উত্তৰপ্ৰদেশৰ মথুৰাত সংঘটিত নাও দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰধানমন্ত্ৰীৰ
April 10th, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰপ্ৰদেশৰ মথুৰাত এখন নাও ডুবি যোৱাৰ ফলত হোৱা কৰুণ মৃত্যুক লৈ গভীৰ দুখ প্ৰকাশ কৰে।উত্তৰ প্ৰদেশৰ নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
March 28th, 12:15 pm
উদ্বোধন হৈ গ'ল নেকি? উদ্বোধন হৈ গ'ল নেকি? নাই, এতিয়ালৈকে আধা কামহে কৰা হৈছে। মই কেৱল পৰ্দাখন উন্মোচন কৰিছো; কিন্তু মই বিচাৰিছো যে ইয়াত উপস্থিত থকা প্ৰতিজন ব্যক্তিয়ে এই বিমানবন্দৰটো উদ্বোধন কৰক। গতিকে প্ৰত্যেকই মোবাইল ফোন উলিয়াই, টৰ্চ অন কৰক আৰু আপোনালোকেই উদ্বোধন কৰক। আপোনালোকৰ মোবাইল ফোনৰ লাইট জ্বলাৰ লগে লগেই —আজি ইয়াত উপস্থিত প্ৰতিজন ব্যক্তিয়ে এই বিমানবন্দৰটো উদ্বোধন কৰিলে। এয়া আপোনালোকৰ সম্পদ; এয়া আপোনালোকৰ ভৱিষ্যত; এয়া আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু উদ্যোগৰ ফল। ঠিক সেইবাবেই ইয়াৰ উদ্বোধনী আপোনালোকৰ হাতেৰেই কৰা হৈছে। হাত দুখন ওপৰলৈ তুলি কওক, ভাৰত মাতা কী জয় । আপোনালোকৰ টৰ্চবোৰ সকলোকে দেখাকৈ উজ্জ্বলভাৱে জিলিকিবলৈ দিয়ক! ভাৰত মাতা কী জয় !ভাৰত মাতা কী জয় ! ভাৰত মাতা কী জয় ! আপোনালোকক অশেষ ধন্যবাদ। এতিয়া—উদ্বোধন সম্পূর্ণ হ'ল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ১১,২০০ কোটি টকা বিনিয়োগেৰে নিৰ্মাণ কৰা নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ শুভাৰম্ভ কৰে
March 28th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ জেৱাৰত নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰে। এই উপলক্ষ্যে গৌৰৱ আৰু আনন্দ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি বিকশিত উত্তৰ প্ৰদেশৰ এক নতুন অধ্যায় আৰম্ভ হৈছে, বিকশিত ভাৰতৰ অভিযানতো এয়া এক নতুন অধ্যায়। তেওঁ উল্লেখ কৰে যে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন এতিয়া সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ থকা ৰাজ্যসমূহৰ ভিতৰত অন্যতম হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে শ্বেয়াৰ লগতে কয় যে তেওঁ দুটা কথাত অধিক গৌৰৱ অনুভৱ কৰিছে , প্ৰথমতে, এই বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰাৰ বাবে আৰু এতিয়া ইয়াৰ উদ্বোধন কৰাৰ সুবিধা পোৱাৰ বাবে আৰু দ্বিতীয়তে, এই সুন্দৰ বিমানবন্দৰটিৰ নাম উত্তৰ প্ৰদেশৰ সৈতে জড়িত। শ্ৰী মোদীয়ে মন্তব্য কৰে যে এইখনেই ৰাজ্য যিয়ে মোক নিজৰ প্ৰতিনিধি হিচাপে বাছি লৈ মোক সংসদৰ সদস্য কৰিছিল আৰু ইয়াৰ পৰিচয় এতিয়া এই সুন্দৰ বিমানবন্দৰৰ সৈতে জড়িত।মথুৰাৰ যমুনা এক্সপ্ৰেছৱে’ত দুৰ্ঘটনাত হোৱা প্ৰাণহানিৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
December 16th, 12:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মথুৰাৰ যমুনা এক্সপ্ৰেছৱে’ত সংঘটিত এক দুৰ্ঘটনাত হোৱা প্ৰাণহানিৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে।‘শ্ৰীল প্ৰভুপাদজী’ৰ ১৫০ সংখ্যক বাৰ্ষিকীত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 08th, 01:00 pm
হৰে কৃষ্ণ! হৰে কৃষ্ণ! হৰে কৃষ্ণ! আজি আপোনালোকে ইয়াত প্ৰৱেশ কৰাৰ লগে লগে ‘ভাৰত মণ্ডপম’ৰ ভব্যতা আৰু অধিক বৃদ্ধি পালে। এই ভৱনটোৰ ধাৰণা ‘ভগৱান বাসৱেশ্বৰ’ৰ ‘অনুভৱ মণ্ডপম’ৰ সৈতে সম্পৰ্কিত। প্ৰাচীন ভাৰতত ‘অনুভৱ মণ্ডপম’ আধ্যাত্মিক আলোচনাৰ কেন্দ্ৰ আছিল। ‘অনুভৱ মণ্ডপম’ জনকল্যাণৰ বাবে অনুভূতি আৰু সংকল্পৰ শক্তিকেন্দ্ৰ আছিল। আজি ‘শ্ৰীল ভক্তিসিদ্ধান্ত সৰস্বতী গোস্বামী প্ৰভুপাদ’ৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ‘ভাৰত মণ্ডপম’ত একে ধৰণৰ শক্তিকে দেখিবলৈ পোৱা গৈছে। আমি এইটোও কল্পনা কৰিছিলো যে এই ভৱনটো ভাৰতৰ আধুনিক সামৰ্থ্য আৰু ইয়াৰ প্ৰাচীন মূল্যবোধ দুয়োটাৰ কেন্দ্ৰ হৈ উঠক। মাত্ৰ কেইমাহমান আগতে, ‘জি-২০ সন্মিলন’ৰ জৰিয়তে ইয়াৰ পৰাই নতুন ভাৰতৰ সামৰ্থ্যৰ দৰ্শন হৈছিল। আৰু আজি 'বিশ্ব বৈষ্ণৱ সন্মিলন' অনুষ্ঠিত কৰিবলৈ এই কেন্দ্ৰই ইমান পবিত্ৰ সৌভাগ্য লাভ কৰিছে। আৰু এয়াইতো হৈছে নতুন ভাৰতৰ ছবি... য'ত বিকাশ আছে, আৰু ঐতিহ্যও আছে, দুয়োৰে সঙ্গম সমাৱেশিত হৈছে। য'ত আধুনিকতাক আদৰণি জনোৱা হৈছে, আৰু নিজৰ পৰিচিতিক লৈ গৌৰৱো কৰা হৈছে।শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকীৰ কাৰ্যসূচীক সম্বোধন প্ৰধানমন্ত্ৰীৰ
February 08th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে আচাৰ্য শ্ৰীল প্ৰভুপাদৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা জনায় আৰু তেওঁৰ সন্মানত এটা স্মাৰক ডাক টিকট আৰু এটা মুদ্ৰা মুকলি কৰে। গৌড়ীয় মিছনৰ প্ৰতিষ্ঠাপক আচাৰ্য শ্ৰীল প্ৰভুপাদে বৈষ্ণৱ ধৰ্মৰ মৌলিক ধাৰণাবোৰ সংৰক্ষণ আৰু বিস্তাৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।আই শ্ৰী সোণল মাতাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভিডিঅ' বাৰ্তাৰ অসমীয়া অনুবাদ
January 13th, 12:00 pm
বৰ্তমানৰ আধ্যাত্মিক নেতা (গাদিপতি) পুজ্য কাঞ্চন মা, আৰু প্ৰশাসক পূজ্য গিৰীশ আপা! আজি পৱিত্ৰ পৌষ মাহত আমি সকলোৱে আই শ্ৰী সোণল মাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰি আছোঁ। মা সোণলৰ আশীৰ্বাদত এই পৱিত্ৰ অনুষ্ঠানটোৰ সৈতে জড়িত হোৱাটো সঁচাকৈয়ে এক সৌভাগ্যৰ বিষয়। সমগ্ৰ চাৰণ সমাজ, প্ৰশাসক আৰু সোণল মাৰ ভক্তসকলক অভিনন্দন জনাইছোঁ। চাৰণ সমাজৰ বাবে শ্ৰদ্ধা, শক্তি আৰু পৰম্পৰাৰ কেন্দ্ৰ হিচাপে মাধড়া ধামে এক বিশেষ স্থান দখল কৰিছে। মই আইৰ চৰণত সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ।PM addresses Aai Shree Sonal Mata’s Birth Centenary Program via video message
January 13th, 11:30 am
PM Modi addressed Sonal Mata's Birth Centenary Program via video message. He said that said, Madhda Dham is the center of reverence, power, rituals and traditions for the Charan community. I bow before the feet of Shree Aai and pay my obeisance. He added that that Bhagwati Swarupa Sonal Maa was a living example of the fact that India has never been devoid of in carnate souls in any era.PM performs darshan and pooja at Shree Krishna Janmbhumi Mandir in Mathura, Uttar Pradesh
November 23rd, 09:03 pm
The Prime Minister, Shri Narendra Modi performed darshan and pooja at Shree Krishna Janmbhumi Mandir in Mathura, Uttar Pradesh today.মথুৰাত সন্ত মীৰাবাঈৰ ৫২৫ সংখ্যক জয়ন্তীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
November 23rd, 07:00 pm
প্ৰথমতে, ৰাজস্থানত নিৰ্বাচনী সভাত ব্যস্ত হৈ থকাৰ বাবে ইয়ালৈ অহাত পলম হোৱাৰ পৰিপ্ৰেক্ষিতত ক্ষমা বিচাৰিছো। তাৰ পৰাই পোনে-পোনে আহিছোঁ এই ভক্তিময় পৰিবেশলৈ। মোৰ ব্ৰজধামলৈ অহাৰ সৌভাগ্য হৈছে, আজি ব্ৰজধামবাসীক লগ পাইছো, এইখনেই সেই ভূমি য’ত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ আশীৰ্বাদ থাকিলেহে ভ্ৰমণ কৰিব পাৰি। এয়া কোনো সাধাৰণ ভূমি নহয়। ব্ৰজধাম হৈছে সেই ঠাই, যাৰ সত্তাক বিশ্বজুৰি পূজা কৰা হয়। ব্ৰজৰ প্ৰতিটো উপাদানতে ৰাধা ৰাণীয়ে বাস কৰে আৰু ইয়াত প্ৰতিটো উপাদান কৃষ্ণময়। কেৱল মথুৰা আৰু ব্ৰজধাম ভ্ৰমণৰ সুফল বিশ্বৰ সকলো তীৰ্থযাত্ৰাৰ লাভতকৈ বেছি। আজি পুনৰবাৰ ব্ৰজ ৰাস মহোৎসৱ আৰু সন্ত মীৰা বাঈ জীৰ ৫২৫ সংখ্যক জয়ন্তী উদযাপনৰ বাবে ব্ৰজত আপোনালোকৰ মাজত থকাৰ সুযোগ পাইছো। ব্ৰজৰ ঐশ্বৰিক ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰাণীক সম্পূৰ্ণ সমৰ্পণেৰে প্ৰণাম জনাইছো। লগতে মীৰা বাঈ জীৰ চৰণত আৰু ব্ৰজৰ সকলো সাধুক শ্ৰদ্ধাৰে সোঁৱৰিছো। সাংসদ হেমা মালিনী জীকো শুভেচ্ছা জনাইছো।উত্তৰ প্ৰদেশৰ মথুৰাত সন্ত মীৰাবাই জন্মোৎসৱত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
November 23rd, 06:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ মথুৰাত সন্ত মীৰাবাইৰ ৫২৫সংখ্যক জয়ন্তী উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সন্ত মীৰাবাইৰ সন্মানাৰ্থে প্ৰধানমন্ত্ৰী মোদীয়ে স্মাৰক ডাকটিকট আৰু মুদ্ৰা উন্মোচন কৰে। তেওঁ এখন প্ৰদৰ্শনীৰ পৰিদৰ্শন কৰাৰ লগতে আৰু সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰে। ইয়াৰ জৰিয়তে সন্ত মীৰাবাইৰ স্মৃতিত বৰ্ষজোৰা কাৰ্যসূচী আৰম্ভ কৰা হয়।PM to visit Mathura to participate in ‘Sant Mirabai Janmotsav’ on 23rd November
November 21st, 06:14 pm
PM Modi will be visiting Mathura to participate in Sant Mirabai Janmotsav on 23rd November. Earlier in October, he paid rich tributes to Sant Mirabai on her Jayanti. PM Modi called her a peerless devotee of Lord Krishna and said her verses adorn every household and her life is an inspiration for the society.ড্ৰাগছৰ অপব্যৱহাৰ বিৰোধী অভিযানত যুৱ সমাজৰ ব্যাপক অংশগ্ৰহণ অতিশয় উৎসাহজনকঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
July 30th, 11:30 am
‘মন কী বাত’লৈ আপোনালোক সকলোকে বহুত বহুত আদৰণি জনাইছো৷ জুলাই মাহ, অৰ্থাৎ বৰষুণ বতৰ৷ বিগত কিছুদিন ধৰি প্ৰাকৃতিক দুৰ্যোগৰ বাবে, চিন্তা আৰু উদ্বেগপূৰ্ণ হৈ আছে৷ যমুনাসহ কেইবাখনো নদীৰ বানত বহু অঞ্চলৰ লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে৷ পাহাৰীয়া এলেকাত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে৷ সেই সময়ছোৱাত দেশৰ পশ্চিমাঞ্চলত, কিছু দিন পূৰ্বে গুজৰাটত বিভিন্ন অঞ্চলত বিপৰ্যয় ঘূৰ্ণীবতাহ আহিছিল৷ কিন্তু বন্ধুসকল, এই দুৰ্যোগৰ মাজতো আমি সকলো দেশবাসী পুনৰ দেখুৱাই দিলো যে সামূহিক প্ৰচেষ্টাৰ শক্তি কিমান৷ স্থানীয় লোকসকলে, আমাৰ এনডিআৰএফ জোৱানসকলে, স্থানীয় প্ৰশাসনৰ লোকসকলে দিনে-ৰাতিয়ে লাগি এই দুৰ্যোগৰ মোকাবিলা কৰিলে৷ যিকোনো ধৰণৰ দুৰ্যোগ প্ৰশমনত আমাৰ সামৰ্থ্য আৰু সম্পদৰ ভূমিকা অধিক-কিন্তু ইয়াৰ সমান্তৰালভাৱে আমাৰ সংবেদনশীলতা আৰু এজনে আনজনক হাতে হাত ধৰাটো সিমানেই গুৰুত্বপূৰ্ণ৷ সৰ্বজন হিতায়ৰ এই ভাৱনা ভাৰতৰ পৰিচয়ৰ লগতে শক্তিও৷উত্তৰপ্ৰদেশৰ মথুৰাত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
May 07th, 11:27 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ মথুৰাত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷কলকাটাৰ ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’ত ‘বিপ্লৱী ভাৰত বিথিকা’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ
March 23rd, 06:05 pm
পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰীমান জগদীপ ধনখড় জী, কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী শ্ৰী কিষণ ৰেড্ডী জী, ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’-ৰে জড়িত সকলো মহানুভৱ, বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকল, কলা আৰু সাংস্কৃতিক জগতৰ দিগগজসকল, আইসকলৰ লগতে সজ্জনসকল!শ্বহীদ দিৱসত কলকাতাৰ ভিক্টোৰিয়া মেম'ৰিয়েল হলত বিপ্লবী ভাৰত গেলেৰী উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
March 23rd, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভিক্টোৰিয়া মেম'ৰিয়েল হলত বিপ্লবী ভাৰত গেলেৰী উদ্বোধন কৰে। এই অনুষ্ঠানত পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰী জগদীপ ধনখৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী উপস্থিত আছিল।Congress, Samajwadi party have remained hostage to one family for the past several decades: PM Modi in Amethi, UP
February 24th, 12:35 pm
Prime Minister Narendra Modi today addressed public meetings in Uttar Pradesh’s Amethi and Prayagraj. PM Modi started his address by highlighting that after a long time, elections in UP are being held where a government is seeking votes based on development works done by it, based on works done in the interest of the poor and based on an improved situation of Law & Order.PM Modi addresses public meetings in Amethi and Prayagraj, Uttar Pradesh
February 24th, 12:32 pm
Prime Minister Narendra Modi today addressed public meetings in Uttar Pradesh’s Amethi and Prayagraj. PM Modi started his address by highlighting that after a long time, elections in UP are being held where a government is seeking votes based on development works done by it, based on works done in the interest of the poor and based on an improved situation of Law & Order.For BJP, entire Uttar Pradesh is a family: PM Modi
February 06th, 01:31 pm
Prime Minister Narendra Modi today addressed a virtual Jan Chaupal in Uttar Pradesh's Mathura, Agra & Bulandshahr. PM Modi expressed grief and paid tributes to legendary singer Lata Mangeshkar and said the veteran singer left a void in our nation that can never be filled.PM Modi addresses a virtual rally in Uttar Pradesh's Mathura, Agra & Bulandshahr
February 06th, 01:30 pm
Prime Minister Narendra Modi today addressed a virtual Jan Chaupal in Uttar Pradesh's Mathura, Agra & Bulandshahr. PM Modi expressed grief and paid tributes to legendary singer Lata Mangeshkar and said the veteran singer left a void in our nation that can never be filled.