ফিলিপাইনছৰ মিন্দানাওত হোৱা ভূমিকম্পৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

June 08th, 07:25 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফিলিপাইনছৰ মিন্দানাওত হোৱা ভূমিকম্পৰ ফলত হোৱা প্ৰাণ হেৰুওৱা সকলৰ বাবে দুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে শোকসন্তপ্ত পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়।