Prime Minister Narendra Modi to visit Tamil Nadu and Puducherry
February 27th, 04:40 pm
PM Modi will visit Tamil Nadu and Puducherry on 1st March 2026. He will launch various development projects worth over Rs. 2,700 crore aimed at strengthening infrastructure, urban services, industrial development, education, healthcare and sustainable growth in Puducherry. Thereafter, he will travel to Madurai and launch infrastructure projects worth over Rs. 4,400 crore. He will also perform darshan and pooja at Arulmigu Subramaniyaswamy Temple, Tirupparankundram in Madurai.Prime Minister bows to the Sea, Mother Nature Narendra Modi Pens an emotional poem on Sagar
October 14th, 05:00 pm
Prime Minister Narendra Modi, who was at Mamallapuram, Chennai to head the 2nd India-China Informal Summit said the morning stroll along the beaches of Bay of Bengal had made him emotional and inspired him to pen a poem on the Sea and its virtues.‘চেন্নাই কানেক্টে’ ভাৰত-চীনৰ সম্পৰ্কৰ সহযোগিতাত নতুন যুগৰ সূচনা কৰিলে বুলি ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে য়ুহান বৈঠকে ভাৰত-চীনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কত সুস্থিৰতা অনাৰ লগতে নতুন গতি প্ৰদান কৰিব
October 12th, 03:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চেন্নাইৰ মামল্লাপুৰমত ভাৰত-চীনৰ দ্বিতীয় অনানুষ্ঠানিক বৈঠকক ভাৰত-চীনৰ সম্পৰ্কৰ ‘সহযোগিতাত নতুন যুগ’ৰ সূচনা কৰা বুলি বৰ্ণনা কৰিছে৷বদান্যতাৰ শ্ৰেষ্ঠতম নিদৰ্শন, মামাল্লাপুৰম সাগৰতীৰত আৱৰ্জনা বুটলিলে প্ৰধানমন্ত্ৰীয়ে
October 12th, 10:26 am
এখন স্বচ্ছ ভাৰতৰ সপোন দেখা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্ৰ দেশবাসীৰ সমূখত আন এক উদাহৰণ দাঙি ধৰিলে যে পৰিৱেশ পৰিচ্ছন্ন কৰি ৰাখিবৰ বাবে দেশৰ প্ৰতিগৰাকী ব্যক্তিয়েই তেওঁলোকৰ নিজ নিজ প্ৰচেষ্টা আগবঢ়াব লাগিব।তামিলনাডুৰ মামাল্লাপুৰমত প্ৰধানমন্ত্ৰী মোদী আৰু চীনা ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ভ্ৰমণ
October 11th, 09:04 pm
ভাৰত আৰু চীনৰ দ্বিতীয়খন অনানুষ্ঠানিক বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ছি জিনপিঙে তামিলনাডুৰ মামাল্লাপুৰমত ইউনেস্ক’ৰ স্বীকৃতপ্ৰাপ্ত ঐতিহ্যময় স্থানসমূহ পৰিদৰ্শন কৰে৷ দুয়োগৰাকী নেতাই অৰ্জুনৰ প্ৰায়শ্চিত্ত স্থান, পঞ্চৰথ আৰু শ্বোৰ মন্দিৰ পৰিদৰ্শন কৰে৷