১৩ ফেব্ৰুৱাৰীত সেৱা তীৰ্থ, কৰ্তব্য ভৱন-১ আৰু ২ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

February 12th, 12:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৩ ফেব্ৰুৱাৰীৰ দিনৰ প্ৰায় ১.৩০ বজাত ভৱন চৌহদ সেৱা তীৰ্থ নামকৰণেৰে উন্মোচন কৰিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে সেৱা তীৰ্থ, কৰ্তব্য ভৱন-১ আৰু ২ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব আৰু সন্ধিয়া প্ৰায় ৬ বজাত সেৱা তীৰ্থত এটা ৰাজহুৱা কাৰ্যসূচীত ভাষণ দিব।

২৩সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ পাছত যুটীয়া বিবৃতি

December 05th, 05:43 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ভ্লাদিমিৰ পুটিনে ২০২৫ চনৰ ডিচেম্বৰ মাহত ২৩সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ বাবে ভাৰত ভ্ৰমণ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাত আয়োজিত সংযুক্ত কমাণ্ডাৰ সন্মিলনত অংশগ্ৰহণেৰে সশস্ত্ৰ বাহিনীৰ কাৰ্য্যকৰী প্ৰস্তুতি বৃদ্ধিৰ বাবে সহযোগিতা, আত্ম-নিৰ্ভৰতা আৰু উদ্ভাৱনত গুৰুত্ব আৰোপ কৰে

September 15th, 03:34 pm

প্ৰধানমন্ত্ৰীয়ে আজি কলকাতাত ১৬ সংখ্যক সংযুক্ত কমাণ্ডাৰ সন্মিলন উদ্বোধন কৰে। দ্বি-বাৰ্ষিক সন্মিলনখন হৈছে সশস্ত্ৰ বাহিনীৰ শীৰ্ষ-পৰ্য্যায়ৰ চিন্তা-চৰ্চাৰ এখনি মঞ্চ। ইয়াত দেশৰ শীৰ্ষ অসামৰিক আৰু সামৰিক নেতৃত্ব একত্ৰিত হৈ মত-বিনিময় আৰু ভাৰতৰ সামৰিক প্ৰস্তুতিৰ আগন্তুক অগ্ৰগতি-সাধনৰ ৰূপৰেখা অংকন কৰে। সশস্ত্ৰ বাহিনীৰ অব্যাহত আধুনিকীকৰণ আৰু ৰূপান্তৰৰ সৈতে সংগতি ৰাখি এই সন্মিলনৰ বিষয়বস্তু হৈছে ‘সংস্কাৰৰ বৰ্ষ – ভৱিষ্যতৰ বাবে ৰূপান্তৰ’।

আদমপুৰ বিমান ঘাটিত সাহসী বায়ু যোদ্ধা আৰু সৈনিকসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ

May 13th, 03:45 pm

কেইদিনমান পূৰ্বে এই শ্ল’গানৰ শক্তি বিশ্বই প্ৰত্যক্ষ কৰিছে। ভাৰত মাতা কী জয় কেৱল এক শ্ল’গানেই নহয়, বৰঞ্চ এয়া ভাৰত মাতাৰ সন্মান আৰু মৰ্য্যাদা অক্ষুণ্ণ ৰাখিবলৈ নিজৰ প্ৰাণো বিসৰ্জন দিবলৈ কুণ্ঠাবোধ নকৰা দেশৰ প্ৰতিগৰাকী জোৱানৰ সংকল্পও। এয়া হৈছে দেশখনৰ বাবে জীয়াই থাকিব বিচৰা, কিবা এটা সাধন কৰিব বিচৰা প্ৰতিগৰাকী নাগৰিকৰ কণ্ঠ। সকলো ক্ষেত্ৰতে ভাৰত মাতা কী জয়ৰ অনুৰণন ঘটে। ভাৰতৰ সৈন্যসকলে ভাৰত মাতা কী জয় বুলি কোৱা মাত্ৰেকে শত্ৰুৰ অন্তৰ কঁপি উঠে। আমাৰ ড্ৰোনে শত্ৰুৰ দুৰ্গ ধ্বংস কৰোঁতে, আমাৰ মিছাইলে লক্ষ্যত উপনীত হওঁতে শত্ৰুৱে ভাৰত মাতা কী জয় ধ্বনি শুনিবলৈ পায়! ৰাতিৰ আন্ধাৰতো যেতিয়া আমাৰ সূৰ্য্য উদয় হয়, তেতিয়া শত্ৰুৱে শুনে - ভাৰত মাতা কী জয়! আমাৰ বাহিনীসমূহে পাৰমাণৱিক ভাবুকিক বিফল কৰোঁতে আকাশৰ পৰা পাতাললৈ মাথোঁ এটা ধ্বনিয়েই গুঞ্জৰিত হয় – সেয়া হৈছে ভাৰত মাতা কী জয়!

আদমপুৰ বায়ু সেনা ষ্টেচনত সাহসী বায়ু যোদ্ধা আৰু জোৱানসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

May 13th, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আদমপুৰস্থিত বায়ুসেনা ষ্টেচনত সাহসী বায়ু যোদ্ধা আৰু জোৱানসকলৰ সৈতে পৰিদৰ্শন কৰি মত বিনিময় কৰে। সেনা জোৱানসকলক সম্বোধন কৰি তেওঁ ‘ভাৰত মাতা কি জয়’ শ্লোগানৰ শক্তিৰ ওপৰত আলোকপাত কৰি এই কথাত গুৰুত্ব আৰোপ কৰে যে বিশ্বই মাত্ৰ ইয়াৰ শক্তিৰ সাক্ষী হৈছে। এয়া কেৱল এটা শ্লোগান নহয় বৰঞ্চ ভাৰত মাতৃৰ মৰ্যাদা ৰক্ষাৰ বাবে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰা প্ৰতিজন জোৱানৰ গম্ভীৰ শপত বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই শ্লোগান হৈছে দেশৰ বাবে জীয়াই থাকিব বিচৰা আৰু অৰ্থপূৰ্ণ অৱদান আগবঢ়াব বিচৰা প্ৰতিজন নাগৰিকৰ কণ্ঠ। তেওঁ দৃঢ়তাৰে কয় যে ‘ভাৰত মাতা কি জয়’ যুদ্ধক্ষেত্ৰ আৰু গুৰুত্বপূৰ্ণ অভিযান দুয়োটাতে প্ৰতিধ্বনিত হয়। তেওঁ দৃঢ়তাৰে কয় যে ‘ভাৰত মাতা কি জয়’ যুদ্ধক্ষেত্ৰত আৰু গুৰুত্বপূৰ্ণ অভিযানৰ সময়ত দুয়োটাতে প্ৰতিধ্বনিত হয়। ভাৰতীয় জোৱানে ভাৰত মাতা কি জয় শ্লোগান চিঞৰিলে শত্ৰুৰ মেৰুদণ্ডত কঁপনি উঠে বুলিও তেওঁ কয়। ভাৰতৰ সামৰিক শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে যেতিয়া ভাৰতীয় ড্ৰোনে শত্ৰুৰ দুৰ্গ ধ্বংস কৰে আৰু যেতিয়া ক্ষেপণাস্ত্ৰই নিখুঁত আক্ৰমণ কৰে তেতিয়া শত্ৰুৱে মাত্ৰ এটা বাক্যহে শুনে-‘ভাৰত মাতা কি জয়’। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে আন্ধাৰ ৰাতিতো আকাশ পোহৰাই তোলাৰ ক্ষমতা ভাৰতত আছে, যাৰ ফলত শত্ৰুৱে দেশৰ অদম্য মনোভাৱ উপলব্ধি কৰে। তেওঁ কয় যে যেতিয়া ভাৰতীয় সেনাই পাৰমাণৱিক ব্লেকমেইলৰ ভাবুকি নষ্ট কৰে, তেতিয়া আকাশ আৰু পৃথিৱীত মাত্ৰ এটা বাৰ্তাহে প্ৰতিধ্বনিত হয়-‘ভাৰত মাতা কি জয়’।

পাকিস্তানৰ ক্ৰম-বৰ্ধমান আক্ৰমণৰ অপচেষ্টা - ভাৰতৰ যোগ্য প্ৰত্যুত্তৰ

May 08th, 06:21 pm

০৭ মে’, ২০২৫-ত অপাৰেচন সিন্দূৰক লৈ আয়োজিত প্ৰেছ ব্রিফিঙত ভাৰতে ইয়াৰ প্ৰত্যুত্তৰক দৃঢ়, সু-বিবেচিত আৰু অ-এস্কেলেটৰী বুলি অভিহিত কৰিছিল। ইয়াত বিশেষভাৱে উল্লেখ কৰা হৈছিল যে পাকিস্তানী সামৰিক প্ৰতিষ্ঠানসমূহক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হোৱা নাই। ভাৰতৰ সামৰিক লক্ষ্যত সংঘটিত সকলো আক্রমণৰে উপযুক্ত প্রত্যুত্তৰ প্ৰদান কৰা হ’ব বুলিও পুনৰ উল্লেখ কৰা হৈছিল।

প্ৰধানমন্ত্ৰীৰ ভিয়েন্টিয়ান, লাও পিডিআৰ ভ্ৰমণ (১০ -১১ অক্টোবৰ, ২০২৪) ৰ ফলাফলৰ তালিকা

October 11th, 12:39 pm

ভাৰতীয় গণৰাজ্যৰ প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু লাও জনগণতান্ত্ৰিক গণৰাজ্যৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ বুজাবুজিৰ চুক্তি।

ভাৰত আৰু মালদ্বীপ : ব্যাপক অৰ্থনৈতিক আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্বৰ বাবে এক দৃষ্টিভংগী

October 07th, 02:39 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি মহামহিম ড০ মহম্মদ মুইজ্জুৱে ২০২৪ চনৰ ৭ অক্টোবৰত মিলিত হয়। দুয়োগৰাকী নেতাই দেশ দুখনৰ ঐতিহাসিক ঘনিষ্ঠতা আৰু বিশেষ সম্পৰ্ক গভীৰ কৰাৰ ক্ষেত্ৰত অগ্ৰগতিৰ কথা উল্লেখ কৰি দ্বিপাক্ষিক সম্পৰ্কৰ পৰিসৰৰ বিষয়ে ব্যাপক পৰ্যালোচনা কৰে। এই সম্পৰ্কই দুয়োখন দেশৰ জনসাধাৰণৰ উন্নতিত যথেষ্ট অৰিহণা যোগাব বুলি আশা কৰা হৈছে।

BJP is emphasizing the true social empowerment of Dalits and OBC: PM Modi in Patiala, Punjab

May 23rd, 05:00 pm

Ahead of the impending Lok Sabha elections in 2024, Prime Minister Narendra Modi addressed a powerful rally amid a passionate welcome by the people of Patiala, Punjab. PM Modi began his address by paying rich tributes to the land of ‘Guru Tegh Bahadur.’ He said, “After the five phases of voting, the message of the people of India resonates with ‘Fir ek Baar, Modi Sarkar’.” He urged Punjab to vote for the BJP to ensure a ‘Viksit Bharat.’

Passionate welcome for PM Modi in Patiala as he addresses a powerful rally in Punjab

May 23rd, 04:30 pm

Ahead of the impending Lok Sabha elections in 2024, Prime Minister Narendra Modi addressed a powerful rally amid a passionate welcome by the people of Patiala, Punjab. PM Modi began his address by paying rich tributes to the land of ‘Guru Tegh Bahadur.’ He said, “After the five phases of voting, the message of the people of India resonates with ‘Fir ek Baar, Modi Sarkar’.” He urged Punjab to vote for the BJP to ensure a ‘Viksit Bharat.’

ৰাজস্থানৰ পোখৰাণত 'এক্সাৰচাইজ ভাৰত শক্তি' অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

March 12th, 02:15 pm

ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভজন লাল শৰ্মা জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ ৰাজনাথ সিং জী, গজেন্দ্ৰ শেখাৱত জী, কৈলাশ চৌধুৰী জী, পিএছএৰ অধ্যাপক অজয় সুদ জী, প্ৰতিৰক্ষা মুৰব্বী, জেনেৰেল অনিল চৌহান, এয়াৰ চিফ মাৰ্শ্বাল ভি আৰ চৌধাৰী, নৌসেনা প্ৰধান এডমিৰেল হৰি কুমাৰ, আৰ্মি চিফ জেনেৰেল মনোজ পাণ্ডে, জ্যেষ্ঠ বিষয়াসকল, তিনিওটা সেনাৰ সকলো বীৰ… আৰু ইয়াত উপস্থিত পোখৰাণৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল!

প্ৰধানমন্ত্ৰী 'ভাৰত শক্তি'ৰ সাক্ষী - ৰাজস্থানৰ পোখৰাণত সেনাৰ তিনিটা বাহিনীৰ টোপ অনুশীলন আৰু কৌশল প্ৰদৰ্শন

March 12th, 01:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ পোখৰাণত তিনিওটা বাহিনীৰ টোপৰ অনুশীলন আৰু কৌশল অনুশীলনৰ ৰূপত থলুৱা প্ৰতিৰক্ষা সামৰ্থ্যৰ এক সমন্বিত প্ৰদৰ্শন প্ৰত্যক্ষ কৰে। 'ভাৰত শক্তি'ত দেশৰ অত্মনিৰ্ভৰ উদ্যোগৰ ওপৰত আধাৰিত দক্ষতাৰ প্ৰদৰ্শন হিচাপে বিভিন্ন থলুৱা অস্ত্ৰ প্ৰণালী আৰু মঞ্চ প্ৰদৰ্শন কৰা হ'ব।

‘ৰোজগাৰ মেলা’ৰ অধীনত প্ৰধানমন্ত্ৰীয়ে ১২ ফেব্ৰুৱাৰীত চৰকাৰী বিভাগ আৰু সংগঠনসমূহত নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তি প্ৰাপকসকলক ১ লাখতকৈয়ো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিব

February 11th, 03:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে ১২ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে পুৱা ১০:৩০ বজাত নতুনকৈ নিযুক্তি লাভ কৰা ১ লাখতকৈয়ো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰিব।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৯২৮টা কৌশলগতভাৱে গুৰুত্বপূৰ্ণ লাইন ৰিপ্লেচমেণ্ট ইউনিট/ছাব-চিষ্টেম/স্পেয়াৰ আৰু কম্পোনেণ্টৰ চতুৰ্থ পজিটিভ ইণ্ডিজেনাইজেচন লিষ্ট (পি আই এল)ত অনুমোদন জনায়

May 16th, 09:40 am

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে এক টুইটযোগে জনাইছে যে ৯২৮ টা কৌশলগতভাৱে গুৰুত্বপূৰ্ণ লাইন ৰিপ্লেচমেণ্ট ইউনিট (এল আৰ ইউ)/ছাব-চিষ্টেম/স্পেয়াৰ এণ্ড কম্পোনেণ্টৰ চতুৰ্থ পজিটিভ ইণ্ডিজেনাইজেচন লিষ্ট (পি আই এল) অনুমোদন কৰা হৈছে। তালিকাখনত হাই-এণ্ড মেটেৰিয়েলছ এণ্ড স্পেয়াৰছ অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ আমদানি প্ৰতিস্থাপনৰ মূল্য ৭১৫ কোটি টকা।

কৰ্ণাটকৰ বেংগালুৰুত অনুষ্ঠিত এৰ’ ইণ্ডিয়া, ২০২৩ ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

February 13th, 09:40 am

আজিৰ এই গুৰুত্বপূৰ্ণ কাৰ্য্যসূচীত উপস্থিত আছে কৰ্ণাটকৰ ৰাজ্যপাল, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং জী, মোৰ আন-আন কেবিনেট সতীৰ্থসকল, বহিঃৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰী, উদ্যোগৰ সন্মানীয় প্ৰতিনিধি, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু ভদ্ৰমহিলাসকল!

প্ৰধানমন্ত্ৰীয়ে বাংগালুৰুত ‘এৰ’ ইণ্ডিয়াৰ চতুৰ্দশ তাঙৰণৰ উদ্বোধন কৰে

February 13th, 09:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংগালুৰুৰ য়েলাহাঙ্কাৰ বায়ু সেনা কেন্দ্ৰত ‘এৰ’ ইণ্ডিয়া ২০২৩’ৰ চতুৰ্দশ তাঙৰণ উদ্বোধন কৰে। ‘এৰ’ ইণ্ডিয়া ২০২৩’ৰ বিষয়বস্তু হৈছে দ্য ৰানৱে’ টু এ বিলিয়ন অপাৰচুনিটিজ আৰু ইয়াত ৭০০ ভাৰতীয় কোম্পানীকে ধৰি ৮০ খনতকৈও অধিক দেশৰ ১০০টাতকৈ অধিক প্ৰতিৰক্ষা কোম্পানীকে ধৰি ৮০০টা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীৰ 'মে’ক ইন ইণ্ডিয়া, মে’ক ফৰ দ্য ৱৰ্ল্ড'ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠানত থলুৱা প্ৰতিৰক্ষা সঁজুলি/প্ৰযুক্তি আদিৰ প্ৰদৰ্শন আৰু বিদেশী কোম্পানীসমূহৰ সৈতে অংশীদাৰিত্ব গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰা হ'ব।

Virtual Interaction between Prime Minister Shri Narendra Modi and President of USA Joseph R. Biden

April 10th, 09:02 pm

Prime Minister Narendra Modi will hold a virtual meeting with US President Joe Biden on 11 April 2022. The two leaders will review ongoing bilateral cooperation and exchange views on recent developments in South Asia, the Indo-Pacific region and global issues of mutual interest.

প্ৰধানমন্ত্ৰী-কিষাণ আঁচনিৰ অধীনত বিত্তীয় লাভালাভৰ দশম কিস্তি মুকলি কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণ পাঠৰ অসমীয়া অনুবাদ

January 01st, 12:31 pm

উপস্থিত সকলো গণ্যমান্য ব্যক্তিক, প্ৰথমতে, মই মাতা বৈষ্ণো দেৱী চৌহদত সংঘটিত শোকাৱহ ঘটনাটোৰ প্ৰতি শোক প্ৰকাশ কৰিছো। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে, যিসকল পদদলিত আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা। কেন্দ্ৰীয় চৰকাৰে জম্মু আৰু কাশ্মীৰ প্ৰশাসনৰ সৈতে নিৰন্তৰ যোগাযোগত আছে। মই উপ ৰাজ্যপাল মনোজ সিনহাজীৰ সৈতেও কথা পাতিছো। সাহায্যৰ কাম হাতত লোৱা হৈছে আৰু আহতসকলৰ চিকিৎসা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী-কিষাণৰ দশম কিস্তি মুকলি কৰে

January 01st, 12:30 pm

তৃণমূল পৰ্যায়ৰ কৃষকসকলক শক্তিশালী কৰাৰ নিৰন্তৰ প্ৰতিশ্ৰুতি আৰু সংকল্পৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিষাণ) আঁচনিৰ অধীনত বিত্তীয় লাভালাভৰ দশম কিস্তি মুকলি কৰে। ১০ কোটিৰো অধিক হিতাধিকাৰী কৃষক পৰিয়াললৈ ২০,০০০ কোটি টকা।

Today the mantra of the country is - Make in India, Make for the world: PM Modi

November 19th, 05:39 pm

Prime Minister Shri Narendra Modi attended ‘Rashtra Raksha Samparpan Parv’ in Jhansi, Uttar Pradesh. Prime Minister Shri Narendra Modi dedicated several new initiatives of the Ministry of Defence to the Nation in a grand ceremony celebrating ‘Rashtra Raksha Samarpan Parv’ organised in the precincts of Jhansi Fort.