Barak Valley will become a major logistics and trade hub for the North East: PM Modi in Silchar, Assam
March 14th, 11:10 am
Launching multiple development projects worth ₹23,550 crore in Silchar, Assam, PM Modi said the projects will further empower Barak Valley as a logistics hub for the entire North East. He laid the foundation stone for the Shillong–Silchar High-Speed Corridor, noting it will boost local industry, agriculture and tourism. He cautioned that the hard-won era of peace and progress must be protected from regressive forces.PM Modi inaugurates and lays foundation stones for various development projects worth ₹23,550 crore in Silchar, Assam
March 14th, 10:45 am
Launching multiple development projects worth ₹23,550 crore in Silchar, Assam, PM Modi said the projects will further empower Barak Valley as a logistics hub for the entire North East. He laid the foundation stone for the Shillong–Silchar High-Speed Corridor, noting it will boost local industry, agriculture and tourism. He cautioned that the hard-won era of peace and progress must be protected from regressive forces.PM condoles the passing of Shri Mani Shankar Mukhopadhyay Ji
February 20th, 07:37 pm
Prime Minister Shri Narendra Modi today condoled the passing of Shri Mani Shankar Mukhopadhyay Ji.Prime Minister condoles the demise of Thiru D. Gnanasundaram Ji
January 26th, 09:48 pm
The Prime Minister, Narendra Modi, has expressed deep grief over the demise of D. Gnanasundaram.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত সাহিত্যিক বিনোদ কুমাৰ শুক্লাৰ বিয়োগত শোক প্ৰকাশ কৰিছে
December 23rd, 07:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত সাহিত্যিক তথা জ্ঞানপীঠ বঁটা বিজয়ী বিনোদ কুমাৰ শুক্লাৰ বিয়োগত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে হিন্দী সাহিত্য জগতলৈ তেওঁৰ অমূল্য অৱদান সদায় স্মৰণীয় হৈ থাকিব।বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ ৰামদাৰশ মিশ্ৰৰ বিয়োগত শোক প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে
November 01st, 02:27 pm
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত সাহিত্যিক তথা শিক্ষাবিদ ৰামদাৰশ মিশ্ৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।বিশিষ্ট কানাড়া সাহিত্যিক তথা চিন্তাবিদ এছ এল ভৈৰপ্পাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক
September 24th, 04:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশিষ্ট কানাড়া সাহিত্যিক তথা চিন্তাবিদ এছ এল ভৈৰপ্পাৰ মৃত্যুত শোক প্ৰকাশ কৰে।তামিলনাডুৰ গংগাইকোণ্ডা চোলাপুৰম মন্দিৰত অনুষ্ঠিত আদী তিৰুভথিৰাই মহোৎসৱৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
July 27th, 12:30 pm
চিন্ময়া মিছনৰ স্বামী, তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি জী, কেবিনেটত মোৰ সহকৰ্মী ড° এল মুৰুগান জী, স্থানীয় সাংসদ থিৰুমা-ভালাৱন জী, মঞ্চত উপস্থিত তামিলনাডুৰ মন্ত্ৰীসকল, সংসদত মোৰ সহযোগী সন্মানীয় শ্ৰী ইলায়াৰাজা জী, সকলো অডুভাৰ, ভক্ত, ছাত্ৰ, সাংস্কৃতিক ইতিহাসবিদসকল আৰু মোৰ মৰমৰ ভাই-ভনীসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ গংগাইকোণ্ডা চোলাপুৰমত আদি তিৰুভথিৰাই মহোৎসৱত ভাষণ দিয়ে
July 27th, 12:25 pm
আজি তামিলনাডুৰ গংগাইকোণ্ডা চোলাপুৰম মন্দিৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আদি তিৰুভথিৰাই মহোৎসৱত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে সৰ্বশক্তিমান ভগৱান শিৱৰ আগত প্ৰণাম জনায় আৰু শ্ৰী ইলয়াৰাজৰ সংগীত তথা ওধুবৰৰ পবিত্ৰ জপ সংগীত শ্ৰৱণ কৰি ৰাজাৰাজা চোলাৰ পবিত্ৰ ভূমিত ঐশ্বৰিক শিৱ দৰ্শনৰ জৰিয়তেগভীৰ আধ্যাত্মিক শক্তিক অনুভৱ কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে আধ্যাত্মিক পৰিৱেশে আত্মাক গভীৰভাৱে আপ্লুত কৰে।List of Outcomes: State Visit of Prime Minister to Ghana
July 03rd, 04:01 am
PM Modi met with the Ghana President Mahama and the two leaders decided to elevate bilateral ties to a Comprehensive Partnership. 4 Memoranda of Understanding (MoUs) were signed including MoU on Cultural Exchange Programme, MoU between BIS & GSA, MoU between ITAM, Ghana and ITRA, India and MoU on Joint Commission Meeting.কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
May 09th, 02:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে শ্ৰী এম টি বাসুদেৱন নায়াৰৰ মৃত্যুত শোক প্ৰকাশ কৰে
December 26th, 10:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালায়ালম চলচ্চিত্ৰ আৰু সাহিত্যৰ অন্যতম সন্মানীয় ব্যক্তি শ্ৰী এম টি বাসুদেৱন নায়াৰ জীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে মন্তব্য কৰে যে শ্ৰী এম টি বাসুদেৱন নায়াৰ জীৰ কৰ্মৰাজিয়ে মানৱীয় আৱেগৰ গভীৰ অন্বেষণৰ দ্বাৰা প্ৰজন্মক গঢ় দিছে আৰু বহু লোকক অনুপ্ৰাণিত কৰি আহিছে।