নৱৰাত্ৰি উপলক্ষে সকলোলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

March 19th, 09:48 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰি উপলক্ষে সকলোলৈ তেওঁৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি সমৃদ্ধি, স্বাস্থ্য আৰু বিকশিত ভাৰতৰ সংকল্প পূৰণৰ বাবে প্ৰাৰ্থনা জনায়।

নৱৰাত্ৰিৰ প্ৰথম দিনা দেৱী শৈলপুত্ৰীক প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ

October 03rd, 09:35 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ প্ৰথম দিনা দেৱী শৈলপুত্ৰীৰ ওচৰত প্ৰাৰ্থনা কৰে।

নৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

September 26th, 10:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে৷ নবৰাত্ৰিৰ আৰম্ভণিতে শ্ৰী মোদীয়ে দেৱী শৈলাপুত্ৰীৰ প্ৰাৰ্থনা কৰাৰ লগতে সুখ, সুস্থ আৰু সৌভাগ্যৰ বাবে দেৱীৰ আশীৰ্বাদ কামনা কৰে৷