'বিকশিত ভাৰত'ৰ লক্ষ্যত গ্ৰামোন্নয়ন, কৃষি, সমাজ কল্যাণ আৰু আনুষংগিক খণ্ডসমূহৰ প্ৰগতিৰ পৰ্যালোচনাৰ বাবে সচিবসকলৰ উচ্চস্তৰীয় বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
July 22nd, 07:37 pm
প্ৰধানমন্ত্ৰীয়ে আজি ৭, লোককল্যাণ মাৰ্গস্থিত তেওঁৰ চৰকাৰী বাসভবনত ‘বিকশিত ভাৰত’ৰ লক্ষ্যপ্ৰাপ্তিৰ দিশত গ্ৰামোন্নয়ন, কৃষি, সমাজ কল্যাণ আৰু আনুষংগিক খণ্ডসমূহৰ প্ৰগতিৰ পৰ্যালোচনাৰ বাবে সচিবসকলৰ সৈতে এক উচ্চস্তৰীয় বৈঠকত অধ্যক্ষতা কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
July 22nd, 03:24 pm
অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী এন চন্দ্ৰবাবু নাইডুৱে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ বিশিষ্ট উদ্যোগপতি শ্ৰী ৰবি কান্তৰ
July 18th, 10:25 pm
বিশিষ্ট উদ্যোগপতি শ্ৰী ৰবি কান্তে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি তেওঁৰ ‘লিডিং ফ্ৰম দ্য বেক- টু এচিভ দ্য ইম্প’চিবল’ নামৰ গ্ৰন্থখন প্ৰদান কৰে।সন্ত নিৰঞ্জন দাসজীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
July 17th, 10:30 pm
আজি জলন্ধৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত নিৰঞ্জন দাসজীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে কয় যে আধ্যাত্মিক সচেতনতা আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত সন্ত নিৰঞ্জন দাসজীৰ অৱদান গভীৰভাৱে প্ৰেৰণাদায়ক।প্ৰধানমন্ত্ৰীৰ ৫২ সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা
June 24th, 09:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সেৱা তীৰ্থত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক নিৰবিচ্ছিন্নভাৱে একত্ৰিত কৰি সক্ৰিয় প্ৰশাসন আৰু সময়োপযোগী ৰূপায়ণক উৎসাহিত কৰাৰ লক্ষ্যৰে আইচিটি-সক্ষম, মাল্টি-মডেল প্লেটফৰ্ম প্ৰগতিৰ ৫২ সংখ্যক বৈঠকত সভাপতিত্ব কৰে।বিশিষ্ট বৌদ্ধ পণ্ডিত ৰবাৰ্ট এ এফ থাৰমেনৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
June 18th, 05:30 am
ৰবাৰ্ট এ এফ থাৰমেনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।শ্লোভাকিয়াত উপস্থিত হৈছেহি প্ৰধানমন্ত্ৰী মোদী
June 15th, 02:15 am
ভাৰত-শ্লোভাকিয়াৰ সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্বৰূপে শ্লোভাকিয়াৰ ব্ৰাটিস্লাভাত উপস্থিত হয়হি প্ৰধানমন্ত্ৰী মোদী। পদাৰ্পণৰ মুহূৰ্তত তেওঁক উষ্ম আদৰণি জনোৱা হয়।কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
June 11th, 06:06 pm
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী ডি কে শিৱকুমাৰে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ বৈঠক অনুষ্ঠিত
June 06th, 06:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বৈঠকত ভাৰতৰ অৰ্থনৈতিক পৰিৱৰ্তন আৰু দীৰ্ঘম্যাদী উন্নয়নৰ অগ্ৰাধিকাৰৰ সৈতে জড়িত বহু বিষয়কলৈ আলোচনা কৰা হয়।UK Foreign Secretary meets Prime Minister
June 04th, 09:56 pm
PM Modi met UK Foreign Secretary Yvette Cooper and appreciated the deepening India-UK partnership, highlighting the unprecedented growth opportunities emerging for both nations. He reaffirmed that the India-UK Vision 2035 will continue to guide bilateral cooperation and strengthen joint efforts for global good.প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে
June 01st, 06:52 pm
ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।জনজাতি সুৰক্ষা মঞ্চৰ প্ৰতিনিধিসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
May 28th, 10:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত জনজাতি সুৰক্ষা মঞ্চৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ
May 27th, 06:09 pm
তামিলনাডুৰ মুখ্যমন্ত্ৰী থিৰু চি যোচেফ বিজয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিলে অষ্ট্ৰেলিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী চিনেটৰ পেনি ৱঙে
May 26th, 08:19 pm
অষ্ট্ৰেলিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী চিনেটৰ পেনি ৱঙৰ সাক্ষাৎ লাভ কৰি সুখ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে । দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা, বাণিজ্য, প্ৰযুক্তি আৰু যোগান শৃংখলৰ স্থিতিস্থাপকতা নিশ্চিত কৰাৰ দৰে ক্ষেত্ৰত ভাৰত-অষ্ট্ৰেলিয়া সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰে ।প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিলে জাপানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে
May 26th, 08:13 pm
আজি নতুন দিল্লীত জাপানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী টোছিমিটছু মোটেগীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে
May 26th, 06:59 pm
আজি নতুন দিল্লীত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী শ্ৰী মাণিক সাহাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ ওড়িশাৰ মুখ্যমন্ত্ৰীৰ
May 25th, 06:02 pm
ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝিয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে
May 22nd, 05:47 pm
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শ্ৰী শুভেন্দু অধিকাৰীয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী এন চন্দ্ৰবাবু নাইডু আৰু তেওঁৰ পৰিয়ালক হায়দৰাবাদত সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
May 10th, 10:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী এন চন্দ্ৰবাবু নাইডু আৰু তেওঁৰ পৰিয়ালক হায়দৰাবাদস্থিত তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে।Prime Minister meets Andhra Pradesh Deputy Chief Minister, Shri Pawan Kalyan
May 10th, 09:50 pm
In a heartfelt gesture, PM Modi visited the residence of Andhra Pradesh Deputy Chief Minister Pawan Kalyan. The PM had a warm meeting with Pawan Kalyan and his family members, during which he enquired about his well-being.