মা মহাগৌৰীৰ আশীৰ্বাদ বিচাৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
March 26th, 08:13 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মা মহাগৌৰীৰ আশীৰ্বাদ বিচাৰিছে আৰু তেওঁৰ পৱিত্ৰ চৰণত প্ৰণিপাত জনাইছে। তেওঁৰ ঐশ্বৰিক প্ৰভাৱে সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই আনক বুলি তেওঁ প্ৰাৰ্থনা কৰে ।প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা দেশবাসীলৈ দুৰ্গা পূজাৰ শুভেচ্ছা
October 22nd, 10:48 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে সকলো দেশবাসীক দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছে। তেওঁ দেৱীৰ ওচৰত সকলোৰে সুখ আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰে।