চণ্ডীগড়ত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

July 17th, 02:08 pm

চণ্ডীগড় কেৱল এখন চহৰ নহয়-ই ভাৰতৰ বাবে উন্নয়নৰ এক আদৰ্শ হৈ আহিছে। চণ্ডীগড় পৰিকল্পিত বিকাশৰ বাবে, উন্নত জীৱনশৈলী আৰু জীৱন ধাৰণৰ সূচলতাৰ চহৰ হিচাপে ইয়াৰ পৰিচয়ৰ বাবে জনাজাত। ই উন্নত চিকিৎসা সুবিধাৰ বাবে স্বীকৃত আৰু সৰ্বোপৰি, মা চণ্ডীৰ আশীৰ্বাদৰ বাবে। সেয়েহে এন ডি এ চৰকাৰৰ বাবে চণ্ডীগড়ৰ উন্নয়ন সদায় অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে। আপোনালোকৰ মনত থাকিব পাৰে, প্ৰায় ডেৰ বছৰ পূৰ্বে দেশে ইয়াৰ ন্যায় ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰিছিল। আমি দণ্ডবিধিৰ ঠাইত শাস্তি-ভিত্তিক আইনৰ পৰিৱৰ্তে ভাৰতীয় ন্যায় সংহিতা-এক ন্যায়-ভিত্তিক আইনী পৰিকাঠামো স্থাপন কৰিছিলো আৰু ভাৰতীয় ন্যায় সংহিতাৰ ৰূপায়ণ ইয়াতেই চণ্ডীগড়ত আৰম্ভ হৈছিল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চণ্ডীগড়ত ৪,৭০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিভিন্ন প্ৰকল্প ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে, যিবোৰে স্বাস্থ্যসেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনিক সামৰি লয়

July 17th, 01:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চণ্ডীগড়ত ৪,৭০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিভিন্ন প্ৰকল্প ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে, যিবোৰে স্বাস্থ্যসেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনিক সামৰি লয়। এই প্ৰকল্পবোৰে শৃংখলাবদ্ধ ৰাষ্ট্ৰীয় প্ৰগতিৰ আৰ্হি হিচাপে চহৰখনৰ অনন্য মাত্ৰাক আলোকপাত কৰি তেওঁ উন্নত জীৱনশৈলী আৰু জীৱন-যাপনৰ সহজতা নিশ্চিত কৰাৰ বাবে ইয়াৰ পৰিনামৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মা চণ্ডীৰ পৰা আশীৰ্বাদ বিচাৰি তেওঁ ইয়াৰ ধাৰাবাহিক আৰু পদ্ধতিগত উন্নয়নৰ প্ৰতি প্ৰশাসনৰ অটল দায়বদ্ধতাক পুনৰবাৰ উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে চণ্ডীগড়ৰ উন্নয়ন বৰ্তমানৰ চৰকাৰৰ বাবে সদায় শীৰ্ষ অগ্ৰাধিকাৰ হৈ আহিছে।

নতুন দিল্লীত প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত উদগনিমূলক ধন বিতৰণ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

June 19th, 05:15 pm

মোৰ কেবিনেট সতীৰ্থ শ্ৰী মনসুখ মাণ্ডৱীয়া জী, ভগ্নী শোভা জী, দেশৰ বিভিন্ন প্ৰান্তৰ তথা প্ৰযুক্তিৰ সৈতে জড়িত সকলো বিশিষ্ট ব্যক্তিসকল আৰু অলপ আগতে সঞ্চালকে উল্লেখ কৰাৰ দৰে এই মুহূৰ্তত প্ৰায় ২০০টা স্থানত দুই লাখ লোক এই কাৰ্যসূচীৰ সৈতে সংযোজিত হৈ আছে, মই দূৰৈৰ পৰা হ’লেও তেওঁলোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছো। মই আজি উদ্যোগ জগতৰ বহু বিশিষ্ট ব্যক্তিকো ইয়াত উপস্থিত থকা দেখা পাইছো আৰু নিশ্চিতভাৱে, ইমান বৃহৎ সংখ্যক যুৱ সতীৰ্থৰ উৎসাহ স্পষ্টভাৱে দৃশ্যমান হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা’ৰ অধীনত প্ৰায় ২৪০০ কোটি টকাৰ উদগনিমূলক সাহাৰ্য প্ৰদান কৰে

June 19th, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা'ৰ সৈতে জড়িত হিতাধিকাৰী, উদ্যোগ প্ৰতিনিধি আৰু অংশীদাৰসকলক সম্বোধন কৰে। তেওঁ ভাৰতৰ যুৱক-যুৱতীসকলক সবলীকৰণ আৰু সমগ্ৰ দেশতে চাকৰি সৃষ্টিৰ গতি ত্বৰান্বিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ উল্লেখ কৰে। শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী বিকাশশীল ভাৰত ৰোজগাৰ যোজনাৰ (PM-VBRY)ৰ অধীনত প্ৰায় ২৪০০ কোটি মূল্যৰ উদগনিমূলক আঁচনি মুকলি কৰে। ভাৰত চৰকাৰৰ ধ্বজাবাহী নিয়োগ-সংলগ্ন উদগনি আঁচনি (পিএম-ভিবিআৰৱাই) ৰূপায়ণ আৰু বিভিন্ন খণ্ডত সামাজিক সুৰক্ষাৰ কভাৰেজ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ই এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এই উদগনিয়ে সমগ্ৰ দেশতে ১৫ লাখ চাকৰিৰ সৃষ্টি কৰাত সহায় কৰিব।

Daman has become a living example of Mini India: PM Modi

June 05th, 07:20 pm

Addressing a public gathering in Daman, PM Modi lauded Daman as a living example of Mini India. Launching multiple transformative projects spanning connectivity, health, education, tourism, and urban infrastructure, he highlighted the region's prowess in solar energy and cleanliness. Listing various government initiatives that transformed the lives of the people, he assured the Union Territory of the central government's continued support.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দমনত প্ৰায় ২,৯৭০ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে

June 05th, 07:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দমনত প্ৰায় ২,৯৭০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন , দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। স্থানীয় নেতা আৰু নাগৰিকৰ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণৰ আৰম্ভণিতে জনসাধাৰণৰ আপ্লুত অংশগ্ৰহণৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। পূৰ্বৰ ভ্ৰমণৰ কথা স্মৰণ কৰি তেওঁ কয় যে তেওঁৰ পূৰ্বৰ পৰ্যবেক্ষণ বাস্তৱলৈ ৰূপান্তৰিত হৈছে, এতিয়া এই অঞ্চলে দেশৰ বৈচিত্ৰ্যময় আৰু সজীৱ সত্তাক গৌৰৱেৰে প্ৰতিনিধিত্ব কৰিছে। ‘“দমন মিনি ইণ্ডিয়াৰ এক জীৱন্ত নিদৰ্শন হৈ পৰিছে, য’ত বিভিন্ন অঞ্চলৰ লোকৰ বসবাসে সমগ্ৰ দেশৰ এক সুন্দৰ আভাস প্ৰদান কৰিছে,”’ শ্ৰী মোদীয়ে মন্তব্য কৰে।

নতুন দিল্লীত নাৰী শক্তি বন্দন সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ

April 13th, 11:15 am

মঞ্চত দিল্লীৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তা জী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱী জী, শ্ৰীমতী সাবিত্ৰী ঠাকুৰ জী, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ শ্ৰীমতী বিজয়া ৰাহতকাৰ জী। আপোনালোকৰ ভিতৰত বহুতো জ্যেষ্ঠ ব্যক্তি, সংসদ সদস্য, বিধান সভাৰ সদস্য আৰু আমাৰ লোকসভাৰ প্ৰাক্তন অধ্যক্ষ, সন্মানীয় মীৰা কুমাৰ জী আমাৰ মাজত আছে। মোৰ সকলো সন্মানীয় ভগ্নী ইয়াত উপস্থিত আছে, এই সময়ত দেশ বৈশাখী উৎসৱৰ আনন্দেৰে ভৰি পৰিছে। কাইলৈ দেশৰ বিভিন্ন প্ৰান্তত নৱবৰ্ষও উদযাপন কৰা হ’ব। আজি মই জালিয়ানৱালাবাগ গণহত্যাৰ সাহসী শ্বহীদসকলকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।

'নাৰী শক্তি বন্দন সন্মিলন' সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

April 13th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজ্ঞান ভৱনত নাৰী শক্তি বন্দন কাৰ্যসূচীত ভাষণ দিয়ে। বৈশাখী আৰু দেশৰ বিভিন্ন প্ৰান্তত সমাগত নৱবৰ্ষ উদযাপন উপলক্ষে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে জালিয়ানৱালা বাগ গণহত্যাৰ শ্বহীদসকলৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাৰতে একবিংশ শতিকাৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তসমূহৰ ভিতৰত এটা ল’বলৈ গৈ আছে, যিটো নাৰী শক্তিৰ প্ৰতি উৎসৰ্গিত, শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

When the government is sensitive, then it is the society that reaps the biggest benefit: PM Modi

October 11th, 07:01 pm

PM Modi laid the foundation stones and dedicated to the nation, various healthcare facilities around Rs. 1275 crore in Civil Hospital, Ahmedabad. The PM said that the newly inaugurated health infrastructure projects were the symbols of the capabilities of the people of Gujarat.

আহমেদাবাদৰ আছাৰৱা অসামৰিক চিকিৎসালয়ত প্ৰায় ১২৭৫ কোটি টকাৰ বিভিন্ন স্বাস্থ্যসেৱা সুবিধাৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে

October 11th, 02:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদৰ আছাৰৱা অসামৰিক চিকিৎসালয়ত প্ৰায় ১,২৭৫ কোটি টকাৰ বিভিন্ন স্বাস্থ্যসেৱা সুবিধাৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰে৷

Today our focus is not only on health, but equally on wellness: PM Modi

February 26th, 02:08 pm

PM Narendra Modi inaugurated the post Union Budget webinar of Ministry of Health and Family Welfare. The Prime Minister said, The Budget builds upon the efforts to reform and transform the healthcare sector that have been undertaken during the last seven years. We have adopted a holistic approach in our healthcare system. Today our focus is not only on health, but equally on wellness.”

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ বাজেট পৰৱৰ্তী ৱেবিনাৰ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

February 26th, 09:35 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় বাজেট পৰৱৰ্তী ৱেবিনাৰ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰা বাজেট পৰৱৰ্তী ৱেবিনাৰ শৃংখলাৰ এয়া পঞ্চম ৱেবিনাৰ। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ স্বাস্থ্যসেৱা প্ৰফেশ্যনেল আৰু পেৰা-মেডিক, নাৰ্চিং, স্বাস্থ্য ব্যৱস্থাপনা, প্ৰযুক্তি আৰু গৱেষণাৰ প্ৰফেশ্যনেলসকল উপস্থিত থাকে।

বাৰানসীত পিএম আয়ুষ্মান ভাৰত হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ মিছন উদ্ঘাটন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

October 25th, 01:33 pm

মই আৰম্ভ কৰো এতিয়া আপোনালোকৰ অনুমতি সাপেক্ষে, তেন্তে মই ক'বলৈ আৰম্ভ কৰো। হৰ-হৰ মহাদেৱ, বাবা বিশ্বনাথ, মাতা অন্নপূৰ্ণাৰ নগৰী কাশীৰ পূণ্য ভূমিৰ সকলো বন্ধু আৰু ভগ্নীসকলক প্ৰণাম। দীপাৱলি, দেৱ দীপাৱলি, অন্নকূট, ভইয়াদূজ, প্ৰকাশোৎসৱ আৰু অনাগত ডালা ছঠৰ আপোনালোক সকলোকে বহুত বহুত শুভকামনা। উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, ইউপিৰ শক্তিশালী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মন্দাভিয়া জী, ইউপি চৰকাৰৰ অন্য মন্ত্ৰীগণ, কেন্দ্ৰৰ মোৰ আৰু এজন লগৰীয়া মহেন্দ্ৰনাথ পাণ্ডে জী, ৰাজ্যৰ আৰু এজন মন্ত্ৰী অনিল ৰাজভৰ জী, নীলকন্ঠ তিৱাৰী জী, ৰৱিন্দ্ৰ জয়সৱাল জী, অন্য মন্ত্ৰীগণ, সংসদত মোৰ লগৰীয়া শ্ৰীমতী সীমা দ্বিৱেদী জী, বি পি সৰোজ জী, বাৰাণসীৰ মেয়ৰ শ্ৰীমতী মৃদুলা জয়সৱাল জী, অন্য জনপ্ৰতিনিধিগণ, টেকনলজিৰ মাধ্যমত দেশৰ কোণ কোণৰ পৰা সংযুক্ত হেল্থ প্ৰফেচনেলছ, জিলা হাস্পতাল, মেডিকেল সংস্থা আৰু ইয়াত উপস্থিত বেনাৰসৰ মোৰ ভাই আৰু ভনীসকল।

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান আৰম্ভ কৰে

October 25th, 01:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ শুভাৰম্ভ কৰে। তেওঁ বাৰাণসীৰ বাবে প্ৰায় ৫,২০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পও উদ্বোধন কৰে। অনুষ্ঠানত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল তথা মুখ্যমন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়া আৰু ৰাজ্যিক মন্ত্ৰী আৰু জনপ্ৰতিনিধি ড০ মহেন্দ্ৰ নাথ পাণ্ডেও উপস্থিত থাকে।

In addition to rights, we must give as much importance to our duties as citizens: PM

December 25th, 02:54 pm

PM Modi unveiled a plaque to mark the laying of foundation stone of Atal Bihari Vajpayee Medical University in Lucknow. Speaking on the occasion, PM Modi said that from Swachh Bharat to Yoga, Ujjwala to Fit India and to promote Ayurveda - all these initiatives contribute towards prevention of diseases.

PM Lays foundation stone of Atal Bihari Vajpayee Medical University

December 25th, 02:53 pm

PM Modi unveiled a plaque to mark the laying of foundation stone of Atal Bihari Vajpayee Medical University in Lucknow. Speaking on the occasion, PM Modi said that from Swachh Bharat to Yoga, Ujjwala to Fit India and to promote Ayurveda - all these initiatives contribute towards prevention of diseases.

ASSOCHAMৰ শতবৰ্ষ উদযাপনৰ মুকলি অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

December 20th, 11:01 am

ASSOCHAM ৰ অধ্যক্ষ বালকৃষ্ণ গোৱেংকা মহোদয়, সম্পাদক জেলেৰেল দীপক সুড মহোদয়, ASSOCHAMৰ লক্ষাধিক সদস্যগণ, ভাৰতীয় উদ্যোগ জগতৰ মহান ব্যক্তিসকল, ইয়াত উপস্থিত অন্য মহানুভৱসকল, ভদ্ৰমহিলা তথা ভদ্ৰপুৰুষসকল!!!

এছোছেমৰ শতবৰ্ষৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষ

December 20th, 11:00 am

তেওঁ কয় যে বিগত পাঁচ বছৰত দেশ ইমানেই শক্তিশালী হৈছে যে কেৱল নিজৰ নির্ধাৰিত লক্ষ্য পূৰণেই নহয়, বৰঞ্চ এই লক্ষ্যত আৰু অগ্ৰসৰ হ’বলৈও সাজু। পাঁচ বছৰৰ পূৰ্বে অর্থনীতি বিপর্যয়ৰ দিশে ধাবিত হৈছিল। বর্তমান চৰকাৰে এই প্ৰৱণতা কেৱল ৰোধ কৰাই নহয়, তাৰ সৈতে অর্থনীতিক এক সুশৃংখল পথত নিবলৈ সক্ষম হৈছে।

India has transformed from Nation wants to know to Nation First: PM

November 26th, 07:34 pm

Prime Minister Shri Narendra Modi delivered - keynote address in Republic Summit here today. Theme of this year’s summit is “India’s Moment Nation First”.

PM addresses Republic TV Summit

November 26th, 07:33 pm

Prime Minister Shri Narendra Modi delivered - keynote address in Republic Summit here today. Theme of this year’s summit is “India’s Moment Nation First”.