প্ৰধানমন্ত্ৰীয়েদিল্লীৰ ভগৱান মহাবীৰ বনস্থলী উদ্যানত গছপুলি ৰোপণেৰে এক পেড় মা কে নাম পদক্ষেপ শক্তিশালী কৰে আৰু আৰাৱল্লী সেউজ প্ৰাচীৰ প্ৰকল্পৰ অধীনত আৰাৱল্লী পৰ্বতমালাত পুনৰ বনানীকৰণৰ সংকল্প লয়
June 05th, 01:33 pm
বিশ্ব পৰিবেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ভগৱান মহাবীৰ বনস্থলী উদ্যানত গছপুলি ৰোপণ অভিযানত অংশগ্ৰহণ কৰি এক পেড় মা কে নাম পদক্ষেপক শক্তিশালী কৰি এটি গছপুলি ৰোপণ কৰে।প্ৰধানমন্ত্ৰীয়ে মাইলাইফ এপত ২ কোটিৰো অধিক লোকৰ অংশগ্ৰহণৰ প্ৰশংসা কৰে
June 06th, 09:43 pm
প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱৰ এটা টুইট শ্বেয়াৰ কৰি টুইটযোগে কয়: