ইথিঅ'পিয়াৰ সংসদৰ যুটীয়া অধিৱেশনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
December 17th, 12:25 pm
আজি আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পোৱাটো মোৰ বাবে এক পৰম সৌভাগ্যৰ মুহূৰ্ত। এইদৰে সিংহৰ দেশ ইথিঅ’পিয়া ভ্ৰমণ কৰাটো আচৰিত কথা। মোৰ ঘৰত থকা যেনেই লাগিছে। কাৰণ ভাৰতৰ মোৰ গৃহ ৰাজ্য গুজৰাটো সিংহৰ বিচৰণভূমি।ইথিঅ’পিয়াত সংসদৰ যুটীয়া অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণ
December 17th, 12:12 pm
প্ৰধানমন্ত্ৰীয়ে ইথিঅ’পিয়াৰ সাংসদসকলক ভাৰতৰ জনসাধাৰণৰ তৰফৰ পৰা বন্ধুত্ব আৰু সদিচ্ছাৰ শুভেচ্ছা জনাই তেওঁৰ ভাষণ আৰম্ভ কৰে। তেওঁ উল্লেখ কৰে যে সংসদত আৰু গণতন্ত্ৰৰ এই মন্দিৰৰ জৰিয়তে ইথিঅ’পিয়াৰ সাধাৰণ মানুহ-কৃষক, উদ্যোগী, গৌৰৱান্বিত মহিলা আৰু দেশৰ ভৱিষ্যত গঠন কৰা যুৱক-যুৱতীসকলৰ সৈতে কথা পাতিবলৈ পোৱাটো তেওঁৰ বাবে এক সৌভাগ্য। তেওঁ ইথিঅ’পিয়াৰ জনসাধাৰণ আৰু চৰকাৰক তেওঁক ইথিঅ’পিয়াৰ সৰ্বোচ্চ বঁটা-‘গ্ৰেট অনৰ নিশান অব্ ইথিঅ’পিয়া’ প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সম্পৰ্কৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি, প্ৰধানমন্ত্ৰীয়ে গভীৰ সন্তুষ্টি প্ৰকাশ কৰে যে এই ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত বহু বছৰ পুৰণি সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত হৈছে।মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
October 14th, 01:15 pm
ছবছৰৰ অন্তত মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ এক অতি বিশেষ অনুষ্ঠান। এই ভ্ৰমণ ভাৰত আৰু মংগোলিয়াই কূটনৈতিক সম্পৰ্কৰ ৭০ বছৰ আৰু কৌশলগত অংশীদাৰিত্বৰ ১০ বছৰ উদযাপন কৰাৰ সময়তে হৈছে। এই উপলক্ষে আমি আমাৰ ভাগ-বাটোৱাৰা কৰা ঐতিহ্য, বৈচিত্ৰ্য আৰু গভীৰ সভ্যতামূলক সম্পৰ্কৰ প্ৰতীক হিচাপে এটা যৌথ ডাক ষ্টাম্প জাৰি কৰিছো।We are moving ahead with the goal of a quantum jump, not just incremental change: PM Modi
August 23rd, 10:10 pm
In his address at the Economic Times World Leaders Forum, PM Modi highlighted that India is currently the fastest-growing major economy in the world and poised to become the third-largest economy. He affirmed that India built Made-in-India 5G and deployed it across the country quickly. He highlighted major reforms from the Monsoon Session—modernized laws for mining, shipping and ports, and the launch of the National Sports Policy—Khelo Bharat Niti.নতুন দিল্লীত অনুষ্ঠিত ইকনমিক টাইমছ ৱৰ্ল্ড লীডাৰ্ছ ফ’ৰামত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 23rd, 05:43 pm
আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা ইকনমিক টাইমছ ৱৰ্ল্ড লীডাৰ্ছ ফ’ৰামত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থকা সকলো বিশিষ্ট অতিথিক আদৰণি জনাই তেওঁ কয় যে এই লীডাৰ্ছ ফ’ৰাম মঞ্চৰ সময় “অতি নিখুঁত।” শ্ৰী মোদীয়ে এই সময়োপযোগী পদক্ষেপৰ বাবে আয়োজকসকলক প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে মাত্ৰ যোৱা সপ্তাহত তেওঁ লালকিল্লাৰ পৰা পৰৱৰ্তী প্ৰজন্মৰ বা আধুনিক সংস্কাৰৰ বিষয়ে মন্তব্য কৰিছিল, আৰু এই মঞ্চই এতিয়া সেই দৃষ্টিভংগীৰ বাবে শক্তিবৰ্ধক হিচাপে কাম কৰি আছে।প্ৰধানমন্ত্ৰীৰ ঘানা, ট্ৰিনিদাদ আৰু ট'বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল তথা নামিবিয়া ভ্ৰমণ (২ৰ পৰা ৯জুলাইলৈ)
June 27th, 10:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ০২-০৩ জুলাইত ঘানা ভ্ৰমণ কৰিব।এয়া হ’ব প্ৰধানমন্ত্ৰীৰ প্ৰথম ঘানা ভ্ৰমণ। তিনি দশকৰ অন্তত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ঘানালৈ ভ্ৰমণ কৰিব । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ঘানাৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত হ'ব আৰু দুয়ো খন দেশৰ মাজত শক্তিশালী দ্বিপাক্ষিক অংশীদাৰিত্বৰ বিষয়ে পৰ্যালোচনা কৰিব । বৈঠকত অৰ্থনৈতিক, শক্তি, আৰু প্ৰতিৰক্ষা সহযোগিতা, আৰু উন্নয়ন সহযোগিতা অংশীদাৰিত্বৰ জৰিয়তে দুয়ো খন দেশৰ সম্পৰ্কক অধিক উল্লত কৰাৰ বিষয়ে আলোচনা কৰা হ'ব। এই ভ্ৰমণে দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰাৰ লগতে ইকোৱাছ [পশ্চিম আফ্ৰিকান ৰাষ্ট্ৰৰ অৰ্থনৈতিক সম্প্ৰদায়] আৰু আফ্ৰিকান ইউনিয়নৰ সৈতে ভাৰতৰ সংযোগ শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিক পুনৰ সুদৃঢ় কৰিব।List of Outcomes: State visit of President of Chile to India (April 01 - 05, 2025)
April 01st, 06:45 pm
PM Modi and President Boric witnessed exchange of several bilateral documents and Memorandum of Understanding (MoUs) including MoU between National Service for Disaster Prevention and Response, and National Disaster Management Authority on disaster management, MoU between CODELCO and Hindustan Copper Ltd.ভাৰত-চিলি যুটীয়া বিবৃতি
April 01st, 06:11 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত চিলি গণৰাজ্যৰ ৰাষ্ট্ৰপতি গেব্ৰিয়েল বৰিক ফণ্টে দুয়োখন ৰাষ্ট্ৰৰ কূটনৈতিক সম্পৰ্কই ৭৬ বছৰ সম্পূৰ্ণ কৰাৰ শুভক্ষণত ২০২৫ চনৰ ১ ৰ পৰা ৫ এপ্ৰিললৈ ভাৰত ভ্ৰমণৰ বাবে উপস্থিত হৈছে। ৰাষ্ট্ৰপতি বৰিকৰ সৈতে বৈদেশিক পৰিক্ৰমা, কৃষি, খনি, মহিলা আৰু লিংগ সমতা, আৰু সংস্কৃতি, কলা, আৰু ঐতিহ্য মন্ত্ৰীসকলৰ লগতে সংসদৰ সদস্য, জ্যেষ্ঠ বিষয়া আৰু এক বৃহৎ ব্যৱসায়িক প্ৰতিনিধি দলো আছে। এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি বৰিকে নতুন দিল্লী, আগ্ৰা, মুম্বাই, আৰু বেংগালুৰু ভ্ৰমণ কৰি দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে আলোচনাত মিলিত হ’ব। ২০২৪ চনৰ নৱেম্বৰ মাহত ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলন সময়ত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা প্ৰাৰম্ভিক বৈঠকৰ পিছত এইটোৱেই তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ।Eastern India is a growth engine in the development of the country, Odisha plays a key role in this: PM
January 28th, 11:30 am
PM Modi inaugurated the Utkarsh Odisha – Make in Odisha Conclave 2025 in Bhubaneswar, highlighting Eastern India's role in national growth. He emphasized Odisha's historical trade significance, growing opportunities, and its potential to lead in various industries. The PM encouraged investors to seize the moment for Odisha’s development and praised the state’s contributions to New India’s progress.PM Modi inaugurates the 'Utkarsh Odisha' - Make in Odisha Conclave 2025 in Bhubaneswar
January 28th, 11:00 am
PM Modi inaugurated the Utkarsh Odisha – Make in Odisha Conclave 2025 in Bhubaneswar, highlighting Eastern India's role in national growth. He emphasized Odisha's historical trade significance, growing opportunities, and its potential to lead in various industries. The PM encouraged investors to seize the moment for Odisha’s development and praised the state’s contributions to New India’s progress.প্রধানমন্ত্রীয়ে ছিডনীত বিজনেছ ৰাউণ্ডটেবোল সন্মিলন সম্বোধন কৰে
May 24th, 04:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিডনীত অষ্ট্ৰেলিয়াৰ শীৰ্ষ কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বিজনেছ ৰাউণ্ডটেবোল সন্মিলন সম্বোধন কৰে। সন্মিলনত ইস্পাত, বেংকিং, ইন্ধন, খনন আৰু তথ্য প্ৰযুক্তি সহ বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা অগ্ৰণী কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলে ভাগ লয়। অষ্ট্ৰেলিয়াৰ কেইখনমান প্ৰধান বিশ্ববিদ্যালয়ৰ কুলপতিসকলেও বৈঠকত ভাগ লয়। প্ৰধানমন্ত্ৰীয়ে বেপাৰ কৰাত সহজতা আৰু অৰ্থনৈতিক বিকাশত উদগনি যোগাবলৈ চৰকাৰে আৰম্ভ কৰা কেইবাটাও অৰ্থনৈতিক সংস্কাৰ আৰু নতুন সুযোগৰ বিষয়ে অৱগত কৰে। ইয়াত বুনিয়াদী আন্তঃগাথঁনিৰ কানেক্টিভিটি পৰিকল্পনাৰ প্ৰতি একীকৃত দৃষ্টিভংগীৰ প্ৰতি মিছন গতিশক্তি, জন ধন-আধাৰ-মোবাইল ট্ৰিনিটি, ৰাষ্ট্ৰীয় শিক্ষা নীতি, হাইড্ৰোজেন মিছন ২০৫০, ডাক জীৱন বীমা (পিএলআই) যোজনা, অন্তৰিক্ষ আৰু ভূ-স্থানিক ক্ষেত্ৰত বেচৰকাৰী বিনিয়োগ, চিকিৎসা উপকৰণ নিৰ্মাণৰ নতুন নীতি আৰু আয়ুষ্মান ভাৰত স্বাস্থ্য বীমা যোজনা আদি অন্তৰ্ভুক্ত আছে।ৰাজস্থানৰ নাথদ্বাৰাত একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন/উৎসৰ্গাৰে প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
May 10th, 12:01 pm
ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী কলৰাজ মিশ্ৰ জী, মোৰ বন্ধু আৰু মুখ্যমন্ত্ৰী শ্ৰী অশোক গেহলট জী, বিধানসভাৰ অধ্যক্ষ শ্ৰী চি পি যোশী জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী শ্ৰী ভজন লাল জাটভ জী, সংসদত মোৰ সতীৰ্থ তথা ৰাজস্থান বিজেপিৰ সভাপতি শ্ৰী চন্দ্ৰ প্ৰকাশ যোশী জী, সংসদত মোৰ সতীৰ্থ ভগ্নী দীয়াকুমাৰী জী, সংসদত মোৰ সতীৰ্থ শ্ৰী কনকমল কটাৰা জী, সাংসদ শ্ৰী অৰ্জুনলাল মীনা জী, এই অনুষ্ঠানত উপস্থিত আন সকলো গণ্যমান্য ব্যক্তি আৰু ৰাজস্থানৰ মোৰ মৰমৰ ভাই-ভনীসকল।ৰাজস্থানৰ নাথদ্বাৰত ৫৫০০ কোটি টকাতকৈ অধিক মূল্যৰ ৰাষ্ট্ৰীয় আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা প্ৰধানমন্ত্ৰীৰ
May 10th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ নাথদ্বাৰত ৫৫০০ কোটি টকাতকৈ অধিক মূল্যৰ আন্তঃগাঁথনি প্ৰকল্প আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে৷ এই উন্নয়ন প্ৰকল্পসমূহে অঞ্চলটোৰ আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থাক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে য’ত ৰে’ল আৰু পথ প্ৰকল্পই সামগ্ৰী আৰু সেৱাৰ চলাচলত সহায় কৰিব, যাৰ ফলত ব্যৱসায়-বাণিজ্য বৃদ্ধি পাব আৰু অঞ্চলটোৰ জনসাধাৰণৰ আৰ্থ-সামাজিক অৱস্থা উন্নত হ’ব।‘মধ্য প্ৰদেশ গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩’-ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ‘ভিডিঅ’ বাৰ্তা’ৰ ইংৰাজী তৰ্জমাৰ অসমীয়া ৰূপান্তৰ
January 11th, 05:00 pm
‘মধ্য প্ৰদেশ গ্লোবেল ইনভেষ্ট্ৰছ ছামিট’লৈ সকলো বিনিয়োগকাৰী আৰু উদ্যোগীক উষ্ম আদৰণি জনাইছো! উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত মধ্য প্ৰদেশৰ ভূমিকা অতিকে গুৰুত্বপূৰ্ণ। ভক্তি আৰু আধ্যাত্মিকতাৰ পৰা পৰ্যটনলৈ; কৃষিৰ পৰা শিক্ষা আৰু দক্ষতা বিকাশলৈকে, মধ্য প্ৰদেশে এক স্বকীয়তা, মহিমা আৰু সজাগতাৰ স্থান দখল কৰি আহিছে।প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' বাৰ্তাৰ জৰিয়তে মধ্যপ্ৰদেশৰ ইন্দোৰত মধ্য প্ৰদেশ বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০২৩-ত ভাষণ প্ৰদান কৰে
January 11th, 11:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে মধ্যপ্ৰদেশৰ ইন্দোৰত অনুষ্ঠিত বিশ্ব বিনিয়োগকাৰী সন্মিলনত ভাষণ দিয়ে। এই সন্মিলনখনে মধ্য প্ৰদেশত বিবিধ বিনিয়োগৰ সুযোগ প্ৰদৰ্শন কৰিব।‘পৃথিৱীৰ বাবে মে’ক ইন ইণ্ডিয়া’ সন্দৰ্ভত বাজেট-উত্তৰ ৱে’বিনাৰত প্ৰদান কৰা প্ৰাধানমন্ত্ৰীৰ ভাষণৰ পাঠ
March 03rd, 10:08 am
এইখন বাজেটত ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘মে’ক ইন ইণ্ডিয়া’ সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তসমূহ আমাৰ উদ্যোগ আৰু অৰ্থনীতি দুয়োটা ক্ষেত্ৰৰ বাবেই অতিকে গুৰুত্বপূৰ্ণ। ‘মে’ক ইন ইণ্ডিয়া অভিযান’ দৰাচলতে আজিৰ ২১ শতিকাৰ ভাৰতৰ আৱশ্যকীয়তাও আৰু ই আমাক পৃথিৱীৰ সন্মুখত আমাৰ সামৰ্থ্য প্ৰদৰ্শনৰো সুযোগ প্ৰদান কৰিব। যদি কোনোবা এখন দেশৰ পৰা কেঁচামাল বাহিৰলৈ যায় আৰু সেইখন দেশে সেইবোৰ কেঁচামালৰে উত্পাদিত সামগ্ৰীসমূহ আমদানী কৰে, তেনে পৰিস্থিতি যিকোনো দেশৰ বাবেই লোকচানদায়ক সিদ্ধ হোৱাৰ বাহিৰে আন একো নহয়।প্ৰধানমন্ত্ৰীয়ে 'মেক ইন ইণ্ডিয়া ফৰ দ্য ৱৰ্ল্ড' বিষয়ত ডিপিআইআইটি ৱেবিনাৰত ভাষণ দিয়ে
March 03rd, 10:07 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য সংবৰ্ধন বিভাগ (ডিপিআইআইটি)ৰ দ্বাৰা আয়োজিত বাজেট-পৰৱৰ্তী ৱেবিনাৰত ভাষণ দিয়ে। এয়া প্ৰধানমন্ত্ৰীৰ দ্বাৰা সম্বোধিত অষ্টম বাজেট-পৰৱৰ্তী ৱেবিনাৰ। ৱেবিনাৰৰ থীম 'মেক ইন ইণ্ডিয়া ফৰ দ্য ৱৰ্ল্ড' আছিল।ভিন্ন-আৰ্হিৰ সংযোগৰ বাবে পিএম গতি শক্তি, নেচনেল মাষ্টাৰ প্লেন মুকলি কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
October 13th, 11:55 am
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শ্ৰী নিতিন গাডকাৰী জী, শ্ৰী পীযুষ গোয়েল জী, শ্ৰী হৰদীপ সিংহ পুৰী জী, শ্ৰী সৰ্বানন্দ সোণোৱাল জী, শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া জী, শ্ৰী অশ্বিনী বৈষ্ণৱ জী, শ্ৰী ৰাজ কুমাৰ সিংহ জী, বেলেগ বেলেগ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী, লেফ্টেনেণ্ট গৱৰ্নৰ্ছ, ৰাজ্য মন্ত্ৰীসভাৰ সদস্য, উদ্যোগ জগতৰ বন্ধু, অন্য মহানুভৱ আৰু মোৰ মৰমৰ ভাই আৰু ভনীসকল,Prime Minister launches PM Gati Shakti
October 13th, 11:54 am
Prime Minister Modi launched PM Gati Shakti - National Master Plan for multi-modal connectivity. He said that the masterplan will give Gati Shakti to 21st century India. “We have not only developed a work culture of completing the projects in time but efforts are to complete the projects ahead of time”, he added.ইণ্ডিয়ান স্পেচ এছ'চিয়েশ্যনৰ উদ্বোধন উপলক্ষে প্রধানমন্ত্রীৰ ভাষণ
October 11th, 11:19 am
আপোনালোকৰ পৰিকল্পনা, আপোনালোকৰ ভাবনা আৰু দূৰদৃষ্টিৰ কথা শুনি, আপোনালোকৰ সকলোৰে উৎসাহ আৰু উদ্দীপনা দেখি মোৰ উৎসাহ বাঢ়ি গৈছে।