Tiruchirappalli turns out in huge numbers for PM Modi’s public meeting
March 11th, 06:00 pm
At a massive public meeting in Tamil Nadu’s Tiruchirappalli, Prime Minister Narendra Modi hailed Tiruchirappalli as a land of courage and faith, recalling the bravery of the Marudu Brothers and paying tribute to Major M. Saravanan for his sacrifice during the Kargil War. “Trichy is a land of courage and faith,” he said, adding that the Centre proudly honours Tamil Nadu’s culture and heritage. He also highlighted that C. P. Radhakrishnan, a son of the state, serves as the Vice President of India.মাদুৰাইৰ তিৰুপ্পৰনকুন্দ্ৰমৰ অৰুলমিগু সুব্ৰমনিয়স্বামী মন্দিৰত পূজা অৰ্চনা প্ৰধানমন্ত্ৰীৰ
March 01st, 07:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাদুৰাইৰ তিৰুপ্পৰানকুন্দ্ৰমৰ অৰুলমিগু সুব্ৰমনিয়স্বামী মন্দিৰ দৰ্শন কৰে।PM Modi addresses an enthusiastic public rally in Madurai, Tamil Nadu
March 01st, 04:30 pm
PM Modi addressed a massive public rally in Madurai, beginning his speech with deep reverence for Tamil Nadu’s spiritual heritage. He said he had just visited Tirupparankundram and received the darshan of Bhagwan Murugan, describing it as a truly pine experience. He said he prayed for the prosperity of Tamil Nadu and the entire nation.পবিত্ৰ থাই পূছমৰ উপলক্ষ্যে সকলোকে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে
February 01st, 04:15 pm
পবিত্ৰ থাই পূছম উপলক্ষ্যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে শুভেচ্ছা জনাইছে। “ভগৱান মুৰুগানৰ আশীৰ্বাদ সদায় আমাৰ ওপৰত থাকক। সকলোৰে সুস্বাস্থ্য, সফলতা আৰু সমৃদ্ধিৰ বাবে আশীৰ্বাদ দিওক”, শ্ৰী মোদীয়ে কয়।‘থাইপূসম’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আটাইলৈকে শুভেচ্ছা জনাইছে
February 11th, 01:42 pm
ভগৱান মুৰুগনৰ দৈৱিক অনুগ্ৰহে আমাক শক্তি, সমৃদ্ধি আৰু জ্ঞানৰ পথ প্ৰদৰ্শন কৰক। এই পৱিত্ৰ উপলক্ষত মই সকলোৰে সুখ, সুস্বাস্থ্য আৰু সফলতাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ, শ্ৰী মোদীয়ে মন্তব্য কৰে।ইণ্ডোনেছিয়াৰ জাকাৰ্টাত শ্ৰী সনাতন ধৰ্ম আলায়মৰ মহা কুম্বাবিষেকমত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 02nd, 02:45 pm
মহামহিম ৰাষ্ট্ৰপতি প্ৰবোৱো, মুৰুগান মন্দিৰ ট্ৰাষ্টৰ অধ্যক্ষ পা হাছিম, পৰিচালন ট্ৰাষ্টী ড° কোবালান, তামিলনাডু আৰু ইণ্ডোনেছিয়াৰ সন্মানীয় গণ্যমান্য ব্যক্তি, পুৰোহিত আৰু আচাৰ্য, প্ৰবাসী ভাৰতীয় সদস্যসকল, ইণ্ডোনেছিয়া আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ নাগৰিক যিসকল এই পবিত্ৰ অনুষ্ঠানটোৰ অংশ, আৰু এই ঐশ্বৰিক আৰু ভৱিষ্যৎ মন্দিৰটোক বাস্তৱত পৰিণত কৰা সকলো প্ৰতিভাৱান শিল্পীবৃন্দ!ইণ্ডোনেছিয়াৰ জাকাৰ্টাত শ্ৰী সনাতন ধৰ্ম আলয়মৰ মহা কুম্ভ-অভিষেখমৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
February 02nd, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইণ্ডোনেছিয়াৰ জাকাৰ্টাত শ্ৰী সনাতন ধৰ্ম আলয়মৰ মহা কুম্ভ-অভিষেখমৰ সময়ত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ভাষণ প্ৰদান কৰে। তেওঁ মহামহিম ৰাষ্ট্ৰপতি প্ৰবোৱো ছুবিয়ানটো, মুৰুগান মন্দিৰ ট্ৰাষ্টৰ অধ্যক্ষ পা হাছিম, পৰিচালন ট্ৰাষ্টী ড° কোবালান, তামিলনাডু আৰু ইণ্ডোনেছিয়াৰ গণ্যমান্য ব্যক্তি, পূজাৰী আৰু আচাৰ্য, প্ৰবাসী ভাৰতীয়, ইণ্ডোনেছিয়া আৰু অন্যান্য দেশৰ এই শুভ অনুষ্ঠানৰ অংশ হিচাপে থকা সকলো নাগৰিক আৰু এই দিব্য ভব্য মন্দিৰৰ নিৰ্মাণক মূৰ্ত ৰূপ দিয়া সকলো প্ৰতিভাশালী কলাকাৰক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে ৷