নতুন দিল্লীৰ বিজ্ঞান ভৱনত আচাৰ্য শ্ৰী বিদ্যানন্দ জী মহাৰাজৰ জন্ম শতবৰ্ষ উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 28th, 11:15 am

শ্ৰৱণ বেলাগোলা স্বামী চাৰুকীৰ্তি জীৰ মুৰব্বী পুৰোহিত আচাৰ্য প্ৰজ্ঞা সাগৰ মহাৰাজ জী, মোৰ সহকৰ্মী গজেন্দ্ৰ সিং শ্বেখাৱত জী, মোৰ সতীৰ্থ সাংসদ ভাই নবীন জৈন জী, ভগৱান মহাবীৰ অহিংসা ভাৰতী ট্ৰাষ্টৰ সভাপতি প্ৰিয়ংক জৈন জী, সচিব মমতা জৈনজী, ট্ৰাষ্টী পীয়ুষ জৈন জী, অন্যান্য বিশিষ্ট বিশিষ্ট ব্যক্তি, সন্ত, ভদ্ৰ পৰুষ-মহিলাসকল, জয় জিনেন্দ্ৰ!

আচাৰ্য শ্ৰী বিদ্যানন্দ জি মহাৰাজৰ জন্ম শতবৰ্ষ উদযাপনত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

June 28th, 11:01 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আজি আচাৰ্য শ্ৰী বিদ্যানন্দ জী মহাৰাজৰ জন্ম শতবৰ্ষ উদযাপনৰ অনুষ্ঠানত ভাষণ আগবঢ়ায়। এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে আচাৰ্য শ্ৰী বিদ্যানন্দ জী মুনিৰাজৰ শতবাৰ্ষিকী উদযাপনৰ পবিত্ৰতাক উজ্জ্বল কৰি তুলি ভাৰতৰ আধ্যাত্মিক পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ সাক্ষী হৈ থকা বুলি মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে পূজনীয় আচাৰ্যৰ অমৰ প্ৰেৰণাৰে ৰঞ্জিত এই অনুষ্ঠানে এক অসাধাৰণ আৰু উত্থানশীল পৰিৱেশৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰীয়ে উপস্থিত সকলোকে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অনুষ্ঠানত উপস্থিত থকাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

মহাবীৰ জয়ন্তীত ভগৱান মহাবীৰৰ আদৰ্শৰ গভীৰ প্ৰভাৱৰ স্মৰণ প্ৰধানমন্ত্ৰীৰ

April 10th, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাবীৰ জয়ন্তী উপলক্ষে ভগৱান মহাবীৰৰ কালজয়ী শিক্ষা স্মৰণ কৰি তেওঁৰ শিক্ষাৰ নিজৰ জীৱনত গভীৰ প্ৰভাৱৰ কথা মনত পেলাই দিয়ে।

Navkar Mahamantra is not just a mantra, it is the core of our faith: PM Modi

April 09th, 08:15 am

PM Modi inaugurated Navkar Mahamantra Divas at Vigyan Bhawan, highlighting the spiritual depth and universal message of the Navkar Mantra. Calling it a path to peace, purity, and inner light, PM Modi urged all to embrace its teachings. He also proposed nine resolutions for a harmonious, sustainable, and united India rooted in faith and tradition.

PM Modi inaugurates the Navkar Mahamantra Divas

April 09th, 07:47 am

PM Modi inaugurated Navkar Mahamantra Divas at Vigyan Bhawan, highlighting the spiritual depth and universal message of the Navkar Mantra. Calling it a path to peace, purity, and inner light, PM Modi urged all to embrace its teachings. He also proposed nine resolutions for a harmonious, sustainable, and united India rooted in faith and tradition.

Tragedies like 9/11 will have a permanent solution, only through humanitarian values: PM Modi

September 11th, 11:01 am

Prime Minister Narendra Modi performed the Lokarpan of Sardardham Bhavan and Bhoomi Pujan of Sardardham Phase – II Kanya Chhatralaya. The PM said the Hostel facility being inaugurated today will also help so many girls to come forward. He said that the state of the art building, girls hostel and modern library will empower the youth.

প্রধানমন্ত্রীয়ে চর্দাৰধাম ভৱন লোকার্পণ আৰু চর্দাৰধাম দ্বিতীয় পর্বত কন্যা ছাত্রী নিবাসৰ ভূমি পুজাত অংশ গ্ৰহণ কৰে

September 11th, 11:00 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত চর্দাৰধাম ভৱন লোকার্পণ কৰে আৰু চর্দাৰধাম দ্বিতীয় পর্বত কন্যা ছাত্রী নিবাসৰ ভূমি পুজাত অংশ গ্ৰহণ কৰে। এই উপলক্ষে গুজৰাটৰ মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রী উপস্থিত আছিল।

প্ৰত্যেকে টীকা ল’ব লাগিব আৰু নিজৰ সম্পূৰ্ণ যতন ল’ব লাগিব : মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

April 25th, 11:30 am

বন্ধুসকল, শেহতীয়াকৈ এই সংকটৰ মোকাবিলা কৰিবলৈ মই বিভিন্ন খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে দীঘলীয়া আলোচনা কৰিছো। আমাৰ ফাৰ্মা-উদ্যোগৰ লোক, প্ৰতিষেধক নিৰ্মাতা বা অক্সিজেন উৎপাদনৰ সৈতে সম্পৰ্কিত লোক হওক বা চিকিৎসা ক্ষেত্ৰৰ বিষয়ে বিজ্ঞ লোক হওক, তেওঁলোকে নিজৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ চৰকাৰক প্ৰদান কৰিছে। এই সময়ত, আমি এই যুঁজত জয়ী হ'বলৈ বিশেষজ্ঞ আৰু বৈজ্ঞানিক পৰামৰ্শক অগ্ৰাধিকাৰ দিব লাগিব। ভাৰত চৰকাৰে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা আগবঢ়াই নিয়াৰ বাবে সকলো শক্তিৰে কাম কৰি আছে। ৰাজ্য চৰকাৰসমূহেও তেওঁলোকৰ দায়িত্ব পালন কৰিবলৈ যথাসাধ্য ধৰণে চেষ্টা কৰি আছে।

জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজৰ ১৫১ সংখ্যক জয়ন্তী উদযাপন উপলক্ষ্যে ১৬ নৱেম্বৰত ‘শান্তিৰ মূৰ্তি’ উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়

November 14th, 06:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজৰ ১৫১ সংখ্যক জয়ন্তী উদযাপনৰ বাবে ১৬ নৱেম্বৰৰ দিনৰ ১২.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমেৰে ‘শান্তিৰ মূৰ্তি’ উন্মোচন কৰিব।