এছিয়ান গেমছৰ লং জাম্পত ৰূপৰ পদক বিজয়ী এন্সি চোজান এডাপ্পিল্লিৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

এছিয়ান গেমছৰ লং জাম্পত ৰূপৰ পদক বিজয়ী এন্সি চোজান এডাপ্পিল্লিৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

October 02nd, 10:05 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত লং জাম্পত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে এন্সি চোজান এডাপ্পিল্লিক অভিনন্দন জ্ঞাপন কৰে।

‘পেৰিছ ডায়মণ্ড লীগ’ত ব্ৰঞ্জৰ পদক জয় কৰা লং জাম্পাৰ শ্ৰীশংকৰ মুৰলীক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

‘পেৰিছ ডায়মণ্ড লীগ’ত ব্ৰঞ্জৰ পদক জয় কৰা লং জাম্পাৰ শ্ৰীশংকৰ মুৰলীক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

June 10th, 07:56 pm

শ্ৰীশংকৰ মুৰলীয়ে ‘পেৰিছ ডায়মণ্ড লীগ’ত এক উৎকৃষ্ট প্ৰদৰ্শনেৰে ইতিহাস ৰচনা কৰিছে! তেওঁৰ উল্লেখযোগ্য প্ৰয়াসে তেওঁক এক সন্মানীয় ‘ব্ৰঞ্জ পদক’ৰ অধিকাৰী কৰাৰ লগতে ‘ডায়মণ্ড লীগ’ত ‘লং জাম্প’ শিতানত ভাৰতক প্ৰথমবাৰৰ বাবে পদক লাভৰো সুযোগ প্ৰদান কৰিলে। তেওঁক অভিনন্দন জনাইছোঁ আৰু আগন্তুক প্ৰচেষ্টাসমূহৰ বাবে তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।