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈ উৎসৱৰ ৰঙত জিলিকি উঠিছে। ইয়াৰ পিছত, দেশখনে গণতন্ত্ৰ দিৱসো উদযাপন কৰিছে। এইবাৰো গণতন্ত্ৰ দিৱস উদযাপনৰ বহুতো দিশৰ যথেষ্ট প্ৰশংসা কৰা হৈছে। জয়সালমেৰৰ পুলকিতে মোলৈ লিখিছে যে ২৬ জানুৱাৰীৰ কুচকাৱাজৰ সময়ত কৰ্তব্য পথৰ নিৰ্মাণ শ্ৰমিকসকলক দেখি বৰ ভাল লাগিছিল। কানপুৰৰ জয়াই লিখিছে যে তেওঁ পেৰেডত অন্তৰ্ভুক্ত ভাৰতীয় সংস্কৃতিৰ বিভিন্ন দিশসমূহ দেখি ভাল পাইছে। প্ৰথমবাৰৰ বাবে এই কুচকাৱাজত অংশগ্ৰহণ কৰা মহিলা উট আৰোহী আৰু চিআৰপিএফৰ মহিলা দলকো যথেষ্ট প্ৰশংসা কৰা হৈছে।

With 5G, India is setting a global standard in telecom technology: PM Modi

October 01st, 07:06 pm

Ushering in a new technological era, PM Modi launched 5G services during 6th India Mobile Congress at Pragati Maidan in New Delhi. He said, New India will not remain a mere consumer of technology, but India will play an active role in the development and implementation of that technology.

PM Modi inaugurates 6th India Mobile Congress at Pragati Maidan, New Delhi

October 01st, 12:05 pm

Ushering in a new technological era, PM Modi launched 5G services during 6th India Mobile Congress at Pragati Maidan in New Delhi. He said, New India will not remain a mere consumer of technology, but India will play an active role in the development and implementation of that technology.

২৪ এপ্ৰিলৰ ‘মন কী বাত’ৰ ভিত্তিত নমো এপত দুটাকৈ কুঁইজ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান প্ৰধানমন্ত্ৰীৰ

April 25th, 06:52 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ এপ্ৰিলৰ ‘মন কী বাত’ৰ ভিত্তিত নমো এপত দুটাকৈ কুঁইজ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান জনায়৷ শ্ৰী মোদীয়ে কুঁইজৰ এটা লিংক শ্বেয়াৰ কৰে, য’ত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব৷

‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!

December 03rd, 03:28 pm

অহা ২৬ ডিচেম্বৰ, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ শ্বেয়াৰ কৰিব। যদি আপোনাৰ কোনো নতুন পৰামৰ্শ আৰু অন্তৰ্দৃষ্টি আছে, তেন্তে প্ৰধানমন্ত্ৰীৰ সৈতে পোনপটীয়াকৈ শ্বেয়াৰ কৰাৰ এয়াই সুযোগ। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণ কালত ইয়াৰে কেতবোৰ পৰামৰ্শ উল্লেখ কৰিব।

Today the mantra of the country is - Make in India, Make for the world: PM Modi

November 19th, 05:39 pm

Prime Minister Shri Narendra Modi attended ‘Rashtra Raksha Samparpan Parv’ in Jhansi, Uttar Pradesh. Prime Minister Shri Narendra Modi dedicated several new initiatives of the Ministry of Defence to the Nation in a grand ceremony celebrating ‘Rashtra Raksha Samarpan Parv’ organised in the precincts of Jhansi Fort.

PM attends ‘Rashtra Raksha Samparpan Parv’ in Jhansi, Uttar Pradesh

November 19th, 05:38 pm

Prime Minister Shri Narendra Modi attended ‘Rashtra Raksha Samparpan Parv’ in Jhansi, Uttar Pradesh. Prime Minister Shri Narendra Modi dedicated several new initiatives of the Ministry of Defence to the Nation in a grand ceremony celebrating ‘Rashtra Raksha Samarpan Parv’ organised in the precincts of Jhansi Fort.

PM Modi appreciates Delhi BJP's #NaMoAppAbhiyaan

July 12th, 03:17 pm

To bolster BJP's 'Mera Booth, Sabse Mazboot' initiative, BJP Delhi has started #NaMoAppAbhiyaan across Delhi. The campaign is aimed at getting every Karyakarta active on NaMo app.