কমনৱেলথ গেমছ ২০২২ ত ব্ৰঞ্জৰ পদক বিজয়ী লাভপ্ৰীত সিঙক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

August 03rd, 05:47 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰুষৰ ১০৯ কিলোগ্ৰাম ভাৰোত্তোলনত ব্ৰঞ্জৰ পদক বিজয়ী লাভপ্ৰীত সিঙক অভিনন্দন জ্ঞাপন কৰিছে।