মহীশূৰত স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ-বিবেক স্মাৰক উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
August 01st, 04:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ মহীশূৰত স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ - বিবেক স্মাৰক উদ্বোধন কৰে। অনুষ্ঠানত সমবেত গণ্যমান্য ব্যক্তিসকলৰ লগতে বিশাল জনসমাগমক সম্ভাষণ জনাই প্ৰধানমন্ত্ৰীয়ে দেৱী চামুণ্ডেশ্বৰী দেৱীক শ্ৰদ্ধা জনায়।কৰ্ণাটকৰ মহীশূৰত স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ - বিবেক স্মাৰক উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 01st, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ মহীশূৰত স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ - বিবেক স্মাৰক উদ্বোধন কৰে। অনুষ্ঠানত সমবেত গণ্যমান্য ব্যক্তিসকলৰ লগতে বিশাল জনসমাগমক সম্ভাষণ জনাই প্ৰধানমন্ত্ৰীয়ে দেৱী চামুণ্ডেশ্বৰী দেৱীক শ্ৰদ্ধা জনায়।চণ্ডীগড়ত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
July 17th, 02:08 pm
চণ্ডীগড় কেৱল এখন চহৰ নহয়-ই ভাৰতৰ বাবে উন্নয়নৰ এক আদৰ্শ হৈ আহিছে। চণ্ডীগড় পৰিকল্পিত বিকাশৰ বাবে, উন্নত জীৱনশৈলী আৰু জীৱন ধাৰণৰ সূচলতাৰ চহৰ হিচাপে ইয়াৰ পৰিচয়ৰ বাবে জনাজাত। ই উন্নত চিকিৎসা সুবিধাৰ বাবে স্বীকৃত আৰু সৰ্বোপৰি, মা চণ্ডীৰ আশীৰ্বাদৰ বাবে। সেয়েহে এন ডি এ চৰকাৰৰ বাবে চণ্ডীগড়ৰ উন্নয়ন সদায় অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে। আপোনালোকৰ মনত থাকিব পাৰে, প্ৰায় ডেৰ বছৰ পূৰ্বে দেশে ইয়াৰ ন্যায় ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰিছিল। আমি দণ্ডবিধিৰ ঠাইত শাস্তি-ভিত্তিক আইনৰ পৰিৱৰ্তে ভাৰতীয় ন্যায় সংহিতা-এক ন্যায়-ভিত্তিক আইনী পৰিকাঠামো স্থাপন কৰিছিলো আৰু ভাৰতীয় ন্যায় সংহিতাৰ ৰূপায়ণ ইয়াতেই চণ্ডীগড়ত আৰম্ভ হৈছিল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চণ্ডীগড়ত ৪,৭০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিভিন্ন প্ৰকল্প ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে, যিবোৰে স্বাস্থ্যসেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনিক সামৰি লয়
July 17th, 01:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চণ্ডীগড়ত ৪,৭০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিভিন্ন প্ৰকল্প ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে, যিবোৰে স্বাস্থ্যসেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনিক সামৰি লয়। এই প্ৰকল্পবোৰে শৃংখলাবদ্ধ ৰাষ্ট্ৰীয় প্ৰগতিৰ আৰ্হি হিচাপে চহৰখনৰ অনন্য মাত্ৰাক আলোকপাত কৰি তেওঁ উন্নত জীৱনশৈলী আৰু জীৱন-যাপনৰ সহজতা নিশ্চিত কৰাৰ বাবে ইয়াৰ পৰিনামৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মা চণ্ডীৰ পৰা আশীৰ্বাদ বিচাৰি তেওঁ ইয়াৰ ধাৰাবাহিক আৰু পদ্ধতিগত উন্নয়নৰ প্ৰতি প্ৰশাসনৰ অটল দায়বদ্ধতাক পুনৰবাৰ উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে চণ্ডীগড়ৰ উন্নয়ন বৰ্তমানৰ চৰকাৰৰ বাবে সদায় শীৰ্ষ অগ্ৰাধিকাৰ হৈ আহিছে।হাৰিয়ানাৰ জিন্দত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
July 17th, 12:00 pm
এইবোৰ ইয়ালৈ অনা কিছুমান ফটো- অনুগ্ৰহ কৰি সংগ্ৰহ কৰক, নহ’লে পিছফালে বহি থকাসকলে চাব নোৱাৰিব৷ এছ পি জিৰ কৰ্মীসকল, অনুগ্ৰহ কৰি সংগ্ৰহ কৰক। ধন্যবাদ ভাই, ইমান ধুনীয়া ছবিবোৰৰ বাবে। তাত সৰু ছোৱালী এজনীয়েও কিবা এটা আনিছে- অনুগ্ৰহ কৰি সেয়াও সংগ্ৰহ কৰক। ইয়াতো দুজন ভদ্ৰলোক দেখা গৈছে। আৰু এতিয়া, সকলোৱে অনুগ্ৰহ কৰি আৰামত বহিব। আপোনালোকৰ মৰমৰ বাবে, এই কলাত্মক সাধনাৰ বাবে সকলোকে ধন্যবাদ জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ জিন্দত প্ৰায় ১৪,৭০০ কোটি টকা মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
July 17th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ জিন্দত প্ৰায় ১৪,৭০০ কোটি টকা মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। এই স্থানত উপস্থিত হৈ গভীৰ আনন্দ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে শক্তি পীঠ মাতা জয়ন্তীৰ দ্বাৰা অনন্যভাৱে আশীৰ্বাদপুষ্ট অঞ্চলটোৰ সমৃদ্ধ ঐতিহাসিক, সামৰিক আৰু আধ্যাত্মিক ঐতিহ্যৰ ওপৰত আলোকপাত কৰে। কেইবা দশক পূৰ্বে সাংগঠনিক কৰ্তব্যৰ বাবে চহৰখনত তেওঁৰ প্ৰাৰম্ভিক ভ্ৰমণৰ কথা স্মৰণ কৰি তেওঁ লাভ কৰা অবিস্মৰণীয় মৰমৰ কথা স্মৰণ কৰে, যি অন্তৰ্নিহিতভাৱে মুৰা ম’হৰ দুগ্ধজাত সামগ্ৰী, দেশী বুৰা আৰু ঘেৱৰৰ দৰে স্থানীয় ৰন্ধন সামগ্ৰীৰ সৈতে জড়িত। ‘এয়া কোনো সাধাৰণ ঠাই নহয়; ইয়াৰ ইতিহাস, সাহসিকতা, ধৰ্ম আৰু অপৰিসীম গৌৰৱেৰে গভীৰ।’ শ্ৰী মোদীয়ে কয়।Daman has become a living example of Mini India: PM Modi
June 05th, 07:20 pm
Addressing a public gathering in Daman, PM Modi lauded Daman as a living example of Mini India. Launching multiple transformative projects spanning connectivity, health, education, tourism, and urban infrastructure, he highlighted the region's prowess in solar energy and cleanliness. Listing various government initiatives that transformed the lives of the people, he assured the Union Territory of the central government's continued support.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দমনত প্ৰায় ২,৯৭০ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে
June 05th, 07:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দমনত প্ৰায় ২,৯৭০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন , দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। স্থানীয় নেতা আৰু নাগৰিকৰ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণৰ আৰম্ভণিতে জনসাধাৰণৰ আপ্লুত অংশগ্ৰহণৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। পূৰ্বৰ ভ্ৰমণৰ কথা স্মৰণ কৰি তেওঁ কয় যে তেওঁৰ পূৰ্বৰ পৰ্যবেক্ষণ বাস্তৱলৈ ৰূপান্তৰিত হৈছে, এতিয়া এই অঞ্চলে দেশৰ বৈচিত্ৰ্যময় আৰু সজীৱ সত্তাক গৌৰৱেৰে প্ৰতিনিধিত্ব কৰিছে। ‘“দমন মিনি ইণ্ডিয়াৰ এক জীৱন্ত নিদৰ্শন হৈ পৰিছে, য’ত বিভিন্ন অঞ্চলৰ লোকৰ বসবাসে সমগ্ৰ দেশৰ এক সুন্দৰ আভাস প্ৰদান কৰিছে,”’ শ্ৰী মোদীয়ে মন্তব্য কৰে।PM Modi’s interaction with the BJP Karyakartas from Tamil Nadu
April 13th, 04:00 pm
PM Modi interacted with BJP Karyakartas from Tamil Nadu during the ‘Mera Booth, Sabse Mazboot Samvaad’, acknowledging their relentless grassroots efforts in strengthening the NDA’s outreach across the state.TMC is Anti-North Bengal, Anti-tribal, Anti-tea garden, Anti-women & Anti-youth: PM Modi in Siliguri
April 12th, 01:15 pm
Ahead of the West Bengal Assembly elections, Prime Minister Narendra Modi today turbocharged the BJP’s campaign with a high-energy address in Siliguri, drawing massive public support. Addressing a packed rally in North Bengal, the PM launched a scathing attack on the ruling All India Trinamool Congress (TMC), accusing it of corruption, neglect and fostering a climate of fear.PM Modi’s high-energy speech electrifies the Siliguri crowd
April 12th, 01:00 pm
Ahead of the West Bengal Assembly elections, Prime Minister Narendra Modi today turbocharged the BJP’s campaign with a high-energy address in Siliguri, drawing massive public support. Addressing a packed rally in North Bengal, the PM launched a scathing attack on the ruling All India Trinamool Congress (TMC), accusing it of corruption, neglect and fostering a climate of fear.West Bengal's decline came under Congress, then Left, now TMC: PM Modi in Cooch Behar
April 05th, 05:00 pm
PM Modi addressed a massive public rally in Cooch Behar, stating that the people of West Bengal are today faced with a clear choice between TMC’s fear and BJP’s trust. He said that while TMC represents cut-money, corruption, infiltration and syndicate raj, BJP stands for rapid development, security, dignity and rightful ownership of land and homes.PM Modi addresses a massive public rally in Cooch Behar, West Bengal
April 05th, 04:20 pm
PM Modi addressed a massive public rally in Cooch Behar, stating that the people of West Bengal are today faced with a clear choice between TMC’s fear and BJP’s trust. He said that while TMC represents cut-money, corruption, infiltration and syndicate raj, BJP stands for rapid development, security, dignity and rightful ownership of land and homes.Congress has always compromised the interests of Assam: PM Modi in Biswanath
April 01st, 11:45 am
PM Modi addressed a massive public rally in Biswanath, Assam. In his speech, the PM launched a sharp attack on Congress, accusing it of being ‘anti-development’ and the ‘root of corruption in independent India.’ Highlighting the BJP-NDA government’s actions, PM Modi said thousands of bighas of land have been freed from illegal encroachment, restoring Assam’s heritage and ecology. Reaffirming BJP’s commitment to Sabka Saath, Sabka Vikas, he urged voters to ensure a record turnout.BJP-NDA blocked Congress’ ‘unfair’ communal violence bill in Parliament: PM Modi in Gogamukh, Assam
April 01st, 11:30 am
Campaigning for the upcoming Assembly elections, Prime Minister Narendra Modi addressed a massive public gathering in Gogamukh, marking his first rally in Assam after the announcement of polls. The event witnessed an overwhelming turnout, with enthusiastic participation from youth, women and local communities, signaling strong momentum for the BJP-led NDA.PM Modi sets the tone for Assam polls with high-energy rallies in Gogamukh and Biswanath
April 01st, 11:00 am
Campaigning for the upcoming Assembly elections, Prime Minister Narendra Modi addressed massive public gatherings in Gogamukh and Biswanath, marking his first rallies in Assam after the announcement of polls. The events witnessed an overwhelming turnout, with enthusiastic participation from youth, women and local communities, signaling strong momentum for the BJP-led NDA.৩১ মাৰ্চত প্ৰধানমন্ত্ৰীৰ গুজৰাট ভ্ৰমণ
March 30th, 11:05 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬চনৰ ৩১ মাৰ্চত গুজৰাট ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০বজাত প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত সম্ৰাট সম্প্ৰতি সংগ্ৰহালয় উদ্বোধন কৰিব। এই উপলক্ষে তেওঁ সমাৱেশকো সম্বোধন কৰিব। প্ৰায় ১বজাত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ সানন্দত কেইন্স ছেমিকন প্ৰকল্প উদ্বোধন কৰিব আৰু লগতে এখন ৰাজহুৱা সমাৱেশকো সম্বোধন কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে ভাভ-থাৰাডলৈ যাত্ৰা কৰিব য’ত সন্ধিয়া প্ৰায় ৪বজাত তেওঁ ২০,০০০ কোটি টকাতকৈও অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই উপলক্ষে তেওঁ সমাৱেশকো সম্বোধন কৰিব।অসমৰ শিলচৰত বিভিন্ন উন্নয়নমূলক কাম উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
March 14th, 11:10 am
সংস্কৃতি, সাহস আৰু সজীৱতাৰে ভৰা ঠাই বৰাক উপত্যকাৰ পৰিয়ালৰ সদস্যসকল, আপোনালোক সকলোৰে মাজত থকাটো এক অতি বিশেষ অভিজ্ঞতা। শিলচৰক বৰাক উপত্যকাৰ প্ৰৱেশদ্বাৰ হিচাপে জনা যায়। এইখন এনে এখন ঠাই, য’ত ইতিহাস, ভাষা, সংস্কৃতি, উদ্যোগ একত্ৰিত হৈ এক অনন্য পৰিচয়ৰ সৃষ্টি হৈছে। ইয়াত বাংলা ভাষা কোৱা হয়, অসমীয়া প্ৰতিধ্বনি শুনা যায়, আন আন জনজাতীয় পৰম্পৰাও প্ৰস্ফুটিত হয়। এই বৈচিত্ৰ্যক আপোনালোকৰ শক্তি হিচাপে লৈ সকলোৱে এই সমগ্ৰ অঞ্চলটোক ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰে বিকশিত কৰিছে। এয়াই বৰাক উপত্যকাৰ অপৰিসীম শক্তি।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ শিলচৰত ২৩,৫৫০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে
March 14th, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ শিলচৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সংস্কৃতি আৰু সজীৱতাৰ বাবে পৰিচিত বৰাক উপত্যকা ভ্ৰমণ কৰাটো তেওঁৰ বাবে সদায় এক অতি বিশেষ অভিজ্ঞতা হৈ আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে শিলচৰ হৈছে এই উপত্যকাৰ দুৱাৰমুখ, য’ত ইতিহাস আৰু ভাষা একত্ৰিত হৈ এক অনন্য আঞ্চলিক পৰিচয় সৃষ্টি কৰে। শ্ৰী মোদীয়ে কয় যে এই অঞ্চলৰ শক্তি নিহিত হৈ আছে ইয়াৰ বৈচিত্ৰ্যত, য’ত বাঙালী, অসমীয়া, জনজাতীয় পৰম্পৰা একেলগে সমন্বয়ৰ মাজেৰে বিকশিত হয়। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে, বৰাক উপত্যকাৰ বৈচিত্ৰ্যই ইয়াৰ সৰ্ববৃহৎ সম্পদ, ইয়েই ইয়াৰ নাগৰিকসকলৰ মাজত ভাতৃত্ববোধ গঢ়ি তুলিছে।ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অসমৰ কোকৰাঝাৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
March 13th, 03:00 pm
বেয়া বতৰৰ বাবে মই ব্যক্তিগতভাৱে কোকৰাঝাৰলৈ যাব পৰা নাই। আপোনালোক সকলোৰে ওচৰত আন্তৰিকতাৰে ক্ষমা বিচাৰিছো। ঠিক ইয়াৰ পৰাই, গুৱাহাটীত আপোনালোকৰ লগত মত বিনিময় কৰাটো সম্ভৱ হৈ উঠিছে; আপোনালোকৰ ওচৰলৈ অহাৰ মানসেৰে দিল্লীৰ পৰা ৰাওনা হৈছিলোঁ যদিও গুৱাহাটীতে নামিব লগা হ’ল৷ এতিয়া গুৱাহাটীৰ পৰা আপোনালোক সকলোৰে খবৰ পোৱাৰ লগতে আপোনালোকৰ লগত কথা পাতিবলৈও সক্ষম হৈছো। এই কাৰ্যসূচীৰ সৈতে জড়িত অসমৰ মুখ্যমন্ত্ৰী , মোৰ ভাই হিমন্ত বিশ্ব শৰ্মাজী; কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী সৰ্বানন্দ সোণোৱাল জী; বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী জী; আমাৰ লগত উপস্থিত অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য জী; অসম চৰকাৰৰ মন্ত্ৰীসকল; সংসদৰ সদস্য আৰু বিধানসভাৰ সদস্য; বিটিচিৰ সকলো প্ৰতিনিধি; সমাজৰ সকলো বয়োজ্যেষ্ঠ আৰু বিশিষ্ট সদস্য; আৰু মোৰ মৰমৰ ভাই-ভনীসকল!