পশুধন স্বাস্থ্য আৰু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী (এলএইচডিচিপি)ৰ সংশোধনীত অনুমোদন কেবিনটৰ

March 05th, 03:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে পশুধন স্বাস্থ্য আৰু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী (এলএইচডিচিপি)ৰ সংশোধনীত অনুমোদন জনায়।