Cabinet approves construction of 4-Lane Badvel-Nellore Corridor in Andhra Pradesh
May 28th, 03:53 pm
The Cabinet Committee on Economic Affairs chaired by PM Modi has approved the construction of 4-Lane Badvel-Nellore Corridor on Design-Build-Finance-Operate-Transfer (DBFOT) Mode. This will provide connectivity to important nodes in the three Industrial Corridors of Andhra Pradesh. The project will generate many direct & indirect employment opportunities.১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ মুকলি পূৰ্ণাংগ সভাত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
October 23rd, 05:22 pm
আৰু, আকৌ এবাৰ ব্ৰিকছত যোগদান কৰা সকলো নতুন বন্ধু ৰাষ্ট্ৰক উষ্ম আদৰণি জনাইছোঁ। নতুন ৰূপত ব্ৰিকছে বিশ্বৰ মানৱতাৰ ৪০ শতাংশ আৰু বিশ্ব অৰ্থনীতিৰ প্ৰায় ৩০ শতাংশ অংশ গ্ৰহণ কৰিছে।বিশ্ব বেংকৰ লজিষ্টিক প্ৰদৰ্শন সূচকত ভাৰতৰ ১৬ টা স্থানৰ আকৰ্ষণীয় অগ্ৰগতি : আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
April 22nd, 07:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব বেংকৰ লজিষ্টিক প্ৰদৰ্শন সূচকত ভাৰতৰ ১৬ টা স্থানৰ আকৰ্ষণীয় অগ্ৰগতিত আনন্দ প্ৰকাশ কৰিছে।