প্ৰধানমন্ত্ৰীয়ে নিউজিলেণ্ডৰ ভাৰতীয় সম্প্ৰদায়ক সম্বোধি দিয়া ভাষণৰ মূল পাঠ
July 11th, 01:15 pm
আৰু সেইবোৰৰ এটা মই ইয়ালৈ, এই অনুষ্ঠানলৈ লৈ আহিছোঁ। আপোনালোকে দেখা এই মাফলাৰখন মোক ২৫-৩০ বছৰ আগতে নিউজিলেণ্ডৰ এজন বন্ধুৱে দিছিল। বছৰ বছৰ ধৰি মই ইয়াক ব্যৱহাৰ কৰিছো আৰু এতিয়াও মই ইয়াক মূল্যৱান বুলি ভাবি অতি যত্নৰে ৰাখো, ঠিক যেনেকৈ আপোনালোকৰ মৰমক মই মূল্যৱান বুলি ভাবোঁ।নিউজিলেণ্ডত প্ৰব্ৰজিত ভাৰতীয়সকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ
July 11th, 12:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অকলেণ্ডত ‘কিয়া অ’ৰা মোদী’ অনুষ্ঠানত নিউজিলেণ্ডৰ প্ৰবাসী ভাৰতীয়সকলৰ এক বিশাল সমাৱেশক সম্বোধন কৰে। এই বিশেষ অনুষ্ঠালত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনে অংশগ্ৰহণ কৰে। সমাৱেশটো ভাৰতীয় প্ৰবাসীৰ ১০,০০০ ৰো অধিক সদস্যৰ উষ্ণতা, শক্তি আৰু উৎসাহেৰে ভৰি পৰিছিল।উত্তৰ প্ৰদেশৰ মীৰাটত বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
February 22nd, 01:30 pm
বাবা ঔঘৰনাথৰ এই পবিত্ৰ ভূমিত, মীৰাটৰ ভূমিত আজি উন্নত উত্তৰ প্ৰদেশ, উন্নত ভাৰতৰ বাবে এক নতুন বিপ্লৱৰ শক্তি উজ্জীৱিত কৰা হৈছে। আজি প্ৰথমবাৰৰ বাবে নমো ভাৰত ৰেপিড ৰেল আৰু মেট্ৰ’ সেৱা একেদিনাই, এটা প্লেটফৰ্মৰ পৰা আৰম্ভ কৰা হৈছে। উন্নত ভাৰতৰ যোগাযোগ কেনেকুৱা হ’ব তাৰ এক উল্লেখযোগ্য আভাস এয়া। মই সন্তুষ্ট যে এই কাম উত্তৰ প্ৰদেশত কৰা হৈছে, চহৰৰ ভিতৰৰ ভ্ৰমণৰ বাবে মেট্ৰ’ আৰু টুইন চিটীৰ দৃষ্টিভংগী ত্বৰান্বিত কৰিবলৈ নমো ভাৰতৰ দৰে আধুনিক ৰে’ল সেৱা প্ৰৱৰ্তন কৰা হৈছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথমখন নমো ভাৰত আৰ আৰ টি এছ উদ্বোধন কৰে আৰু দিল্লী–মীৰাট নমো ভাৰত কৰিডৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
February 22nd, 01:12 pm
প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই প্ৰকল্পই উন্নত ভাৰতত যোগাযোগ ব্যৱস্থা কেনেকুৱা হ’ব তাৰ এক গুৰুত্বপূৰ্ণ আভাস দিয়ে। সংহত ব্যৱস্থাটোৱে চহৰৰ ভিতৰত ভ্ৰমণৰ বাবে মেট্ৰ' আৰু টুইন চিটী দৃষ্টিভংগী ত্বৰান্বিত কৰিবলৈ নমো ভাৰত ৰে'ল ব্যৱহাৰ কৰিছে। ডাবল ইঞ্জিনৰ চৰকাৰৰ কৰ্ম সংস্কৃতিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰকল্পসমূহ এতিয়া অনিশ্চয়তাত ওলমি নাথাকে। তেওঁ গুৰুত্ব আৰোপ কৰে যে তেওঁৰ চৰকাৰে যিটো কামৰ বাবে আধাৰশিলা স্থাপন কৰে, ব্যক্তিগতভাৱে এই সেৱাসমূহৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী দুয়োটা কামৰ নেতৃত্ব দি সেই কাম সম্পূৰ্ণ কৰে।ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা, মেজৰ ধ্যানচান্দৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ
August 29th, 08:39 am
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ সন্মানাৰ্থে প্ৰতি বছৰে ২৯ আগষ্টত উদযাপিত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰতৰ বিকশিত ক্ৰীড়া প্ৰেক্ষাপটৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়া আৰু সু-স্বাস্থ্যৰ সংস্কৃতি গঢ়ি তোলা, এথলীটসকলৰ বাবে প্ৰতিষ্ঠানিক সমৰ্থন শক্তিশালী কৰা আৰু সমগ্ৰ দেশতে আধুনিক প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাৰ পৰিৱেশ সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ নিষ্ঠাৰ বিষয়ে দোহাৰে।ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত বিহাৰৰ ৰাজগীৰত আৰম্ভ হ’বলগীয়া পুৰুষৰ হকী এছিয়া কাপ, ২০২৫-লৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
August 28th, 09:33 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ২৯ আগষ্টৰ পৰা বিহাৰৰ ঐতিহাসিক ৰাজগীৰ চহৰত আৰম্ভ হ’বলগীয়া পুৰুষৰ হকী এছিয়া কাপ, ২০২৫-ৰ প্ৰাকক্ষণত সমগ্ৰ এছিয়াৰ সকলো অংশগ্ৰহণকাৰী দল, খেলুৱৈ, বিষয়া-বৰ্গ আৰু সমৰ্থকসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে শেহতীয়া সময়ছোৱাত খেল’ ইণ্ডিয়া যুৱ গেমছ-২০২৫, এছিয়া ৰাগবী ২০-বছৰ অনূৰ্ধ চেভেনছ চেম্পিয়নশ্বিপ-২০২৫, আইএছটিএএফ ছেপাকটাক্ৰ’ বিশ্বকাপ-২০২৪ আৰু মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী-২০২৪ ৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা আয়োজনেৰে এক স্পন্দনশীল ক্ৰীড়া কেন্দ্ৰ হিচাপে স্থান লাভৰ বাবে বিহাৰক প্ৰশংসা কৰে।ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মেজৰ ধ্যান চান্দলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
August 29th, 10:25 am
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে নাগৰিকসকলক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যান চান্দলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।মহাৰাষ্ট্ৰৰ নাছিকত ‘২৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 12th, 01:15 pm
মহাৰাষ্ট্ৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী একনাথ শ্বিন্দেজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী অনুৰাগ ঠাকুৰ, ভাৰতী পৱাৰ, নিশিথ প্ৰমাণিক, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নৱিশ, অজিত পৱাৰজী, চৰকাৰৰ অন্যান্য মন্ত্ৰী, গণ্যমান্য ব্যক্তি আৰু মোৰ যুৱ বন্ধুসকল,মহাৰাষ্ট্ৰৰ নাছিকত ‘২৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ’ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
January 12th, 12:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ নাছিকত ‘২৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ’ৰ শুভাৰম্ভ ঘোষণা কৰে। শ্ৰী মোদীয়ে স্বামী বিবেকানন্দ আৰু ‘ৰাজমাতা’ জিজাবাইৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে। তেওঁ যুৱক-যুৱতীসকলৰ এক সমদলযাত্ৰা আৰু 'বিকশিত ভাৰত @ ২০৪৭ - যুৱ কে লিয়ে, যুৱ কে দ্বাৰা' বিষয়বস্তু সম্বলিত এক সাংস্কৃতিক কাৰ্যসূচীও প্ৰত্যক্ষ কৰে। এই কাৰ্যক্ৰমত ‘ৰিদমিক জিমনাষ্টিক’, ‘মালখাম্ব’, ‘যোগসান’ আৰু ‘ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ’ৰ শীৰ্ষগীত অন্তৰ্ভুক্ত আছিল।Prime Minister greets all sportspersons on National Sports Day
August 29th, 08:54 am
The Prime Minister, Shri Narendra Modi has greeted all sportspersons on National Sports Day.প্রধানমন্ত্রীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত খেলুৱৈসকলক অভিনন্দন জনায়
August 29th, 09:05 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত খেলুৱৈসকলক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে মহান ভাৰতীয় হকি খেলুৱৈ মেজৰ ধ্যানচন্দক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলিও অৰ্পণ কৰে।উত্তৰপ্রদেশৰ জালাউনত বুন্দেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণ
July 16th, 04:17 pm
ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, বেদব্যাসৰ জন্মভূমি তথা মহাৰাণী লক্ষ্মীবাঈৰ অঞ্চললৈ আকৌ মোৰ অহাৰ সৌভাগ্য হ'ল। মই ইয়াৰ বাবে অত্যন্ত আনন্দিত! নমস্কাৰ।প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশ পৰিদৰ্শন কৰে আৰু বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধন কৰে
July 16th, 10:25 am
উত্তৰ প্ৰদেশৰ জালাউনৰ অ’ৰাই তহচিলৰ কৈথেৰী গাঁৱত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধন কৰে। উক্ত অনুষ্ঠানত উপস্থিত থকাসকলৰ ভিতৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, ৰাজ্যিক মন্ত্ৰী আৰু জনপ্ৰতিনিধিও আছিল।উত্তৰপ্রদেশৰ মীৰাটত মেজৰ ধ্যানচাঁদ ক্রীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
January 02nd, 01:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ক্ৰীড়া বিশ্ববিদ্যালয়খনি প্ৰায় ৭০০ কোটি টকা আনুমানিক ব্যয়সাপেক্ষে প্ৰতিষ্ঠা কৰা হ'ব আৰু ইয়াক চিনথেটিক হকী গ্ৰাউণ্ড, ফুটবল গ্ৰাউণ্ড, বাস্কেটবল/ ভলীবল/ হেণ্ডবল/ কাবাডী গ্ৰাউণ্ড, লন টেনিছ ক’ৰ্ট, জিমনেছিয়াম হল, চিনথেটিক ৰাণিং ষ্টেডিয়াম, চুইমিং পুল, মাল্টিপাৰ্পাছ হল আৰু চাইক্লিং ভেলোড্ৰমকে ধৰি আধুনিক আৰু অত্যাধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰে সজ্জিত কৰা হ'ব। বিশ্ববিদ্যালয়খনত অন্যান্য সুবিধাসমূহৰ লগতে শ্বুটিং, স্কোৱাছ, জিমনাষ্টিকছ, ভাৰোত্তোলন, আৰ্চাৰী, কেনোয়িং আৰু কায়াকিঙৰ সুবিধাও থাকিব। বিশ্ববিদ্যালয়খনত ৫৪০ গৰাকী মহিলা আৰু ৫৪০ জন পুৰুষ খেলুৱৈকে ধৰি ১০৮০ জন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিবপৰা হ’ব।উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
January 02nd, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ক্ৰীড়া বিশ্ববিদ্যালয়খনি প্ৰায় ৭০০ কোটি টকা আনুমানিক ব্যয়সাপেক্ষে প্ৰতিষ্ঠা কৰা হ'ব আৰু ইয়াক চিনথেটিক হকী গ্ৰাউণ্ড, ফুটবল গ্ৰাউণ্ড, বাস্কেটবল/ ভলীবল/ হেণ্ডবল/ কাবাডী গ্ৰাউণ্ড, লন টেনিছ ক’ৰ্ট, জিমনেছিয়াম হল, চিনথেটিক ৰাণিং ষ্টেডিয়াম, চুইমিং পুল, মাল্টিপাৰ্পাছ হল আৰু চাইক্লিং ভেলোড্ৰমকে ধৰি আধুনিক আৰু অত্যাধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰে সজ্জিত কৰা হ'ব। বিশ্ববিদ্যালয়খনত অন্যান্য সুবিধাসমূহৰ লগতে শ্বুটিং, স্কোৱাছ, জিমনাষ্টিকছ, ভাৰোত্তোলন, আৰ্চাৰী, কেনোয়িং আৰু কায়াকিঙৰ সুবিধাও থাকিব। বিশ্ববিদ্যালয়খনত ৫৪০ গৰাকী মহিলা আৰু ৫৪০ জন পুৰুষ খেলুৱৈকে ধৰি ১০৮০ জন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিবপৰা হ’ব।PM Modi to lay foundation stone of Major Dhyan Chand Sports University in Meerut, Uttar Pradesh
December 31st, 11:11 am
Prime Minister Shri Narendra Modi will visit Meerut on 2nd January 2022 and lay the foundation stone of Major Dhyan Chand Sports University at around 1 PM. The University will be established at Salawa and Kaili villages of Sardhana town in Meerut at an estimated cost of about Rs 700 Crore.This is the turning point of India's growth story: PM Modi during Mann Ki Baat
November 28th, 11:30 am
During Mann Ki Baat, Prime Minister Narendra Modi spoke about the various programmes being organised across the country as a part of Amrit Mahotsav. He highlighted the importance of protecting the environment, efforts to revive Noon River in Jalaun and Meghalaya's 'flying boat'. PM Modi applauded the youth for their 'can do spirit' and the growing start-up culture in India.ভাৰতীয় যুৱসমাজে কিবা নতুন আৰু বৃহৎ পৰিসৰত কৰিবলৈ বিচাৰে: মন কী বাতত প্ৰধানমন্ত্ৰী
August 29th, 11:30 am
মোৰ মৰমৰ যুৱবন্ধুসকল, আমি বিভিন্ন ধৰণৰ ক্ৰীড়া আয়ত্ত কৰাৰ এই সুযোগৰ সদ্ব্যৱহাৰ কৰা উচিত। গাঁৱে-গাঁৱে ক্ৰীড়া প্ৰতিযোগিতা অব্যাহত থাকিব লাগে। প্ৰতিযোগিতাৰ পৰাই খেলখন সম্প্ৰসাৰিত হয়, খেলৰ বিকাশ হয়, খেলুৱৈসকলেও ইয়াৰ পৰাই ওলাই ৷ আহক আমি সকলোৱে যিমান পাৰোঁ এই গতি গ্ৰহণ কৰোঁ, আৰু 'সবকা প্ৰয়াস'ৰ এই মন্ত্ৰেৰে ইয়াক উপলব্ধি কৰি ইয়াত অৱদান আগবঢ়াওঁ।Absence of basic facilities like housing, electricity, toilets, gas, roads, hospitals and school has impacted the women, poor women in particular: PM
August 10th, 10:43 pm
PM Modi gave comprehensive exposition of the government’s vision of women empowerment. He said that absence of basic facilities like housing, electricity, toilets, gas, roads, hospitals and school has impacted the women, poor women in particular. PM Modi said that in 2014 we asked these questions from ourselves. It was very clear that these problems need to be addressed in a definite time frame.Number of people, especially women whose lives have been illuminated by the Ujjwala Yojana is unprecedented: PM Modi
August 10th, 12:46 pm
PM Modi launched Ujjwala Yojana 2.0 by handing over LPG connections, at Mahoba Uttar Pradesh today via video conferencing. The Prime Minister noted that the resolve of health, convenience and empowerment of sisters has received great impetus from Ujjwala Yojana. In the first phase of the scheme, 8 crore poor, dalit, deprived, backward and tribal families were given free gas connections.