কেবিনেটে ২১৫৭ কোটি টকা ব্যয় সাপেক্ষে হাইব্ৰিড এনুইটি ম’ডত তামিলনাডুত ৪-লেনযুক্ত মৰক্কানম – পুডুচেৰী (NH-332A) নিৰ্মাণত অনুমোদন জনায়

August 08th, 04:08 pm

প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটিয়ে তামিলনাডুত ৪-লেনযুক্ত মৰক্কানম – পুডুচেৰী (৪৬ কিমি) নিৰ্মাণত অনুমোদন জনাইছে। মুঠ ২,১৫৭ কোটি টকা মূলধনী ব্যয় সাপেক্ষে প্ৰকল্পটো হাইব্ৰিড এনুইটি ম’ড (HAM)-ত বিকশিত কৰা হ’ব।