প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ পৰা সাহায্য প্ৰাপ্ত ৰে’ল আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰে

April 06th, 12:09 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মহামহিম অনুৰা কুমাৰা দিছানায়কাৰ সৈতে অনুৰাধাপুৰাত ভাৰতৰ সহায়ত নিৰ্মিত দুটা ৰে'লৱে প্ৰকল্পৰ উদ্বোধন আৰু শুভাৰম্ভ সমাৰোহত অংশগ্ৰহণ কৰে।