আমাৰ মাতৃভূমিৰ পৱিত্ৰ ঐতিহ্যৰ ওপৰত আলোকপাত কৰি তথা সাৰ্বজনীন সমৃদ্ধিৰ বাবে প্ৰাৰ্থনাৰে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
May 21st, 09:04 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি উল্লেখ কৰে যে আমাৰ মাতৃভূমি হৈছে আধ্যাত্মিক অনুশীলন আৰু উপাসনাৰ লগতে সাহস, শক্তি আৰু সাৰ্বজনীন কল্যাণৰ পৱিত্ৰ ভূমি। শ্ৰী মোদীয়ে এই বুলি আশা প্ৰকাশ যে মহান ঐতিহ্য আৰু প্ৰাচীন সংস্কৃতিৰ এই পবিত্ৰ ভূমিয়ে সকলোকে সদায় সুখ আৰু সমৃদ্ধিৰে ভৰাই ৰাখক।১০-১১ মে’ত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
May 09th, 11:19 am
২০২৬ চনৰ ১০-১১ মে’ত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।১০ মে’ৰ নিশা গুজৰাটৰ জামনগৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী । ১১ মে’ৰ পুৱা প্ৰায় ১০:১৫ বজাত সোমনাথ মন্দিৰত অনুষ্ঠিত হ’বলগীয়া সোমনাথ অমৰুত মহোৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে বদোদৰালৈ যাত্ৰা কৰিব, য’ত তেওঁ সন্ধিয়া প্ৰায় ৬ বজাত চৰ্দাৰধাম হোষ্টেল উদ্বোধন কৰিব। লগতে দুয়োটা অনুষ্ঠানতে জনসভাক সম্বোধন কৰিব।ভাৰতৰত্ন ড০ এম. জি. ৰামচন্দ্ৰনৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
January 17th, 10:17 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভাৰতৰত্ন ড০ এম. জি. ৰামচন্দ্ৰন (এমজিআৰ)ৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।আন্তঃৰাষ্ট্ৰীয় কৃষি অৰ্থনীতিবিদসকলৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 03rd, 09:35 am
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, আন্তৰ্জাতিক কৃষি অৰ্থনীতি পৰিষদৰ অধ্যক্ষ ড° মতীন কাইম, নিটি আয়োগৰ সদস্য শ্ৰী ৰমেশ জী, ভাৰত আৰু অন্যান্য দেশৰ কৃষি বিজ্ঞানী, গৱেষক, কৃষি খণ্ডৰ সৈতে জড়িত বিভিন্ন বিশ্ববিদ্যালয়ৰ আমাৰ সতীৰ্থসকল , বিশেষজ্ঞ আৰু অংশীদাৰসকল, ভদ্ৰমহিলাসকল,PM inaugurates the 32nd International Conference of Agricultural Economists
August 03rd, 09:30 am
Prime Minister Narendra Modi inaugurated the 32nd International Conference of Agricultural Economists, emphasizing the need for global cooperation in agriculture and the importance of sustainable farming practices. The PM also highlighted India's efforts in digital agriculture, water conservation, and soil health management.