এলএনজেপি চিকিৎসালয় পৰিদৰ্শন কৰি বিস্ফোৰণত আঘাতপ্ৰাপ্তসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
November 12th, 03:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ শেহতীয়া বিস্ফোৰণৰ ঘটনাত আহতসকলক সাক্ষাৎ কৰাৰ উদ্দেশ্যে এলএনজেপি চিকিৎসালয়লৈ যায়। তেওঁ আহতসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ চিকিৎসাৰ বুজ লয় আৰু তেওঁলোকৰ দ্ৰুত তথা সম্পূৰ্ণ আৰোগ্যৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰে।