ত্ৰিপুৰাৰ উদয়পুৰৰ মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰত প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ

September 22nd, 09:41 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰাৰ উদয়পুৰৰ মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰত প্ৰাৰ্থনা কৰে। শ্ৰী মোদীয়ে কয় যে মোৰ প্ৰিয় ভাৰতবাসীৰ মংগল আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিলোঁ।