ভাৰতৰত্ন ড০ এম. জি. ৰামচন্দ্ৰনৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

January 17th, 10:17 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভাৰতৰত্ন ড০ এম. জি. ৰামচন্দ্ৰন (এমজিআৰ)ৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

Prime Minister remembers M.G. Ramachandran on his birth anniversary

January 17th, 08:26 am

The Prime Minister, Shri Narendra Modi has paid tributes to noted Tamil cinema personality and former Chief Minister of Tamil Nadu, M.G. Ramachandran on his birth anniversary.