গুজৰাটৰ নৱছাৰীত লাখপতি দিদিসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ অসমীয়া অনুবাদ

গুজৰাটৰ নৱছাৰীত লাখপতি দিদিসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ অসমীয়া অনুবাদ

March 08th, 11:00 pm

আজি নাৰী দিৱসৰ দিনা আমি যি সন্মান লাভ কৰিছো তাক লৈ আমি অতিশয় সুখী অনুভৱ কৰিছো

গুজৰাটৰ নৱছাৰীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাখপতি দিদিসকলৰ সৈতে মত বিনিময় কৰে

গুজৰাটৰ নৱছাৰীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাখপতি দিদিসকলৰ সৈতে মত বিনিময় কৰে

March 08th, 10:32 pm

নাৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ নৱছাৰীত লাখপতি দিদীসকলৰ সৈতে আন্তৰিক বাৰ্তালাপত অংশ লয় আৰু নাৰী সৱলীকৰণৰ তাৎপৰ্য আৰু সমাজলৈ তেওঁলোকৰ অৱদানৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি বিশ্বই নাৰী দিৱস উদযাপন কৰাৰ বিপৰীতে আমাৰ পৰম্পৰা আৰু সংস্কৃতিত ইয়াৰ আৰম্ভণি হয় মাতৃৰ প্ৰতি থকা শ্ৰদ্ধা, ‘মাতৃ দেৱো ভৱ’ৰ পৰা। আমাৰ বাবে বছৰৰ প্ৰতিটো দিনেই ‘মাতৃ দেৱো ভৱ’ বুলিও তেওঁ লগতে কয়।