Prime Minister Narendra Modi to visit Assam

March 12th, 05:33 pm

PM Modi will visit Assam on 13-14 March 2026. During the visit, the PM will inaugurate, dedicate to the nation, lay foundation stones, perform Bhoomi Poojan and flag off multiple development projects worth more than ₹47,600 crore across Kokrajhar, Guwahati and Silchar. In Guwahati, the PM will distribute land pattas to tea garden workers and will also release the 22nd installment of the PM-KISAN scheme.

PM condoles the passing of Lok Sabha MP from Shillong, Dr. Ricky AJ Syngkon

February 20th, 09:31 am

Prime Minister Shri Narendra Modi condoled the passing of Lok Sabha MP from Shillong, Dr. Ricky AJ Syngkon.

মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

February 05th, 08:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰত সংঘটিত হোৱা দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুওৱাৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। তেওঁ প্ৰতিজন মৃতকৰ ওচৰৰ আত্মীয়ৰ বাবে পিএমএনআৰএফৰ পৰা ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰে।

মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীক

January 29th, 08:27 pm

মেঘালয়ৰ মুখ্যমন্ত্ৰী শ্ৰী কনৰাড চাংমাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাৰ ৰাজ্যিক দিৱস উপলক্ষে সংস্কৃতৰ সুভাষিতম শ্বেয়াৰ কৰি নিৰন্তৰ প্ৰচেষ্টা আৰু প্ৰগতিৰ মনোভাৱৰ ওপৰত আলোকপাত আৰু শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

January 21st, 09:28 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাকে ধৰি উত্তৰ-পূবৰ তিনিখন ৰাজ্যৰ জনসাধাৰণক তেওঁলোকৰ ৰাজ্যসমূহৰ প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।

মেঘালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

January 21st, 09:21 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেঘালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।

২৯.০৬.২০২৫ত ‘মন কী বাত’ৰ ১২৩সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 29th, 11:30 am

নমস্কাৰ। 'মন কী বাত'লৈ আপোনালোকক স্বাগতম। সকলোকে অভিনন্দন জনাইছো। বৰ্তমান আপোনালোক সকলোৱেই যোগৰ শক্তি আৰু ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ স্মৃতিৰে পৰিপূৰ্ণ হৈ আছে। এইবাৰো ২১ জুনত দেশৰ লগতে বিশ্বৰ কোটি কোটি লোকে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ত অংশগ্ৰহণ কৰিলে। আপোনালোকৰ নিশ্চয় মনত আছে ১০ বছৰ আগতে যোগ দিৱস আৰম্ভ হৈছিল। এতিয়া ১০ বছৰৰ পাছত এই ধাৰাটো প্ৰতি বছৰে অধিক বিশাল হৈ পৰিছে। ইয়াৰ দ্বাৰাও দৈনন্দিন জীৱনত অধিক সংখ্যক লোকে যোগাসনক গ্ৰহণ কৰাৰ ইংগিত পোৱা যায়। আমি এইবাৰ 'যোগ দিৱস'ৰ ইমানবোৰ আকৰ্ষণীয় ছবি দেখিছো। তিনি লাখ লোকে বিশাখাপট্টনমৰ উপকূলত একেলগে যোগাসন কৰিলে। আন এক আচৰিত দৃশ্য আহিল বিশাখাপট্টনমৰ পৰাই, দুহাজাৰৰো অধিক জনজাতীয় ছাত্ৰ-ছাত্ৰীয়ে ১০৮ মিনিটত ১০৮ বাৰ সূৰ্য্য নমস্কাৰ কৰিলে। কল্পনা কৰকচোন, তেওঁলোকৰ কিমান অনুশাসন, কিমান সমৰ্পণ আছিল। আমাৰ নৌসেনাৰ জাহাজবোৰতো যোগৰ এক ভব্য আভাস দেখা গ’ল৷ তিনি হাজাৰ দিব্যাংগ বন্ধুৱে একেলগে তেলেংগানাত যোগ শিবিৰত অংশ লৈছিল। তেওঁলোকে দেখুৱাইছিল যে যোগাসনে কেনেকৈ সবলীকৰণৰো মাধ্যম হৈ পৰিছে। দিল্লীৰ মানুহে পৰিস্কাৰ যমুনাৰ সংকল্পৰ সৈতে যোগক সংযোগ কৰি যমুনাৰ পাৰলৈ গৈ যোগাসন কৰিলে। বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং জম্মু-কাশ্মীৰৰ চেনাব দলঙতো মানুহে যোগাসন কৰিলে। হিমালয়ৰ বৰফৰ শৃংগ আৰু আইটিবিপিৰ জোৱানেও যোগ অনুশীলন কৰা দেখা গ’ল। সাহস আৰু সাধনা একেলগে দেখিবলৈ পালো। গুজৰাটৰ মানুহেও সৃষ্টি কৰিলে এক নতুন ইতিহাস। বাদনগৰত ২,১২১ জন লোকে একেলগে ভুজংগাসন কৰি এক নতুন অভিলেখ গঢ়িলে। যোগৰ ছবি নিউয়ৰ্ক, লণ্ডন, টকিঅ’, পেৰিছকে ধৰি পৃথিৱীৰ প্ৰতিখন ডাঙৰ চহৰৰ পৰা আহিছিল আৰু প্ৰতিখন ছবিতে এটা বস্তু বিশেষ আছিল, শান্তি, ধৈৰ্য আৰু ভাৰসাম্য। এইবাৰ থিমটোও আছিল অতি বিশেষ, ‘এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ’। এয়া কেৱল শ্লোগান নহয়, ই এক দিশ যিয়ে আমাক ‘বসুধৈৱ কুটুম্বকম’ অনুভৱ কৰাইছে। মই নিশ্চিত যে এইবাৰৰ যোগ দিৱসৰ বিশালতাই নিশ্চিতভাৱে অধিক সংখ্যক লোকক যোগ গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিব।

‘ৰাজ্যৰ মৰ্যাদা দিৱস’ত মেঘালয়ৰ জনসাধাৰণক শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে

January 21st, 08:44 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ৰাজ্যৰ মৰ্যাদা দিৱস’ত মেঘালয়বাসীক শুভেচ্ছা জ্ঞাপন কৰে।

নতুন দিল্লীত অষ্টলক্ষ্মী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

December 06th, 02:10 pm

অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী, মিজোৰাম আৰু নাগালেণ্ড চৰকাৰৰ মন্ত্ৰীগণ, অন্যান্য জনপ্ৰতিনিধিসকল, উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা সকলো ভাতৃ-ভগ্নী, দেৱী আৰু সজ্জনসকল।

অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

December 06th, 02:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত সকলো বিশিষ্ট ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে কয় যে আজি বাবাছাহেব ড০ বি আৰ আম্বেদকাৰৰ মহাপৰিনিৰ্বাণ দিৱস। তেওঁ লগতে কয় যে ৭৫ বছৰ সম্পূৰ্ণ কৰা বাবাছাহেব আম্বেদকাৰে প্ৰস্তুত কৰা সংবিধানখন সকলো নাগৰিকৰ বাবে এক বৃহৎ প্ৰেৰণা। শ্ৰী মোদীয়ে ভাৰতৰ সকলো নাগৰিকৰ হৈ বাবাছাহেব আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

প্ৰধানমন্ত্ৰীক সাক্ষাৎ মেঘালয়ৰ ৰাজ্যপালৰ

August 03rd, 10:05 pm

মেঘালয়ৰ ৰাজ্যপাল শ্ৰী চি এইচ বিজয়শংকৰে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰীক সাক্ষাৎ ঝাৰখণ্ডৰ মু্খ্যমন্ত্ৰীৰ

July 15th, 12:18 pm

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী হেমন্ত ছোৰেনে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

PM congratulates people of Meghalaya on statehoood day

January 21st, 09:25 am

The Prime Minister, Shri Narendra Modi, congratulated the people of Meghalaya on the statehood day today.

আপুনি আপোনাৰ গাঁৱৰ মোদী, প্ৰধানমন্ত্ৰীয়ে মেঘালয়ৰ ৰিভয়ৰ ছিলমে মাৰাকক কয়

January 18th, 03:47 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। এই কাৰ্যসূচীত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হাজাৰ হাজাৰ হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্যায়ৰ প্ৰতিনিধিয়েও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

ত্ৰিপুৰাৰ খোৱাই-হাৰিনা পথৰ ১৩৫ কিলোমিটাৰ অংশৰ উন্নয়ন আৰু বহলীকৰণৰ বাবে কেবিনেটৰ অনুমোদন

December 27th, 08:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষাধীন অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে ২০৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১০১.৩০০ কিলোমিটাৰ (খোৱাই) ৰপৰা ২৩৬.২১৩ কিলোমিটাৰ (হাৰিনা)লৈকে পথৰ পকী কিনাৰযুক্ত দুটা লেনলৈ উন্নয়ন আৰু বহলীকৰণৰ বাবে অনুমোদন জনাইছে। এই ৰাষ্ট্ৰীয় ঘাইপথৰ ত্ৰিপুৰাত মুঠ দৈৰ্ঘ্য ১৩৪.৯১৩ কিলোমিটাৰ।

মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাত্

December 14th, 04:28 pm

মেঘালয়ৰ মুখ্যমন্ত্ৰী শ্ৰী কনৰাড চাংমাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

Happy to see Meghalaya’s Pineapples receiving the recognition they deserve: PM Modi

August 19th, 11:10 am

PM Modi said that he is happy to see Meghalaya’s Pineapples receiving the recognition they deserve both domestically and internationally. He added that such endeavors not only celebrate our perse agricultural heritage but also empower our farmers.

প্ৰধানমন্ত্ৰীক সাক্ষাৎ মেঘালয় চৰকাৰৰ মুখ্যমন্ত্ৰী, বিধানসভাৰ অধ্যক্ষ আৰু মন্ত্ৰীবৰ্গৰ

August 08th, 04:30 pm

মেঘালয় চৰকাৰৰ মুখ্যমন্ত্ৰী শ্ৰী কনৰাড ছাংমা, বিধানসভাৰ অধ্যক্ষ শ্ৰী থমাছ এ. ছাংমা আৰু মন্ত্ৰীবৰ্গই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

অসমৰ প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰাৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

May 29th, 12:22 pm

অসমৰ ৰাজ্যপাল শ্ৰী গুলাব চান্দ কাটাৰিয়াজী, মুখ্যমন্ত্ৰী ভাই হিমন্ত বিশ্ব শৰ্মাজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সদস্য অশ্বিনী বৈষ্ণৱ জী, সৰ্বানন্দ সোণোৱালজী, ৰামেশ্বৰ তেলী জী, নিশিথ প্ৰমানিক জী, জন বৰলাজী, আন সকলো মন্ত্ৰী, সাংসদ, বিধায়ক আৰু মোৰ মৰমৰ ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীক নিউ জলপাইগুৰিৰ সৈতে সংযোগ কৰা অসমৰ প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে

May 29th, 12:21 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে। বন্দে ভাৰত এক্সপ্ৰেছে গুৱাহাটীক নিউ জলপাইগুৰিৰ সৈতে সংযুক্ত কৰিব আৰু এই যাত্ৰাত ৫ ঘন্টা ৩০ মিনিট সময় লাগিব। প্ৰধানমন্ত্ৰীয়ে ১৮২ ৰুট কিলোমিটাৰ নতুনকৈ বিদ্যুৎ সংযোগী অংশ উচৰ্গা কৰাৰ লগতে অসমৰ লামডিঙত নতুনকৈ নিৰ্মিত DEMU/MEMU চেড উদ্বোধন কৰে।