ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা বাবে শ্ৰীমতী মেটে ফ্ৰেডৰিকচেনক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

June 03rd, 06:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীমতী মেটে ফ্ৰেডৰিকচেনক একেৰাহে তৃতীয়টো উল্লেখনীয় কাৰ্যকালৰ বাবে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাত অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত আৰু ডেনমাৰ্কৰ মাজত পাৰস্পৰিক বিশ্বাস, অংশীদাৰিত্বমূলক মূল্যবোধ আৰু এক বহনক্ষম ভৱিষ্যতৰ প্ৰতি উমৈহতীয়া প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিষ্ঠিত এক দীৰ্ঘদিনীয়া অংশীদাৰিত্ব আছে। শ্ৰী মোদীয়ে কয় যে তেওঁ ভাৰত-ডেনমাৰ্ক সেউজ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰিবলৈ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে এই সহযোগিতাক এক নতুন উচ্চতালৈ লৈ যাবলৈ প্ৰধানমন্ত্ৰী ফ্ৰেডৰিকচেনৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী।

তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনৰ মাজতে ডেনমাৰ্কৰ অস্থায়ী প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

May 19th, 06:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত-নৰ্ডিক সন্মিলনৰ মাজতে অছলোত ডেনমাৰ্কৰ অস্থায়ী প্ৰধানমন্ত্ৰী মাননীয়া মেটে ফ্ৰেডৰিকছেনক সাক্ষাৎ কৰে।.

Prime Minister’s Departure Statement ahead of his visit to the UAE, Netherlands, Sweden, Norway, and Italy

May 15th, 07:56 am

PM Modi is embarking on a five-nation visit to the UAE, the Netherlands, Sweden, Norway and Italy from 15-20 May 2026. During the visit, he will meet various Heads of State and hold discussions to further strengthen partnerships across key sectors. Highlights of the visit include his participation in the European Round Table for Industry in Sweden and the 3rd India-Nordic Summit in Oslo.

ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে, আৰু ইটালীলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ (১৫ - ২০ মে', ২০২৬)

May 11th, 09:00 pm

২০২৬ চনৰ ১৫ মে’ৰ পৰা ২০ মে’লৈ ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই ভ্ৰমণৰ সময়ত তেওঁ ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰি বিভিন্ন বিষয়ত মত বিনিময় কৰিব। নেদাৰলেণ্ডত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰজা উইলেম-আলেকজেণ্ডাৰক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে আলোচনাত মিলিত হ’ব। ছুইডেনত তেওঁ প্ৰধানমন্ত্ৰী ক্ৰীষ্টাৰছনৰ সৈতে আলোচনাত মিলিত হ’ব। নৰৱেত তেওঁ ৰজা পঞ্চম হাৰাল্ডক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী জ’নাছ গাহৰ ষ্ট’ৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। ইয়াৰ পিছত তেওঁ ইটালী ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আলোচনাত মিলিত হ’ব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমতী মেটে ফ্ৰেডৰিকচনৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে

September 16th, 07:29 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমতী মেটে ফ্ৰেডৰিকচনৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।

ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট্টে ফ্ৰেডেৰিকচেনৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

April 15th, 06:02 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী আৰু ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডেৰিকচেনে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ লগতে বিশ্বৰ উন্নয়নৰ বিষয়ে বিশদভাৱে আলোচনা কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে

April 20th, 06:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী মেট ফ্ৰেডৰিকছেনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী হিচাপে পুনৰ-নিৰ্বাচিত শ্ৰীমতী মেট্টে ফ্রেডেৰিকচেনক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

December 15th, 11:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী হিচাপে পুনৰ-নিৰ্বাচিত শ্ৰীমতী মেট্টে ফ্ৰেডেৰিকচেনক অভিনন্দন জনাইছে।

ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠকৰ প্ৰেছ বিজ্ঞপ্তি

May 03rd, 06:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী. শ্ৰীমতী মেট ফ্ৰেডৰিকছেনৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

List of MoUs Agreements exchanged during the visit of Prime Minister of Kingdom of Denmark

October 09th, 03:54 pm



PM Modi's remarks at joint press meet with Danish PM

October 09th, 01:38 pm

Addressing the joint press meet with Danish PM, Prime Minister Modi said, During the Covid-19 pandemic, India and Denmark have continued their cooperation. PM Modi also said both the countries have decided to establish a Green Strategic Partnership between our two countries.

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট্টে ফ্ৰেডেৰিকচেনৰ মাজত ভাৰ্চুৱেল সন্মিল

September 27th, 07:00 pm

২৮ ছেপ্টেম্বৰ, ২০২০ত ভাৰতৰদ্বাৰা প্ৰধানমন্ত্ৰী আৰু ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট্টে ফ্ৰেডেৰিকচেনৰ মাজত এখনি ভাৰ্চুৱেল দ্বিপাক্ষিক সন্মিলনৰ আয়োজন কৰা হৈছে।

Phone call between Prime Minister Shri Narendra Modi and her Excellency Mette Frederiksen, Prime Minister of Denmark

May 14th, 08:18 pm

Prime Minister Narendra Modi had a telephone conversation with Her Excellency Mette Frederiksen, Prime Minister of Denmark. The leaders compared notes on the steps taken in the two countries to tackle the COVID-19 pandemic.