এছিয়ান ডেভেলপমেন্ট বেংকৰ অধ্যক্ষ মাছাতো কাণ্ডাৰে মিলিত প্ৰধানমন্ত্ৰী

এছিয়ান ডেভেলপমেন্ট বেংকৰ অধ্যক্ষ মাছাতো কাণ্ডাৰে মিলিত প্ৰধানমন্ত্ৰী

June 01st, 04:35 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি এছিয়ান ডেভেলপমেন্ট বেংকৰ অধ্যক্ষ শ্ৰী মাছাতো কাণ্ডাৰ সৈতে মিলিত হয়। এই সন্দৰ্ভত শ্ৰী মোদীয়ে কয়, “যোৱা দশকটোত ভাৰতৰ দ্ৰুত ৰূপান্তৰে অগণন লোকক সবল কৰিছে আৰু আমি এই যাত্ৰাৰ গতি বৃদ্ধি কৰিবলৈ কাম কৰি আছোঁ।“