মা কাত্যায়নীৰ আশীৰ্বাদ বিচাৰি আৰু ভক্তিমূলক আবৃত্তিৰে প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ
March 24th, 08:06 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মা কাত্যায়নীৰ আশীৰ্বাদ বিচাৰি কয় যে মা জগদম্বেৰ পূজা-অৰ্চনাই মনটোক অসীম শক্তিৰে ভৰাই তোলে, আনহাতে তেওঁৰ ঐশ্বৰিক জ্যোতিয়ে হৃদয়ক উচ্চ চেতনাৰে আলোকিত কৰে। তেওঁ প্ৰাৰ্থনা কৰে যে ঈশ্বৰত্ব আৰু পৰাক্ৰমৰ প্ৰতীক দেৱীৰ আশীৰ্বাদত তেওঁৰ সকলো ভক্ত অপৰিসীম শক্তি আৰু আত্মবিশ্বাসৰে পৰিপূৰ্ণ হওক।মা কাত্যায়ানীৰ আশীৰ্বাদ বিচাৰিলে প্ৰধানমন্ত্ৰীয়ে
October 20th, 10:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নবৰাত্ৰিৰ ষষ্ঠ দিনা মা কাত্যায়ানীৰ পৰা তেওঁৰ সকলো উপাসকৰ বাবে আশীৰ্বাদ বিচাৰে৷আই কাত্যায়নীক প্ৰণাম জনালে প্ৰধানমন্ত্ৰীয়ে
October 11th, 09:58 am
নৱৰাত্ৰীৰ সময়ত আমাৰ সামজৰ প্ৰতিগৰাকী ব্যক্তিৰ মনত ভাতৃত্ববোধ আৰু কৰুণাৰ ভাৱনা বৰ্দ্ধিত কৰাৰ আৱাহনৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভক্তসকলৰ বাবে আশীৰ্বাদ বিচাৰি আই কাত্যায়নীৰ ওচৰত প্ৰণিপাত জনায়।