অৱসৰপ্রাপ্ত ন্যায়াধীশ এম. ৰামা জোইছৰ মৃত্যুত প্রধানমন্ত্রীৰ শোক প্ৰকাশ

February 16th, 12:41 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে অৱসৰপ্রাপ্ত বিচাৰপতি এম. ৰামা জইছৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে।