প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে শ্ৰী লিয়েণ্ডাৰ পেজে
April 01st, 07:58 pm
শ্ৰী লিয়েণ্ডাৰ পেজে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। টেনিছত তেওঁৰ সাফল্যকলৈ ভাৰত অতি গৌৰৱান্বিত।আমি বহু বিষয়ত আলোচনা কৰিলোঁ। ক্ৰীড়া আৰু দেশ গঠনৰ প্ৰতি তেওঁৰ আবেগ সঁচাকৈয়ে প্ৰশংসনীয়, শ্ৰী মোদীয়ে কয়।PM congratulates Leander Paes and Martina Hingis, on winning the mixed doubles title at US Open
September 12th, 12:50 pm