ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি

February 21st, 12:30 pm

বিগত বৰ্ষত ব্ৰাজিলত আপোনালোকে যি আন্তৰিকতা আৰু ভব্যতাৰে সৈতে মোক আদৰণি জনাইছিল, আজি সেই একে আৱেগৰ সৈতে মই আপোনালোকক ভাৰতলৈ অভিনন্দন জনাইছো। এয়া মোৰ বাবে বিশেষ সন্তুষ্টিৰ কথা। ভাৰত আৰু ব্ৰাজিলৰ সম্পৰ্ক দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰপতি লুলাৰ দূৰদৰ্শীতা আৰু প্ৰেৰণাদায়ক নেতৃত্বৰ দ্বাৰা উপকৃত হৈছে।

পেৰাগুৱেৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 02nd, 03:00 pm

ভাৰতলৈ আপোনাক আৰু আপোনাৰ প্ৰতিনিধি দলটোক আমি অতি উষ্ম আদৰণি জনাইছো। পেৰাগুৱে দক্ষিণ আমেৰিকাৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। আমাৰ ভৈগলিক অৱস্থিতি বেলেগ হ’ব পাৰে, কিন্তু আমি একে গণতান্ত্ৰিক মূল্যবোধৰেই অংশীদাৰ আৰু মানুহৰ কল্যাণৰ বিষয়ত গুৰুত্ব দিও।