উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হানিত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
May 18th, 01:45 pm
প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত দুৰ্ঘটনাত হোৱা প্ৰাণহানিত শোক প্ৰকাশ কৰিছে। এই শোকাৱহ ঘটনাত প্ৰিয়জনক হেৰুওৱা পৰিয়ালসমূহৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ আশু আৰোগ্যৰ বাবেও প্ৰাৰ্থনা জনায়।PM condoles deaths in an accident in Lakhimpur Kheri, Uttar Pradesh
September 28th, 03:06 pm
The Prime Minister, Shri Narendra Modi has expressed deep grief over the deaths in an accident in Lakhimpur Kheri district of Uttar Pradesh. He also wished speedy recovery of the those injured in the accident.