ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী চি পি ৰাধাকৃষ্ণনৰ সম্বৰ্ধনা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ

December 01st, 11:15 am

সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছে। আৰু আজি আমাৰ সদনৰ সন্মানীয় সকলো সদস্যৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। আপোনাক আদৰণি জনোৱা আৰু আপোনাৰ নিৰ্দেশনাত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা আৰু সদনৰ জৰিয়তে দেশখনক প্ৰগতিৰ পথত আগবঢ়াই নিবলৈ আপোনাৰ বহুমূলীয়া পথ-প্ৰদৰ্শন কাৰ্য্য আমাৰ সকলোৰে বাবে এক ব্যাপক সুযোগ। সদনৰ হৈ আপোনালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু এই সদনত সমবেত সকলো সন্মানীয় সদস্যই উচ্চ সদনৰ মৰ্য্যাদা অক্ষুণ্ণ ৰাখি সদায় আপোনাৰ মৰ্য্যাদাৰ প্ৰতিও সচেষ্ট হৈ থাকিব বুলিও মই আপোনাক আশ্বাস প্ৰদান কৰিব খুজিছো।

ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী চি. পি. ৰাধাকৃষ্ণনৰ সম্বৰ্ধনা অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য

December 01st, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰথমবাৰৰ বাবে ৰাজ্যসভাত অধ্যক্ষতা কৰা উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণনক আদৰণি জনায়। প্ৰধানমন্ত্ৰীয়ে আজিৰ দিনটোক ৰাজ্যসভাৰ সকলো মাননীয় সদস্যৰ বাবে এক গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে। অধ্যক্ষ গৰাকীক উষ্ম আদৰণি জনাই শ্ৰী মোদীয়ে কয়, “সদনৰ হৈ আৰু মোৰ ফালৰপৰা আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো, শুভেচ্ছা আৰু শুভকামনা জনাইছো। লগতে আপোনাক আশ্বস্ত কৰিব খুজিছো যে উচ্চ সদনৰ সকলো মাননীয় সদস্যই এই সন্মানীয় প্ৰতিষ্ঠানৰ মৰ্য্যাদা সদায় অক্ষুণ্ণ ৰাখিব আৰু একেদৰে আপোনাৰ মৰ্য্যাদা অক্ষুণ্ণ ৰখাৰ প্ৰতি সদায় সচেষ্টতা অৱলম্বন কৰিব। এয়াই হৈছে আপোনাৰ প্ৰতি মোৰ গভীৰ আশ্বাস।”

প্ৰধানমন্ত্ৰীয়ে শ্ৰী এলকে আদৱানী জীক তেওঁৰ জন্মদিন উপলক্ষে সাক্ষাৎ কৰে

November 08th, 08:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী এলকে আদৱানী জীৰ বাসগৃহলৈ গৈ তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে কয় যে শ্ৰী এলকে আদৱানী জীয়ে আমাৰ ৰাষ্ট্ৰলৈ অতুলনীয় সেৱা আগবঢ়াইছে আৰু তেওঁৰ এনে কাৰ্য্যই আমাক সকলোকে অসীম প্ৰেৰণা যোগাইছে।

BJP’s connection with Delhi goes back to the Jana Sangh days and is built on trust and commitment to the city: PM Modi

September 29th, 08:40 pm

Inaugurating the Delhi BJP’s new office, PM Modi said, “On this auspicious occasion of Navratri, Delhi BJP has received its new office today. It is a moment filled with new dreams and fresh resolutions.” He added, “For us, every BJP office is no less than a shrine, no less than a temple. A BJP office is not merely a building. It is a strong link that connects the Party with the grassroots and with people’s aspirations.”

PM Modi inaugurates Delhi BJP’s new office at Deendayal Upadhyaya Marg

September 29th, 05:00 pm

Inaugurating the Delhi BJP’s new office, PM Modi said, “On this auspicious occasion of Navratri, Delhi BJP has received its new office today. It is a moment filled with new dreams and fresh resolutions.” He added, “For us, every BJP office is no less than a shrine, no less than a temple. A BJP office is not merely a building. It is a strong link that connects the Party with the grassroots and with people’s aspirations.”

Prime Minister conveys best wishes to Shri LK Advani Ji on his birthday

November 08th, 08:50 pm

The Prime Minister, Shri Narendra Modi has conveyed his best wishes to Shri LK Advani Ji on his birthday today. The Prime Minister referred Shri LK Advani Ji to be among India's most admired statesmen who has devoted himself to furthering India's development.

Our government truly prioritizes the well-being of the Janjatiyas: PM Modi

February 03rd, 03:30 pm

Prime Minister Narendra Modi launched various infra projects in Sambalpur, Orissa. Referring to the invaluable contributions of Advani Ji, PM Modi said, “The government has decided to honour Advani ji with the Bharat Ratna for his invaluable contributions and service to India.” His personality exemplifies the true philosophy of ‘Nation First’, he said. He added that Advani Ji has guided India against the dynastic politics and towards the politics of development.

PM Modi addresses a public meeting in Sambalpur

February 03rd, 03:15 pm

After launching various infra projects in Sambalpur, Odisha PM Modi addressed a dynamic public meeting. “The last 10 years have been dedicated to the development of India and the state of Odisha has been a central focus of the same,” PM Modi said.

ভাৰত ৰত্নৰে সন্মানিত হ'ব এল কে আদৱানী; প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণা

February 03rd, 02:28 pm

প্ৰবীণ নেতাশ্ৰী লাল কৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্ন প্ৰদান কৰা হ'ব। প্ৰধানমন্ত্ৰীশ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ এক্স পোষ্টৰ জৰিয়তে এই কথা ঘোষণা কৰিছে।

ওড়িশাৰ সম্বলপুৰত ভিন্ন প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 03rd, 02:10 pm

ওড়িশাৰ ৰাজ্যপাল ৰঘুবৰ দাস জী, মুখ্যমন্ত্ৰী, মোৰ বন্ধু শ্ৰী নবীন পাটনায়ক জী, মোৰ কেবিনেট সতীৰ্থ ধৰ্মেন্দ্ৰ প্ৰধান জী, অশ্বিনী বৈষ্ণৱ জী, বিশ্বেশ্বৰ টুডু জী, মোৰ সংসদীয় সতীৰ্থ নীতেশ গংগা দেৱ জী, আইআইএম-সম্বলপুৰৰ সঞ্চালক অধ্যাপক মহাদেও জয়ছোৱাল, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰ লোক-মহিলাসকল!

ওড়িশাৰ সম্বলপুৰত ৬৮,০০০ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

February 03rd, 02:07 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ সম্বলপুৰত প্ৰাকৃতিক গেছ, কয়লা আৰু বিদ্যুৎ উৎপাদনৰ সৈতে জড়িত শক্তি খণ্ডক উন্নীত কৰাৰ লক্ষ্যৰে পথ, ৰেলৱে আৰু উচ্চ শিক্ষা খণ্ডৰ ৬৮,০০০ কোটি টকাতকৈও অধিক মূল্যৰ প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। শ্ৰী মোদীয়ে আইআইএম সম্বলপুৰ মডেল আৰু এখন ফটো প্ৰদৰ্শনী ৰ পৰিদৰ্শন কৰে।

NDA today stands for N-New India, D-Developed Nation and A-Aspiration of people and regions: PM Modi

July 18th, 08:31 pm

PM Modi during his address at the ‘NDA Leaders Meet’ recalled the role of Atal ji, Advani ji and the various other prominent leaders in shaping the NDA Alliance and providing it the necessary direction and guidance. PM Modi also acknowledged and congratulated all on the completion of 25 years since the establishment of NDA in 1998.

PM Modi addresses the NDA Leaders Meet

July 18th, 08:30 pm

PM Modi during his address at the ‘NDA Leaders Meet’ recalled the role of Atal ji, Advani ji and the various other prominent leaders in shaping the NDA Alliance and providing it the necessary direction and guidance. PM Modi also acknowledged and congratulated all on the completion of 25 years since the establishment of NDA in 1998.

প্রধানমন্ত্রীয়ে জন্ম দিনত শুভেচ্ছা জনাবলৈ শ্ৰী এল কে আদৱানিক সাক্ষাৎ কৰে

November 08th, 02:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী এল কে আদৱানিক তেওঁৰ জন্ম দিনত শুভেচ্ছা জনাবলৈ সাক্ষাৎ কৰে।

এল কে আদৱানি জীৰ জন্মদিন উপলক্ষে তেওঁক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

November 08th, 10:46 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এল কে আদৱানি জীৰ জন্মদিন উপলক্ষে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে।

For us, essence of history and faith is Sabka Saath, Sabka Vikas, Sabka Vishwas and Sabka Prayas: PM Modi

August 20th, 11:01 am

PM Modi inaugurated and laid the foundation stone of multiple projects in Somnath, Gujarat. Reflecting on the history of the revered temple, the PM recalled the repeated destruction of the temple and how the temple rose after every attack. It is a symbol of the belief that truth can’t be defeated by falsehood and faith can’t be crushed by terror, said the PM.

সোমনাথত বহুমুখী প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

August 20th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে গুজৰাটৰ সোমনাথত এলানি বহুমুখী প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ লগতে আন একাংশ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। উদ্বোধন কৰা প্ৰকল্পসমূহৰ মাজত আছে ‘সোমনাথ পৰ্যটন চক্ৰ’, ‘সোমনাথ প্ৰদৰ্শনী কেন্দ্ৰ’ আৰু ‘পুৰণি(জুনা)সোমনাথৰ চৌহদ’ৰ পুনৰ্নিৰ্মাণ। প্ৰধানমন্ত্ৰীয়ে একেটা অনুষ্ঠানতে পাৰবতী মন্দিৰৰ আধাৰশিলাও স্থাপন কৰে। অনুষ্ঠানত শ্ৰী লালকৃষ্ণ আদৱানী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, গুজৰাটৰ মুখ্য মন্ত্ৰী আৰু উপ মুখ্য মন্ত্ৰীৰ লগতে অন্যান্যসকল উপস্থিত থাকে।

বিজেপিক গঢ় দিয়া আৰু সুদৃঢ়কৰণৰ বাবে দশক দশক জুৰি পৰিশ্ৰম কৰিলে শ্ৰী এল কে আদৱানী জীয়েঃ প্ৰধানমন্ত্ৰী

November 08th, 10:57 am

শ্ৰী এল কে আদৱানীক জন্মদিনৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “বিদগ্ধ পণ্ডিত, সুবক্তা তথা অন্যতম সন্মানীয় নেতা শ্ৰী লাল কৃষ্ণ আদৱানী জীয়ে আমাৰ নাগৰিকসকলৰ সবলীকৰণ কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানক ভাৰতে সদায়েই মনত ৰাখিব৷”

PM Modi wishes Shri LK Advani on his birthday

November 08th, 09:00 am

Prime Minister Modi wished Shri LK Advani on his birthday. The PM said, “Best wishes to Shri LK Advani Ji on his birthday. Advani Ji’s contribution towards India’s development is monumental. His ministerial tenures are applauded for futuristic decision making and people-friendly policies. His wisdom is admired across the political spectrum.”

PM releases Kedarnath Sahni Smriti Granth

November 22nd, 07:40 pm

PM Narendra Modi released a book on life of Shraddheya Kedarnath Sahni, a senior BJP leader & former Governor of Sikkim. Recalling several aspects of Late Kedarnath Sahni’s life, PM Modi said Kedarnath ji showed the way on how to work in a party organization. Shri Modi also mentioned about the role played by Kedarnath Sahni and his karyakartas in safeguaring people during the Sikh genocide in 1984.