প্ৰধানমন্ত্ৰী মোদীয়ে লিপ-বু টানক সাক্ষাৎ কৰে , ভাৰতৰ অৰ্ধপৰিবাহী যাত্ৰাৰ প্ৰতি ইণ্টেলৰ দায়বদ্ধতাক কৰিলে প্ৰশংসা
December 09th, 09:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লিপ-বু টানক সাক্ষাৎ কৰি আনন্দ প্ৰকাশ কৰে আৰু ভাৰতৰ অৰ্ধপৰিবাহী যাত্ৰাৰ প্ৰতি ইণ্টেলৰ দায়বদ্ধতাক উষ্ম আদৰণি জনায়।