প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ যুৱক-যুৱতীসকলৰ অতুলনীয় শক্তি আৰু দায়বদ্ধতাত আলোকপাত কৰে

January 10th, 08:35 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ যুৱ প্ৰজন্মৰ মনোভাৱ আৰু দৃঢ়তাত আলোকপাত কৰি আগন্তুক বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগত ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলৰ সৈতে মিলিত হ’বলৈ উৎসাহ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে কল্যাণ-চালিত উন্নয়নৰ প্ৰতি অংগীকাৰৰ কথা দোহাৰে

June 11th, 02:20 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি একাধিক নাগৰিক-কেন্দ্ৰিক আঁচনিয়ে সৰ্বাধিক লোকক উপকৃত কৰাটো নিশ্চিতকৰণৰ অৰ্থে চৰকাৰৰ কল্যাণ-চালিত উন্নয়নৰ প্ৰতি অদম্য অংগীকাৰৰ কথা দোহাৰে। তেখেতে এই পদক্ষেপৰাজিৰ ব্যাপক ফলপ্ৰসূতা আৰু প্ৰসাৰ কাৰ্য্যক প্ৰশংসা কৰে।

The Viksit Bharat Young Leaders Dialogue celebrates our Yuva Shakti, their dreams, skills and aspirations: PM

January 10th, 07:24 pm

Prime Minister Narendra Modi said that the Viksit Bharat Young Leaders Dialogue celebrates our Yuva Shakti, their dreams, skills and aspirations. Shri Modi also said that we are committed to ensuring that more and more of our young friends lead the reconstruction of the nation. 'Viksit Bharat Young Leaders Dialogue' is an important initiative related to this, for which the enthusiasm of the youth is worth seeing, Shri Modi further added.

PM lauds achievement of the target of establishment of 1.5 Lakh Wellness Centres

December 29th, 09:00 pm

The Prime Minister, Shri Narendra Modi has said that the achievement of the target of 1.5 Lakh Ayushman Bharat - Health and Wellness Centers will infuse fresh energy in New India. He said India's prosperity lies in healthy citizen.

২০০ কোটি পালি প্ৰতিষেধকৰ ঘৰ অতিক্ৰম কৰাৰ মুহূৰ্তত নাগৰিকসকলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

July 17th, 01:24 pm

ক’ভিড-১৯ৰ ২০০ কোটি পালিৰ বিশেষ সংখ্যাটো অতিক্ৰমণৰ মুহূৰ্তত ভাৰতৰ নাগৰিকসকলে বিজ্ঞানৰ প্ৰতি প্ৰদৰ্শন কৰা গভীৰ বিশ্বাস আৰু আস্থাৰ বাবে প্ৰশংসামুখৰ হৈ উঠে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী। তেওঁ চিকিত্সক, নাৰ্ছ, আগশাৰীৰ কৰ্মীসকলৰ লগতে বিজ্ঞানী, উদ্ভাৱক আৰু এই অভিযানৰে জড়িত উদ্যোগীসকলৰ ভূমিকাকো ভূয়সী প্ৰশংসা কৰে।

আজিৰ কেবিনেটৰ সিদ্ধান্তই ভাৰতৰ টিকাকৰণে অধিক লোকক সামৰি ল’ব আৰু এক সুস্থ দেশ গঢ় দিবঃ প্ৰধানমন্ত্ৰী

July 13th, 10:52 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আশা প্ৰকাশ কৰে যে চৰকাৰী টিকাকৰণ কেন্দ্ৰসমূহত ১৮ বছৰ ঊৰ্ধ্বৰ নাগৰিকসকলক ১৫ জুলাইৰ পৰা পৰৱৰ্তী ৭৫দিন ক’ভিডৰ বিনামূলীয়া প্ৰিকচন ড’জ প্ৰদানৰ সিদ্ধান্তই ভাৰতৰ অধিক লোকক সামৰি ল’ব আৰু এক সুস্থ দেশ গঢ় দিব৷

১৫-১৮ বয়স সীমাৰ ভিতৰৰ যুৱপ্ৰজন্মৰ ৫০%ৰো অধিক সংখ্যকে প্ৰতিষেধকৰ প্ৰথম পালি লোৱাৰ বাবে প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

January 19th, 10:01 am

১৫-১৮বয়স সীমাৰ ভিতৰৰ যুৱপ্ৰজন্মৰ ৫০%ৰো অধিক সংখ্যকে প্ৰতিষেধকৰ প্ৰথম পালি লোৱাৰ বাবে প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে।