এছিয়ান পেৰা গেমছত জেভেলিন থ্ৰ’ত লক্ষীটৰ ব্ৰঞ্জৰ পদক জয়, প্ৰধানমন্ত্ৰীৰ অভিনন্দন
October 27th, 05:48 pm
চীনৰ হাংঝৌত চলি থকা এছিয়ান পেৰা গেমছত পুৰুষৰ জেভলিন থ্ৰ’-এফ৫৪ ইভেণ্টত আজি ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষীটক অভিনন্দন জনায়।