Daman has become a living example of Mini India: PM Modi
June 05th, 07:20 pm
Addressing a public gathering in Daman, PM Modi lauded Daman as a living example of Mini India. Launching multiple transformative projects spanning connectivity, health, education, tourism, and urban infrastructure, he highlighted the region's prowess in solar energy and cleanliness. Listing various government initiatives that transformed the lives of the people, he assured the Union Territory of the central government's continued support.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দমনত প্ৰায় ২,৯৭০ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে
June 05th, 07:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দমনত প্ৰায় ২,৯৭০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন , দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। স্থানীয় নেতা আৰু নাগৰিকৰ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণৰ আৰম্ভণিতে জনসাধাৰণৰ আপ্লুত অংশগ্ৰহণৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। পূৰ্বৰ ভ্ৰমণৰ কথা স্মৰণ কৰি তেওঁ কয় যে তেওঁৰ পূৰ্বৰ পৰ্যবেক্ষণ বাস্তৱলৈ ৰূপান্তৰিত হৈছে, এতিয়া এই অঞ্চলে দেশৰ বৈচিত্ৰ্যময় আৰু সজীৱ সত্তাক গৌৰৱেৰে প্ৰতিনিধিত্ব কৰিছে। ‘“দমন মিনি ইণ্ডিয়াৰ এক জীৱন্ত নিদৰ্শন হৈ পৰিছে, য’ত বিভিন্ন অঞ্চলৰ লোকৰ বসবাসে সমগ্ৰ দেশৰ এক সুন্দৰ আভাস প্ৰদান কৰিছে,”’ শ্ৰী মোদীয়ে মন্তব্য কৰে।৫ জুনত চুৰাট আৰু দমন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
June 04th, 10:03 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৫ জুনত গুজৰাট আৰু ডমন ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে দুপৰীয়া প্ৰায় দুই বাজি ত্ৰিশ মিনিটত চুৰাট জিলাৰ হাজিৰা ভ্ৰমণ কৰি চলি থকা ঔদ্যোগিক কাৰ্য্যকলাপ আৰু আন্তঃগাঁথনি প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰিব। সন্ধিয়া প্ৰায় ৪ বাজি ১৫ মিনিটত প্ৰধানমন্ত্ৰীয়ে চুৰাটত প্ৰায় ১৮,৮০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে তেওঁ সমাৱেশকো সম্বোধন কৰিব।মন কি বাতত পশ্চিম এছিয়াৰ সংকট দূৰ কৰিবলৈ ১৪০ কোটি ভাৰতীয়ৰ ঐক্যৰ ওপৰত আস্থা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
March 29th, 11:30 am
চলিত মাহৰ মান কি বাত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ সংঘাতৰ বিষয়ে কয় আৰু সংকট দূৰ কৰিবলৈ একত্ৰিত হৈ থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ নাগৰিকসকলক উৰাবাতৰিৰ দ্বাৰা বিপথে পৰিচালিত নহ’বলৈ আৰু কেৱল চৰকাৰে প্ৰদান কৰা তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে জ্ঞান ভাৰতম জৰীপ, ক্ৰীড়া আৰু ফিটনেছ, জল সংৰক্ষণ, মীন পালন আৰু সৌৰশক্তিৰ দৰে মূল বিষয়বস্তুৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।নতুন দিল্লীৰ কাৰিয়াপ্পা খেলপথাৰত এনচিচিৰ ৰেলীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
January 28th, 04:00 pm
কেন্দ্ৰীয় কেবিনেটত থকা মোৰ সহকৰ্মী, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীযুত ৰাজনাথ সিং জী, মঞ্চত উপবিষ্ট আন সকলো গণ্যমান্য ব্যক্তি, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এন চি চি আৰু এন এছ এছৰ কেডেটসকল, টেবলো শিল্পী, ৰাষ্ট্ৰীয় ৰংশালাৰ কৰ্মীসকল আৰু মোৰ মৰমৰ যুৱ বন্ধুসকল। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ চিন ইয়াত দেখা গৈছে।আপোনালোকে প্ৰদৰ্শন অতি সমন্বয়ৰে পৰিৱেশন কৰিছে।দিল্লীত বাৰ্ষিক এন চি চি পিএম ৰেলীত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
January 28th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ চৰিয়াপ্পা পেৰেড খেলপথাৰত এন চি চিৰ বাৰ্ষিক পিএম ৰেলীত ভাষণ প্ৰদান কৰে। এন চি চি দিৱস উপলক্ষ্যে আয়োজন কৰা অনুষ্ঠানটিলৈ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এন চি চি, এন এছ এছৰ কেডেট, টাবলো শিল্পী, ৰাষ্ট্ৰীয় ৰংশালাৰ কৰ্মী আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱ অংশগ্ৰহণকাৰীসকলৰ প্ৰচেষ্টা তেওঁলোকৰ সমন্বিত প্ৰদৰ্শনত স্পষ্ট হৈ পৰিছে।নিৰ্বাচন আয়োগে সময়ে সময়ে আমাৰ ভোটদান প্ৰক্ৰিয়াক শক্তিশালী কৰি আহিছেঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
January 19th, 11:30 am
In the 118th episode of Mann Ki Baat, PM Modi reflected on key milestones, including the upcoming 75th Republic Day celebrations and the significance of India’s Constitution in shaping the nation’s democracy. He highlighted India’s achievements and advancements in space sector like satellite docking. He spoke about the Maha Kumbh in Prayagraj and paid tributes to Netaji Subhas Chandra Bose.উচ্চতম ন্যায়ালয়ত ‘সংবিধান দিৱস’ উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
November 26th, 08:15 pm
ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাজী, ন্যায়াধীশ বি আৰ গৱাইজী, ন্যায়াধীশ সূৰ্যকান্তজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী শ্ৰী অৰ্জুন ৰাম মেঘৱালজী, ‘এটৰ্নি জেনেৰেল’ শ্ৰী ভেংকটৰমণীজী, ‘বাৰ কাউন্সিল’ৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰজী, উচ্চতম ন্যায়ালয় বাৰ এছোচিয়েশ্যনৰ অধ্যক্ষ শ্ৰী কপিল চিব্বলজী, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল, প্ৰাক্তন মুখ্য ন্যায়াধীশসকল, অনুষ্ঠানত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকল, ভদ্ৰ মহিলা আৰু সজ্জনসকল।উচ্চতম ন্যায়ালয়ত সংবিধান দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ
November 26th, 08:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ উচ্চতম ন্যায়ালয়ত সংবিধান দিৱস অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ভাৰতৰ মুখ্য ন্যায়াধীশ শ্ৰী সঞ্জীৱ খান্নাৰ লগতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ন্যায়াধীশ শ্ৰীযুত বি.আৰ. গাৱৈ আৰু ন্যায়াধীশ শ্ৰী সূৰ্য্যকান্ত। লগতে উপস্থিত থাকে আইন আৰু ন্যায় মন্ত্ৰী শ্ৰীযুত অৰ্জুন ৰাম মেঘৱাল, ভাৰতৰ এটৰ্নী জেনেৰেল, আৰু অন্যান্য বিশিষ্ট বিশিষ্ট ব্যক্তিসকল।আইটিইউ-ৱৰ্ল্ড টেলিকমিউনিকেচন ষ্টেণ্ডাৰ্ডাইজেচন এছেম্বলী, ২০২৪ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 15th, 10:05 am
মোৰ কেবিনেট সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া জী, চন্দ্ৰশেখৰ জী, আইটিইউৰ সচিব প্ৰধান, ভিন্ন দেশৰ মন্ত্ৰী, ভাৰতৰ ভিন্ন ৰাজ্যৰ মন্ত্ৰী, উদ্যোগৰ নেতা, টেলিকম বিশেষজ্ঞ, ষ্টাৰ্ট-আপ জগতৰ যুৱ উদ্যোগী, ভাৰত আৰু বিদেশৰ বিশিষ্ট অতিথি, ভদ্ৰলোক আৰু মহিলাসকল,Prime Minister Shri Narendra Modi inaugurates ITU World Telecommunication Standardization Assembly 2024 in New Delhi
October 15th, 10:00 am
Prime Minister Modi inaugurated the International Telecommunication Union-World Telecommunication Standardization Assembly and India Mobile Congress in New Delhi. In his address, he highlighted India's transformative achievements in connectivity and telecom reforms. The Prime Minister stated that the government has made telecom a means of equality and opportunity beyond just connectivity in the country.Lakshadweep is not just a group of islands; it's a timeless legacy of traditions and a testament to the spirit of its people, says PM Modi
January 04th, 03:29 pm
PM Modi visited Agatti, Bangaram and Kavaratti in Lakshadweep for the launch of various projects. Sharing glimpses from his two-day visit on ‘X’, PM Modi said, “Our focus in Lakshadweep is to uplift lives through enhanced development. In addition to creating futuristic infrastructure, it is also about creating opportunities for better healthcare, faster internet and drinking water, while protecting as well celebrating the vibrant local culture. The projects that were inaugurated reflect this spirit.”লক্ষদ্বীপত ভাৰত চৰকাৰৰ ভিন্ন আঁচনিৰ হিতাধিকাৰীসকলেৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ
January 03rd, 01:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষদ্বীপত ভাৰত চৰকাৰৰ ভিন্ন আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে তেখেতৰ মত-বিনিময়ৰ কিছু মুহূৰ্ত শ্বেয়াৰ কৰিছে।লাক্ষাদ্বীপৰ কাৱাৰাট্টিত উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী উপস্থাপনৰ অনুবাদ
January 03rd, 12:00 pm
লাক্ষাদ্বীপত পুৱাৰ পৰিৱেশটো চাবলৈ পাই মই খুবেই সুখী হৈছো। লাক্ষাদ্বীপৰ সৌন্দৰ্য শব্দৰে বৰ্ণনা কৰাটো খুবেই কঠিন। মই সৌভাগ্যৱান যে এইবাৰ আগাট্টি, বাঙ্গাৰাম আৰু কাৱাৰাট্টিত মোৰ পৰিয়ালৰ সকলো সদস্যক লগ পোৱাৰ সুযোগ পাইছোঁ। লাক্ষাদ্বীপৰ ভৌগোলিক এলেকা সৰু হ'ব পাৰে, পিচে, লাক্ষাদ্বীপৰ জনতাৰ হৃদয় সাগৰৰ দৰেই বিশাল। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে মই কৃতজ্ঞ।লক্ষদ্বীপৰ কাৱৰাট্টিত ১১৫০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰাজিৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
January 03rd, 11:11 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষদ্বীপৰ কাৱৰাট্টিত ১১৫০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰাজিৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে প্ৰযুক্তি, শক্তি, জলসম্পদ, স্বাস্থ্যসেৱা আৰু শিক্ষাকে প্ৰমুখ্য কৰি একাধিক খণ্ডক সামৰি লৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লেপটপ আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলক লেপটপ বিতৰণৰ লগতে বেটি বচাও, বেটি পঢ়াওৰ অধীনত বিদ্যালয়ৰ ছাত্ৰীসকলক চাইকেল প্ৰদান কৰে। লগতে কৃষক আৰু মৎস্যজীৱী হিতাধিকাৰীসকলক পিএম কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰে।লাক্ষাদ্বীপৰ অগ্ৰগতিৰ সৈতে জড়িত দিশসমূহৰ ওপৰত এখন পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰে প্ৰধানমন্ত্ৰীয়ে
January 02nd, 11:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত আজি লাক্ষাদ্বীপৰ অগ্ৰগতিৰ সৈতে জড়িত দিশসমূহৰ ওপৰত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। আজি প্ৰধানমন্ত্ৰী মোদী লাক্ষাদ্বীপত উপস্থিত হয় আৰু কাইলৈ তেওঁ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ লোকাৰ্পণ আৰু আধাৰশিলা স্থাপন কৰিব।লাক্ষাদ্বীপৰ আগাট্টি বিমানবন্দৰত এখন ৰাজহুৱা সভাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 02nd, 04:45 pm
লাক্ষাদ্বীপ বহুতো সম্ভাৱনাৰে ভৰি আছে। কিন্তু স্বাধীনতাৰ পিছত দীৰ্ঘদিন ধৰি লাক্ষাদ্বীপৰ আন্তঃগাঁথনি উন্নয়ণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হোৱা নাছিল। আনকি নৌ পৰিবহণ ইয়াৰ জীৱনৰেখা হোৱা স্বত্বেও। কিন্তু ইয়াৰ বন্দৰসমূহৰ আন্তঃগাঁথনিও দুৰ্বল হৈয়ে আছিল। শিক্ষাই হওক, স্বাস্থ্যই হওক, আনকি পেট্ৰ'ল আৰু ডিজেলেৰ বাবেও যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। এতিয়া আমাৰ চৰকাৰে এই সকলো প্ৰত্যাহ্বান আঁতৰ কৰি আছে। লাক্ষাদ্বীপৰ প্ৰথম ‘পিঅ'এল বাল্ক ষ্টোৰেজ’ সুবিধা কাৱাৰাট্টি আৰু মিনিকয় দ্বীপত নিৰ্মাণ কৰা হৈছে। এতিয়া ইয়াত বহুতো ক্ষেত্ৰত নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰা হৈছে।প্ৰধানমন্ত্ৰী মোদীয়ে লাক্ষাদ্বীপৰ অগট্টি বিমান বন্দৰত এখন ৰাজহুৱা সভা সম্বোধন কৰে
January 02nd, 04:30 pm
অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে লাক্ষদ্বীপৰ অপৰিসীম সম্ভাৱনাসমূহৰ কথা উল্লেখ কৰে আৰু স্বাধীনতাৰ পিছত লাক্ষদ্বীপে সন্মুখীন হোৱা দীৰ্ঘদিনীয়া অৱহেলাৰ কথা উল্লেখ কৰে। জাহাজ এই অঞ্চলটোৰ জীৱনৰেখা হোৱা সত্বেও বন্দৰগাহৰ দুৰ্বল আন্তঃগাঁথনিৰ কথা তেওঁ উল্লেখ কৰে। ই শিক্ষা, স্বাস্থ্য আৰু আনকি পেট্ৰ'ল আৰু ডিজেলৰ ক্ষেত্ৰতো প্ৰযোজ্য, তেওঁ কয়। তেওঁ কয় যে এতিয়া চৰকাৰে ইয়াৰ বিকাশৰ কাম সঠিক আন্তৰিকতাৰে গ্ৰহণ কৰিছে। এই সকলোবোৰ প্ৰত্যাহ্বান আমাৰ চৰকাৰে মোকাবিলা কৰিছে, তেওঁ কয়।২-৩ জানুৱাৰী, ২০২৪-ত তামিলনাডু, লক্ষদ্বীপ আৰু কেৰালা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
December 31st, 12:56 pm
২ জানুৱাৰী তাৰিখে পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰী তামিলনাডুৰ তিৰুচিৰাপল্লীত উপস্থিত হ'ব। তেওঁ তিৰুচিৰাপল্লীৰ ‘ভাৰতীদাসন বিশ্ববিদ্যালয়’ৰ ৩৮সংখ্যক সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। দুপৰীয়া প্ৰায় ১২ বজাত তিৰুচিৰাপল্লীত এক ৰাজহুৱা কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে বিমান, ৰে'ল, পথ, তেল আৰু গেছ, জাহাজ আৰু উচ্চ শিক্ষা খণ্ডৰ সৈতে সম্পৰ্কিত ১৯,৮৫০ কোটি টকাৰ অধিক ব্যয়সাপেক্ষ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, দেশলৈ উৎসৰ্গা তথা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব। আবেলি প্ৰায় ৩:১৫ বজাত প্ৰধানমন্ত্ৰী লাক্ষাদ্বীপৰ আগাট্টিত উপস্থিত হ'বগৈ। তাত তেওঁ এক ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব। ৩ জানুৱাৰীৰ দিনা দুপৰীয়া প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰীয়ে লাক্ষাদ্বীপৰ কাৱাৰাট্টিত উপস্থিত হ'ব। ইয়াত তেওঁ দূৰসংযোগ, খোৱাপানী, সৌৰশক্তি আৰু স্বাস্থ্যৰ দৰে খণ্ডৰ সৈতে সম্পৰ্কিত এলানি প্ৰকল্প দেশবাসীক উৎসৰ্গা কৰাৰ লগতে লক্ষদ্বীপত নিৰ্মাণ হ’ব লগা এলানি উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।PM appreciates ‘Nutri Garden Project’ in Lakshadweep
June 10th, 08:15 pm
PM Modi has appreciated ‘Nutri Garden Project’ in Lakshadweep. The project was launched as a result of the development objective of self-reliant India in which vegetable seeds has been provided to 1000 farmers