আইচিচি পুৰুষ টি-২০ বিশ্বকাপ জয় কৰা টীম ইণ্ডিয়াক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
March 08th, 11:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় ক্ৰিকেট টীমক আইচিচি পুৰুষ টি-২০ বিশ্বকাপ জয়ৰ বাবে অভিনন্দন জনাইছে। শ্ৰী মোদীয়ে কয় যে এই উল্লেখযোগ্য জয়ে অসামান্য দক্ষতা, দৃঢ়তা আৰু টীমৱৰ্কৰ প্ৰতিফলন ঘটাইছে। তেওঁ উল্লেখ কৰে যে টীমটোৱে প্ৰতিযোগিতাখনত অসাধাৰণ ধৈৰ্য্য প্ৰদৰ্শন কৰিছে।The best days of India–Namibia relations are ahead of us: PM Modi in the parliament of Namibia
July 09th, 08:14 pm
PM Modi addressed the Parliament of Namibia and expressed gratitude to the people of Namibia for conferring upon him their highest national honour. Recalling the historic ties and shared struggle for freedom between the two nations, he paid tribute to Dr. Sam Nujoma, the founding father of Namibia. He also called for enhanced people-to-people exchanges between the two countries.Prime Minister addresses the Namibian Parliament
July 09th, 08:00 pm
PM Modi addressed the Parliament of Namibia and expressed gratitude to the people of Namibia for conferring upon him their highest national honour. Recalling the historic ties and shared struggle for freedom between the two nations, he paid tribute to Dr. Sam Nujoma, the founding father of Namibia. He also called for enhanced people-to-people exchanges between the two countries.১৯৯৬ৰ শ্ৰীলংকাৰ ক্ৰিকেট টীমৰ সৈতে প্ৰধানমন্ত্ৰীৰ বিশেষ মত-বিনিময়ৰ অসমীয়া অনুবাদ
April 05th, 10:25 pm
আপোনালোক সকলোকে লগ পোৱাৰ সুযোগ পাই মই আনন্দিত হৈছোঁ। মই অনুভৱ কৰোঁ যে আপোনালোকৰ টীমটো এনেকুৱা এটা দল, যাক ভাৰতৰ জনসাধাৰণে এতিয়াও মৰমেৰে মনত পেলায়। আপোনাসৱে ভাৰতীয় দলক পৰাস্ত কৰা সময়খিনিৰ কথা ৰাষ্ট্ৰই পাহৰা নাই।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯৯৬ৰ শ্ৰীলংকাৰ ক্ৰিকেট টীমৰ সৈতে মত-বিনিময় কৰে
April 05th, 10:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি শ্ৰীলংকাৰ কলম্বোত ১৯৯৬ৰ শ্ৰীলংকাৰ ক্ৰিকেট টীমৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত ক্ৰিকেটাৰসকলে সন্মানীয় প্ৰধানমন্ত্ৰীক লগ পাই সন্তোষ আৰু কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক লগ পাই আনন্দিত হোৱাৰ লগতে কয় যে ভাৰতৰ জনসাধাৰণৰ দলটোৰ প্ৰভাৱশালী প্ৰদৰ্শনৰ কথা, বিশেষকৈ চিৰস্থায়ী ছাপ বহনকাৰী স্মৰণীয় জয়ৰ কথা এতিয়াও মনত আছে। তেখেতে লগতে কয় যে তেওঁলোকৰ এই কৃতিত্বৰ কথা ৰাষ্ট্ৰখনৰ মাজত আজিও চৰ্চিত হৈ আছে।PM Modi meets with Prime Minister of Trinidad and Tobago
November 21st, 10:42 pm
PM Modi met with Prime Minister Dr. Keith Rowley of Trinidad & Tobago during the 2nd India-CARICOM Summit in Georgetown, Guyana. PM Modi congratulated Dr. Rowley on adopting India’s UPI platform and assured continued collaboration on digital transformation. He also praised Rowley for co-hosting the ICC T20 Men’s Cricket World Cup.বিশ্ব টি২০ জয়ী ভাৰতীয় ক্ৰিকেট দলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ পূৰ্ণপাঠ
July 05th, 04:00 pm
প্ৰধানমন্ত্ৰীঃবন্ধুসকল! আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আমাৰ বাবে আনন্দৰ বিষয় এয়ে যে আপোনালোকে দেশখনক উৎসাহ আৰু উদযাপনেৰে ভৰাই তুলিছে। আৰু, দেশবাসীৰ সকলো আশা-কামনাক আপোনাসৱেপূৰণ কৰিছে। মোৰফালৰপৰা আপোনালোকক অলেখ অভিনন্দন জনালোঁ। সাধাৰণতে মই কাৰ্য্যালয়ত গভীৰ নিশা কাম কৰোঁ। কিন্তু,সিদিনা টিভিটো অন কৰি ফাইল এটাওচাই আছিলোঁ যদিওফাইলটোত মনোনিৱেশ কৰিব পৰা নাছিলোঁ। সেইদিনা আপোনালোকে দলীয় মনোভাৱক উজ্জ্বল কৰি তুলিছিল, আপোনালোকৰ প্ৰতিভা আৰু ধৈৰ্য্য দেখা পাইছিলোঁ। মই দেখিবলৈ পাইছিলোঁ,আপোনালোকে ধৈৰ্য্য ধৰিছিল, কোনো খৰখেদা নাই। আপোনালোক গভীৰ আত্মবিশ্বাসেৰে ভৰি আছিল, মোৰ ফালৰপৰা আপোনালোকক অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰীয়ে ২০২৪ বৰ্ষৰ আইচিচি টি-২০ বিশ্বকাপ বিজয়ী দলক অভ্যৰ্থনা জনায়
July 04th, 02:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ বাসগৃহত আইচিচি টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় পুৰুষ ক্ৰিকেট দলটোক অভ্যৰ্থনা জনায়।ভাৰতীয় ক্ৰিকেট দলক টি-২০ বিশ্বকাপ জয় কৰাৰ বাবে ফোনযোগে অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ
June 30th, 02:06 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক টেলিফোনিক বাৰ্তালাপত ভাৰতীয় পুৰুষ ক্ৰিকেট দলক আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপত জয়লাভ কৰাৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিযোগিতাখনত দলৰ সদস্যসকলে প্ৰদৰ্শন কৰা অনবদ্য দক্ষতা আৰু শক্তিশালী মনোভাৱৰ শলাগ লয়।প্ৰধানমন্ত্ৰীয়ে টি20 বিশ্বকাপ জয় কৰাত ভাৰতীয় ক্ৰিকেট টীমক অভিনন্দন জনায়
June 29th, 11:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টি20 বিশ্বকাপ জয় কৰাত ভাৰতীয় ক্ৰিকেট টীমক অভিনন্দন জনায়।বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰেছ বিবৃতি
June 22nd, 01:00 pm
প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাজী আৰু তেওঁৰ প্ৰতিনিধি দললৈ উষ্ম আদৰণি জনাইছো। যোৱা এবছৰত আমি দহবাৰ লগ হৈছো। কিন্তু আজিৰ এই ভ্ৰমণ বিশেষ। কাৰণ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাজী আমাৰ চৰকাৰৰ তৃতীয় কাৰ্যকালত আমাৰ প্ৰথম ৰাজ্যিক অতিথি।মন কী বাত, ডিচেম্বৰ ২০২৩
December 31st, 11:30 am
বন্ধুসকল, ‘মন কী বাত’ শুনি বহুতে মোক লিখি নিজৰ স্মৰণীয় মুহূৰ্তবোৰ শ্বেয়াৰ কৰিছে। এশ চল্লিশ কোটি ভাৰতীয়ৰ শক্তি এই যে এইবাৰ আমাৰ দেশে বহু বিশেষ তাৎপৰ্যপূৰ্ণ সাফল্য লাভ কৰিছে। এই বছৰতে ‘নাৰী শক্তি বন্দন আইন’ গৃহীত হয় যিটো বহু বছৰ ধৰি অপেক্ষা কৰি আছিল। ভাৰত পঞ্চম বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে পৰিগণিত হোৱাৰ লগে লগে বহু লোকে আনন্দ প্ৰকাশ কৰি চিঠি লিখিছিল। বহুতে মোক জি-২০ সন্মিলনৰ সফলতাৰ কথা সোঁৱৰাই দিছিল৷ বন্ধুসকল, আজি ভাৰতৰ প্ৰতিটো কোণত আত্মবিশ্বাসেৰে ভৰপূৰ, উন্নত ভাৰতৰ চিন্তাত, আত্মনিৰ্ভৰশীলতাৰ চিন্তাত আকৰ্ষিত। ২০২৪ চনত আমি এই চিন্তা আৰু প্ৰভাৱ বজাই ৰখাটো প্ৰয়োজন। দীপাৱলীৰ অভিলেখ পৰিমাণ সামগ্ৰী বিক্ৰীয়ে প্ৰমাণ কৰিলে যে প্ৰতিজন ভাৰতীয়ই ‘ভোকেল ফৰ লোকেল’ মন্ত্ৰক মূল্য দিয়ে।"আমি আজি আৰু সদায় আপোনালোকৰ লগত থিয় দিছোঁ", টিম ইণ্ডিয়াক কয় পিএমে
November 19th, 09:40 pm
বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰদৰ্শনৰ বাবে আজি প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে।বিশ্ব কাপ ক্ৰিকেটত জয়ৰ বাবে অষ্ট্ৰেলিয়াক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
November 19th, 09:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্বকাপত জয়ৰ বাবে অষ্ট্ৰেলিয়াক অভিনন্দন জনাইছে।PM wishes Team India for the Cricket World Cup final
November 19th, 12:44 pm
The Prime Minister has conveyed his best wishes to Team India for their World Cup Final match today.India is poised to continue its trajectory of success: PM Modi
November 17th, 08:44 pm
Speaking at the BJP's Diwali Milan event at the party's headquarters in New Delhi, Prime Minister Narendra Modi reiterated his commitment to transform India into a 'Viksit Bharat,' emphasizing that these are not merely words but a ground reality. He also noted that the 'vocal for local' initiative has garnered significant support from the people.PM Modi addresses Diwali Milan programme at BJP HQ, New Delhi
November 17th, 04:42 pm
Speaking at the BJP's Diwali Milan event at the party's headquarters in New Delhi, Prime Minister Narendra Modi reiterated his commitment to transform India into a 'Viksit Bharat,' emphasizing that these are not merely words but a ground reality. He also noted that the 'vocal for local' initiative has garnered significant support from the people.আই চি চি ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ফাইনেলত প্ৰৱেশৰ বাবে ভাৰতীয় ক্ৰিকেট দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
November 15th, 11:51 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আই চি চি ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ছেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট দলৰ অনবদ্য বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।PM congratulates Indian cricket team for winning against South Africa
November 05th, 10:22 pm
The Prime Minister, Shri Narendra Modi, today congratulated the Indian cricket team for its win over South Africa in the ongoing World Cup.শ্ৰীলংকাৰ বিৰুদ্ধে বিশ্বকাপৰ খেলখনত ভাৰতীয় বিজয়ক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
November 02nd, 10:51 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক্ৰিকেট বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে এক সুন্দৰ বিজয় সাব্যস্ত কৰাৰ বাবে ‘টীম ইণ্ডিয়া’ক অভিনন্দন জ্ঞাপন কৰে।