২০২৫ চনৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৪৮ কেজি শাখাত স্বৰ্ণ পদক বিজয়ী মিনাক্ষীক অভিনন্দন জনাইলে প্ৰধানমন্ত্ৰীয়ে
September 14th, 07:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লিভাৰপুলত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপ ২০২৫ত ভাৰতীয় বক্সাৰ মিনাক্ষীয়ে ৪৮ কেজি শাখাত অনবদ্য বিজয় সাৱস্ত্য কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।