প্ৰধানমন্ত্ৰীয়ে নাগপুৰত স্মৃতি মন্দিৰ দৰ্শন কৰে

March 30th, 11:48 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাগপুৰত স্মৃতি মন্দিৰ দৰ্শন কৰে। এই সময়ত তেওঁ ড° কে বি হেডগেৱাৰ আৰু শ্ৰী এম এছ গোলৱালকাৰক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।