PM pays tributes to Maulana Abul Kalam Azad on his Jayanti

November 11th, 09:18 am

The Prime Minister, Shri Narendra Modi has paid rich tributes to Maulana Abul Kalam Azad on his Jayanti. The Prime Minister called him a pathbreaking thinker and intellectual whose role in the freedom struggle is inspiring.

আচাৰ্য জে বি কৃপালিনী আৰু মৌলানা আবুল কালাম আজাদৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

November 11th, 10:08 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আচাৰ্য জে বি কৃপালিনী আৰু মৌলানা আবুল কালাম আজাদৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷