প্ৰধানমন্ত্ৰীয়ে ৩ মাৰ্চত গিৰত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ সপ্তম বৈঠকত পৌৰহিত্য কৰে

প্ৰধানমন্ত্ৰীয়ে ৩ মাৰ্চত গিৰত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ সপ্তম বৈঠকত পৌৰহিত্য কৰে

March 03rd, 04:48 pm

আজি দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শনেৰে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ সপ্তম বৈঠকত অধ্যক্ষতা কৰে।

যোৱা দশকত বাঘ, নাহৰফুটুকী, গঁড়ৰ জনসংখ্যাও বৃদ্ধি পাইছে, ইয়াৰ পৰা বুজা যায় যে আমি বন্যপ্ৰাণীক কিমান গভীৰভাৱে লালন-পালন কৰোঁ আৰু জীৱ-জন্তুৰ বাবে বহনক্ষম বাসস্থান নিৰ্মাণৰ বাবে কাম কৰি আছো: প্ৰধানমন্ত্ৰী

যোৱা দশকত বাঘ, নাহৰফুটুকী, গঁড়ৰ জনসংখ্যাও বৃদ্ধি পাইছে, ইয়াৰ পৰা বুজা যায় যে আমি বন্যপ্ৰাণীক কিমান গভীৰভাৱে লালন-পালন কৰোঁ আৰু জীৱ-জন্তুৰ বাবে বহনক্ষম বাসস্থান নিৰ্মাণৰ বাবে কাম কৰি আছো: প্ৰধানমন্ত্ৰী

March 03rd, 12:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন্তব্য কৰে যে যোৱা দশকত বাঘ, নাহৰফুটুকী, গঁড়ৰ জনসংখ্যাও বৃদ্ধি পাইছে, ইয়াৰ পৰা বুজা যায় যে আমি বন্যপ্ৰাণীক কিমান গভীৰভাৱে লালন-পালন কৰোঁ আৰু জীৱ-জন্তুৰ বাবে বহনক্ষম বাসস্থান নিৰ্মাণৰ বাবে কাম কৰি আছো।

ভাৰতত নাহৰফুটুকী বাঘৰ বৰ্ধিত সংখ্যাক লৈ প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে

ভাৰতত নাহৰফুটুকী বাঘৰ বৰ্ধিত সংখ্যাক লৈ প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে

February 29th, 09:35 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত নাহৰফুটুকী বাঘৰ সংখ্যা বৃদ্ধি পোৱাত আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে নাহৰফুটুকী বাঘৰ সংখ্যাৰ এই উল্লেখযোগ্য বৃদ্ধি জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাৰতৰ অটল সমৰ্পণৰ প্ৰমাণ।

মাইসূৰুত ব্যঘ্ৰ প্ৰকল্পৰ ৫০ সংখ্য বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানৰ উদ্বোধনী অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

April 09th, 01:00 pm

প্ৰথমতে মই আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। কাৰণ মই পুৱা ৬ বজাতে ওলাই গৈছিলো, মই ভাবিছিলো যে মই সময়মতেই অৰণ্য পৰিদৰ্শন কৰি ঘূৰি আহিব পাৰিম। পিচে, মই উভতি আহোতে ১ ঘণ্টা পলম কৰিলো। এইখিনি সময় অপেক্ষা কৰি থাকিবলগীয়া হোৱা বাবে মই আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। মোৰ কব খোজা কথাটো হ'ল, আমি আগতে বাঘৰ যি সংখ্যা স্পৰ্শ কৰিছিলো, আমি দেখিবলৈ পাইছো, আমাৰ বাঘৰ পৰিয়াল সম্প্ৰসাৰিত হৈছে, সেয়ে, ই আমাৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। মই আপোনালোক সকলোকে আমাৰ বাঘৰ এই পৰিয়ালকেইটাৰ সন্মানাৰ্থে সকলোকে নিজ নিজ স্থানতে থিয় হৈ অভিবাদন জনাবলৈ অনুৰোধ জনাইছো। ধন্যবাদ!

কৰ্ণাটকৰ মহীশূৰত ‘ব্যাঘ্ৰ প্ৰকল্পৰ ৫০ বছৰ পূৰ্তি অনুষ্ঠান’ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

April 09th, 12:37 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ মহীশূৰৰ মহীশূৰ বিশ্ববিদ্যালয়ত 'ব্যাঘ্ৰ প্ৰকল্পৰ ৫০ বছৰ পূৰ্তি অনুষ্ঠান' উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় বিগ কেটছ এলায়েন্স (আইবিচিএ)ৰ শুভাৰম্ভ কৰে। তেওঁ 'বাঘ সংৰক্ষণৰ বাবে অমৃত কালৰ লক্ষ্য', ব্যাঘ্ৰ সংৰক্ষণৰ ব্যৱস্থাপনা কাৰ্যকৰিতা মূল্যায়নৰ পঞ্চম চক্ৰৰ এক সাৰাংশ প্ৰতিবেদন-এইসমূহ পুস্তিকা মুকলি কৰাৰ লগতে বাঘৰ সংখ্যা ঘোষণা কৰে আৰু সৰ্বভাৰতীয় বাঘ অনুমানৰ (পঞ্চম চক্ৰ) সাৰাংশ প্ৰতিবেদন প্ৰকাশ কৰে। তেওঁ প্ৰজেক্ট টাইগাৰৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে এটা স্মাৰক মুদ্ৰাও মুকলি কৰে।

২৭.১২.২০২০ তাৰিখে ‘মন কী বাত ২.০’ৰ ১৯তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্ত

December 27th, 11:30 am

বন্ধুসকল, আমি এই ভাৱনা বৰ্তাই ৰাখিব লাগিব আৰু বঢ়াব লাগিব৷ মই পূৰ্বেও কৈছো আৰু পুনৰবাৰ দেশবাসীক আহ্বান জনাম৷ আপোনালোকেও এখন তালিকা প্ৰস্তুত কৰক৷ দিনটোত আমি যি সামগ্ৰী ব্যৱহাৰ কৰো, সেই সামগ্ৰীসমূহ বিবেচনা কৰি চাওক যে অজানিতে আমাৰ জীৱনত কোনবোৰ বিদেশী সামগ্ৰীয়ে প্ৰৱেশ কৰিছে৷ আমাক এক প্ৰকাৰে বন্দী কৰি তুলিছে৷ ইয়াৰ ভাৰতীয় বিকল্পসমূহ সন্ধান কৰক আৰু নিশ্চিত কৰক যে আগলৈ ভাৰতত নিৰ্মিত, ভাৰতৰ জনসাধাৰণৰ পৰিশ্ৰম তথা ঘামেৰে উৎপাদিত সামগ্ৰীসমূহ আমি ব্যৱহাৰ কৰিম৷ আপোনালোকে প্ৰতিবছৰে নৱবৰ্ষৰ প্ৰতিজ্ঞা গ্ৰহণ কৰে, এইবাৰ এনে এক প্ৰতিজ্ঞা দেশৰ বাবে গ্ৰহণ কৰক৷

PM expresses happiness over increasing population of Leopard

December 22nd, 11:53 am

PM Narendra Modi has expressed happiness over the increasing population of Leopards in India and congratulated all those who are working towards animal conservation.