এছিয়ান পেৰা গেমছ ২০২২ ত পুৰুষৰ পেৰা কেনো কেএল৩ ইভেণ্টত মনীষ কৌৰৱৰ ব্ৰঞ্জ পদক বিজয়ত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে

October 24th, 01:05 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ পেৰা কেনো কেএল৩ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে মনীষ কৌৰৱক অভিনন্দন জ্ঞাপন কৰে।