ধনটেৰছ উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

October 18th, 08:52 am

ধনটেৰছ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে।

আয়ুৰ্বেদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে

October 29th, 08:54 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আয়ুৰ্বেদ দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে ভগৱান ধন্বন্তৰীৰ জয়ন্তীৰ পবিত্ৰ দিনটো আমাৰ মহান সংস্কৃতিত আয়ুৰ্বেদৰ উপযোগিতা আৰু অৱদানৰ সৈতে জড়িত। শ্ৰী মোদীয়ে বিশ্বাস ব্যক্ত কৰে যে এটা প্ৰাচীন ঔষধ প্ৰণালী হিচাপে আয়ুৰ্বেদ সমগ্ৰ মানৱ জাতিৰ স্বাস্থ্যৱান জীৱনৰ বাবে উপযোগী হৈ থাকিব।