৩০.০৩.২০২৫ত ‘মন কী বাত’ৰ ১২০সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

৩০.০৩.২০২৫ত ‘মন কী বাত’ৰ ১২০সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 30th, 11:30 am

নমস্কাৰ। আজি এটা অতি পবিত্ৰ দিনত আপোনালোকৰ লগত মোৰ চিন্তাধাৰা ব্যক্ত কৰাৰ সুযোগ পালোঁ। আজি চ’ত মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথি। আজিৰ পৰা আৰম্ভ হৈছে চৈত্ৰ নৱৰাত্ৰি। আজি ভাৰতীয় নৱবৰ্ষৰো আৰম্ভণি। এইবাৰ বিক্ৰম সংম্বাত ২০৮২ আৰম্ভ হৈছে। এই সময়ত মোৰ সন্মুখত আপোনালোকে পঠোৱা বহু চিঠি আছে। কোনোবাখন বিহাৰৰ, কোনোবাখন বংগৰ, কোনোবাখন তামিলনাডুৰ, কোনোবাখন গুজৰাটৰ। এই চিঠিসমূহত মানুহে নিজৰ চিন্তাবোৰ অতি আনন্দদায়ক ৰূপত লিখিছে। কেইবাখনো চিঠিত শুভেচ্ছা আৰু অভিনন্দন বাৰ্তাও আছে। আজি আপোনালোকৰ সৈতে কিছু বাৰ্তা শ্বেয়াৰ কৰিব ওলাইছোঁ-

আকাশ মাৰ্গৰে গুজৰাটৰ ‘টাউক্টে’ ঘূৰ্ণি প্ৰভাৱিত এলেকা পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰীয়ে

আকাশ মাৰ্গৰে গুজৰাটৰ ‘টাউক্টে’ ঘূৰ্ণি প্ৰভাৱিত এলেকা পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰীয়ে

May 19th, 04:38 pm

টাউক্টে’ ঘূৰ্ণিয়ে চলোৱা তাণ্ডৱৰ পৰিণতিত গুজৰাটত সৃষ্টি হোৱা অনাহূত পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত পৰিভ্ৰমণ কৰে। আকাশ মাৰ্গৰে চলোৱা এই যাত্ৰাত তেওঁ গুজৰাট আৰু ডিউৰ উনা(গিৰ সোমনাথ), জাফৰাবাদ(আমৰেলি), মহুৱা(ভাৱনগৰ) আদি অঞ্চল সামৰি লয়।