প্ৰধানমন্ত্ৰীয়ে ৩ মাৰ্চত গিৰত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ সপ্তম বৈঠকত পৌৰহিত্য কৰে
March 03rd, 04:48 pm
আজি দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শনেৰে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ সপ্তম বৈঠকত অধ্যক্ষতা কৰে।আজি পুৱা বিশ্ব বন্যপ্ৰাণী দিৱসত মই গিৰত ছাফাৰীত উঠিলোঁ, যিটো আমি সকলোৱে জনা এছিয়াৰ মহিমাণ্ডিত সিংহৰ বাসভূমি; গিৰ ভ্ৰমণ কৰি গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ত কৰা সামূহিক কামৰ বহু স্মৃতিও মনত পৰিল: প্ৰধানমন্ত্ৰী
March 03rd, 12:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহিমামণ্ডিত এছিয়াটিক সিংহৰ বাসভূমি বুলি বিখ্যাত গিৰত ছাফাৰী কৰিলোঁ।