জোহান্সবাৰ্গত জি-২০ সন্মিলনৰ সময়তে কানাডাৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীয়ে
November 23rd, 09:41 pm
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি কানাডাৰ প্ৰধানমন্ত্ৰী মহামহিম মাৰ্ক কাৰ্নি ডাঙৰীয়াকJoint statement by the Government of India, the Government of Australia and the Government of Canada
November 22nd, 09:21 pm
India, Australia, and Canada have agreed to enter into a new trilateral partnership: the Australia-Canada-India Technology and Innovation (ACITI) Partnership. The three sides agreed to strengthen their ambition in cooperation on critical and emerging technologies. The Partnership will also examine the development and mass adoption of artificial intelligence to improve citizens' lives.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কানাডাৰ বৈদেশিক মন্ত্ৰীৰ
October 13th, 02:42 pm
কানাডাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী অনিতা আনন্দে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।শক্তি সুৰক্ষা সম্পৰ্কীয় জি-৭ আউটৰিচ অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ (১৭ জুন, ২০২৫)
June 18th, 11:15 am
জি-৭ শীৰ্ষ সন্মিলনলৈ আমাক আমন্ত্ৰণ জনোৱাৰ বাবে আৰু আমাক জনোৱা অনন্য আদৰণিৰ বাবে প্ৰধানমন্ত্ৰী কাৰ্নীক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। জি-৭ গোটৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ ঐতিহাসিক ক্ষণত মই আমাৰ সকলো বন্ধু-বান্ধৱী অভিনন্দন জনাইছো।Prime Minister Narendra Modi addresses the G7 Outreach Session
June 18th, 11:13 am
PM Modi participated in the Outreach Session of the G7 Summit in Kananaskis and addressed a Session on 'Energy Security.' The PM highlighted that energy security was among the leading challenges facing future generations. While elaborating on India's commitment to inclusive growth, he noted that availability, accessibility, affordability and acceptability were the principles that underpinned India's approach to energy security.জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰে মিলিত প্ৰধানমন্ত্ৰী
June 18th, 08:02 am
আলবাৰ্টাৰ কানানাস্কিছত অনুষ্ঠিত জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি কানাডাৰ প্ৰধানমন্ত্ৰী মহামহিম মাৰ্ক কাৰ্নীৰে এখনি দ্বিপাক্ষিক বৈঠকত মিলিত হয়।তিনিখন দেশ ক্ৰমে চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়া ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
June 15th, 07:00 am
আজি মই তিনিখন দেশ ক্ৰমে চাইপ্ৰাছ গণৰাজ্য , কানাডা আৰু ক্ৰ’ৱেচিয়া ভ্ৰমণ আৰম্ভ কৰিবলৈ ওলাইছো।১৫ জুনৰ পৰা ১৯ জুনলৈ চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
June 14th, 11:58 am
প্ৰধানমন্ত্ৰী মোদীয়ে ১৫-১৬ জুনত চাইপ্ৰাছ, ১৬-১৭ জুনত জি-৭ সন্মিলনৰ বাবে কানাডা আৰু ১৮ জুনত ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছৰ সৈতে আলোচনাত মিলিত হ’ব আৰু লিমাছলত ব্যৱসায়িক নেতাসকলক সম্বোধন কৰিব৷ পিছত কানাডাত জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে জি-৭ দেশৰ নেতাৰ সৈতে মত বিনিময় কৰিব। ক্ৰ’ৱেচিয়াত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী প্লেনকোভিচৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব আৰু ক্ৰ’ৱেচিয়াৰ ৰাষ্ট্ৰপতি জোৰাণ মিলানোভিচক সাক্ষাৎ কৰিব।কানানাস্কিছত অনুষ্ঠিত হ’বলগীয়া জি-৭ শীৰ্ষ সন্মিলনলৈ প্ৰধানমন্ত্ৰী মোদীক ফোন যোগে আমন্ত্ৰণ জনালে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে
June 06th, 07:12 pm
চেলিফোনিক বাৰ্তালাপৰ সময়ত শ্ৰী মোদীয়ে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নী ডাঙৰীয়াক শেহতীয়া নিৰ্বাচনী জয়ৰ বাবে অভিনন্দন জনায় আৰু চলিত মাহৰ শেষৰ ফালে কানানাস্কিছত অনুষ্ঠিত হ’বলগীয়া জি-৭ শীৰ্ষ সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে।কানাডাৰ প্ৰধানমন্ত্ৰীৰ হিচাপে নিৰ্বাচিত হোৱা শ্ৰীযুত মাৰ্ক কাৰনেক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
April 29th, 02:42 pm
কানাডাৰ প্ৰধানমন্ত্ৰীৰ হিচাপে নিৰ্বাচিত হোৱা শ্ৰীযুত মাৰ্ক কাৰনে আৰু লিবাৰেল পাৰ্টীক তেওঁলোকৰ বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ মিলিত গণতান্ত্ৰিক মূল্যবোধ, আইনৰ শাসনৰ প্ৰতি অটল দায়বদ্ধতা আৰু ভাৰত আৰু কানাডাক একেলগে বান্ধি ৰখা সজীৱ জনসাধাৰণৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰে।